• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

2 months ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

3 hours ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

4 hours ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

1 day ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

1 day ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

1 day ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

1 day ago
এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

1 day ago
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

1 day ago
হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে…

হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে…

1 day ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

2 days ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

2 days ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

2 days ago
  • About
  • Advertise
  • Careers
Friday, February 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

editor by editor
December 8, 2022
in ভাৰত, ৰাজনীতি
0
মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুজৰাট বিধানসভা নিৰ্বাচনত বিজয় দাবী কৰা আম আদমী পাৰ্টীয়ে (আপ) শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। বৰ্তমানলৈ আপে ৫খন আসনত আগবাঢ়ি আছে। ইয়াতকৈয়ো উল্লেখনীয় খবৰ যে গুজৰাটত মুখ্যমন্ত্ৰীৰ বাবে আপে প্ৰক্ষেপ পৰা প্ৰাৰ্থী ইছুদান গাধৱীয়ো ধৰাশায়ী হৈছে বিজেপিৰ হাতত। ইতিমধ্যে পৰাজয়বৰণ কৰিছে মুখ্যমন্ত্ৰীৰ বাবে আপে প্ৰক্ষেপ পৰা প্ৰাৰ্থী ইছুদান গাধৱীয়ে। আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী ইচুদান গাধৱীয়ে তেওঁৰ নিজা আসনেই আসন বচাব নোৱাৰাটোৱে লজ্জাৰ কাৰণ বুলি এতিয়া সকলোৱে চৰ্চা কৰা পৰিলক্ষিত হৈছে। খাম্বলিয়া বিধানসভা সমষ্টিৰ পৰা ইচুদান গাধৱীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

ইচুদান গাধৱীৰ উপৰিও গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলত আম আদমী পাৰ্টিৰ (আপ) আন দুজন ডাঙৰ নেতাও পৰাজিত হয়। পাতিদাৰ আন্দোলনৰ মূল গুৰি ধৰোতা আলপেছ কাথিৰিয়া আৰু আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি গোপাল ইটালিয়াও পৰাজিত হৈছে। আম আদমী পাৰ্টীয়ে পাতিদাৰসকলৰ দুৰ্গ হিচাপে বিবেচিত ভাৰাছা বিধানসভা আসনৰ পৰা আলপেছ কাথিৰিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। গোপাল ইটালিয়াক কাটাৰ্গম বিধানসভা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আপে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…
অসম

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

February 2, 2023
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ
অসম

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

February 2, 2023
এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?
চিনেমা

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

February 2, 2023
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল
অসম

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

February 2, 2023
Next Post
গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ...

হঠাতেই আছুৰ সভাপতি ৰ পৰা পদত্যাগ দীপাংক নাথৰ! ৰাজনীতি নে বিয়া, কোনটো সঁচা?

হঠাতেই আছুৰ সভাপতি ৰ পৰা পদত্যাগ দীপাংক নাথৰ! ৰাজনীতি নে বিয়া, কোনটো সঁচা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.