• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?

মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?

3 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

39 minutes ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

57 minutes ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

1 hour ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

1 hour ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

2 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

2 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

3 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

3 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

4 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

4 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

5 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?

editor by editor
December 8, 2022
in অসম, ভাৰত, ৰাজনীতি
0
মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মৰিগাঁৱত ‘বিকাশৰ বাবে এটা পষেক’
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচী
কেইবাটাও বৃহৎ প্ৰকল্পৰ শিলন্যাস তথা উদ্বোধন
মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন
৯১০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস তথা উদ্বোধন
বসুন্ধৰী পাহাৰৰ পৰা কিলিং-কপিলী সংযোগস্থলীলৈ হ’ব পথ
পথটোৰ বাবে ২৪.৯৬ কোটি টকা আবণ্টন
ধিঙৰ পৰা হিলৈখুন্দালৈ হ’বলগা পথৰ বাবে ১৯.৮৪ কোটি
২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে মুকলি হ’ব মৰিগাঁও মেডিকেল কলেজ
এখন কৰ্কট হাস্পতালো হ’ব মৰিগাঁৱত
এখন ডেণ্টেল কলেজো হ’ব মৰিগাঁৱত
ভকত গাঁৱত কপিলী নৈৰ ওপৰত হ’ব RCC দলং
RCC দলঙৰ বাবে ৮০.২৫ কোটি টকা মুকলি
মূৰকাটাত খহনীয়া প্ৰতিৰোধৰ বাবে ৯.৮৩ কোটি
পাভকাটি, গৰুবন্ধাত খহনীয়া প্ৰতিৰোধৰ বাবে ৩৫.১৮ কোটি
আজিৰ দিনটো মৰিগাঁৱৰ বাবে স্মৰণীয় হৈ ৰ’বঃ CM
‘মৰিগাঁও সাংস্কৃতিক দিশৰ পৰা বিশেষভাৱে আগবঢ়া’
১৩ কোটি টকা ব্যয়ৰে এখন ষ্টেডিয়াম নিৰ্মাণ হ’ব
৪০ লাখ লোকক দিয়া হ’ব ৰেচন কাৰ্ড
বিধৱা মহিলাই ২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১,২৫০ টকা
‘ৰেচন কাৰ্ড দেখুৱালেই ৫ লাখ টকাৰ চিকিৎসা পাব’
৩০ জানুৱাৰীৰ আগতে ৩০ হাজাৰ চাকৰিৰ বিজ্ঞাপন
নিবনুৱা যুৱক-যুৱতীৰ বাবে ৫ হাজাৰ কোটিৰ আঁচনি
দৰিদ্ৰতা নিৰ্মূলৰ বাবে চৰকাৰৰ বিশেষ প্ৰচেষ্টা চৰকাৰৰ
অসমলৈ বিকাশৰ গংগা স্থায়ীভাৱে আহিবঃ CM
‘আজমলে সন্তান জন্মৰ কথা কৈ সাৰুৱা পথাৰ কৰিব বিচাৰে’
‘মুছলমান মহিলাকো ন্যায় প্ৰদানৰ চেষ্টা কৰিব লাগিব’
‘মুছলমান পৰিয়ালৰ পৰাও ল’ৰা-ছোৱালী ডাক্তৰ হ’ব লাগে’
‘জোনাব-ইমামৰ পৰিৱৰ্তে ডাক্তৰ-ইঞ্জিনিয়াৰ কৰক’
মৰিগাঁৱৰ মাদ্ৰাছাত ওলাইছিল অল-কায়দাৰে সম্পৰ্ক
‘মৰিগাঁৱক অল-কায়দাৰ ঘাটি কৰিব নোৱাৰোঁ’
‘ৰাইজে নতুন চিন্তাৰে মৰিগাঁৱক আগবঢ়াই নিয়ক’
‘মৰিগাঁও আৰু নগাঁৱত দুখনকৈ মেডিকেল কলেজ হ’ল’
‘কাইলৈ গোলাঘাটত মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব’
‘চৰাইদেউ, ধেমাজিতো হ’ব মেডিকেল কলেজ’
‘প্ৰত্যেকখন জিলাতে হ’ব মেডিকেল কলেজ’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
Next Post
মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী...

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.