• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো  অসমীয়া ভাষাৰ চৰ্চা হওক!

অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো অসমীয়া ভাষাৰ চৰ্চা হওক!

4 years ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

20 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

23 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো অসমীয়া ভাষাৰ চৰ্চা হওক!

editor by editor
September 28, 2022
in অসম, উত্তৰ-পূব, নিয়োগ, ৰাজনীতি, শিক্ষা
0
অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো  অসমীয়া ভাষাৰ চৰ্চা হওক!
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘ডিমা হাছাওত অসমীয়া ভাষাৰ চৰ্চা আৰম্ভ হওক। তেতিয়া ডিমাহাছাওৰ ৩০০০ৰ পৰা ৫০০০ যুৱক-যুৱতীয়ে অসম চৰকাৰৰ অধীনত চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব। হিন্দী ভাষাত পঢ়াশুনা কৰিলেও অসমীয়া বিষয়টো পাঠ্যপুথিৰ অন্তৰ্গত বিষয় হ’লে ডিমাহাছাউবাসীৰ সুবিধা হ’ব। অসম তেতিয়া সম্পূৰ্ণ আপোনালোকৰ হ’ব।’ উমৰাংছুৰ এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে উমৰাংছুত ২খনকৈ বিদ্যালয় উদ্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষাৰ চৰ্চা কৰিবলৈ আহ্বান জনাইছে ডিমা-হাছাওবাসী জনতাক। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত ভাষণ প্ৰদান কৰি কয় যে, হাফলঙৰ পৰা নিউ হাফলঙলৈ ৯০ কিঃমিঃ পকী ৰাস্তা বনোৱাৰো সিদ্ধান্ত লোৱা হৈছে। পৰ্যটন উদ্যোগটোক আগবঢ়াই নিবৰ বাবে ৰাস্তা, কাৰেণ্ট, নেটৱৰ্ক আদি দিশ ঠিক কৰাৰ বাবে সিদ্ধান্ত হৈছে চৰকাৰখনে।

উল্লেখ্য যে, নিযুক্তি প্ৰক্ৰিয়াত ডিমাহাছাওৰ ৫০ গৰাকী যুৱকে আৰক্ষী বিভাগত চাকৰি পাবলৈ সক্ষম হৈছে। ইয়াৰে ৩ গৰাকীয়ে আৰক্ষী অধীক্ষকৰ পদ লাভ কৰিছে। শিক্ষাত আৰু অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাকৰিৰ ৫ শতাংশ কোটা পাহাৰীয়া লোকসকলৰ বাবে ৰিজাৰ্ভ হৈ থাকে। ডিমাহাছাওবাসীয়ে সেয়া ল’বলৈ চেষ্টা কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamhimanta biswa sarmahimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
বিপদত ৰাহুল গান্ধী!
ৰাজনীতি

বিপদত ৰাহুল গান্ধী!

September 8, 2026
Next Post
১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক…

১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক...

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.