• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটৰ পৰা ৰক্ষা পোৱাই নাই, আন এক কঠিন ৰোগত আক্ৰান্ত হৈছে হিনা খান, কি লিখিছে সামাজিক মাধ্যমত?

কৰ্কটৰ পৰা ৰক্ষা পোৱাই নাই, আন এক কঠিন ৰোগত আক্ৰান্ত হৈছে হিনা খান, কি লিখিছে সামাজিক মাধ্যমত?

2 years ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

16 minutes ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

55 minutes ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

2 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

3 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

3 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

4 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

5 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

6 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

7 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

8 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কৰ্কটৰ পৰা ৰক্ষা পোৱাই নাই, আন এক কঠিন ৰোগত আক্ৰান্ত হৈছে হিনা খান, কি লিখিছে সামাজিক মাধ্যমত?

কৰ্কটৰ পৰা ৰক্ষা পোৱাই নাই, আন এক কঠিন ৰোগত আক্ৰান্ত হৈছে হিনা খান, কি লিখিছে সামাজিক মাধ্যমত?

editor by editor
September 6, 2024
in বিনোদন, ভাৰত, লেখা, স্বাস্থ্য
0
কৰ্কটৰ পৰা ৰক্ষা পোৱাই নাই, আন এক কঠিন ৰোগত আক্ৰান্ত হৈছে হিনা খান, কি লিখিছে সামাজিক মাধ্যমত?
0
SHARES
941
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেমোথেৰাপি চলিছে৷ কৰ্কটৰ সৈতে যুঁজ চলাই গৈছে অভিনেত্ৰী হিনা খানে৷ স্তন কৰ্কটৰ তৃতীয় পৰ্যায়ত আছে হীনা৷ কঠিন ৰোগৰ সৈতে যুঁজ চলাই জীৱনক আৰু স্বাভাৱিক ছন্দ আনিবলৈ বদ্ধ পৰিকৰ নায়িকা৷ কিন্তু অভিনেত্ৰীগৰাকীৰ শৰীৰত বাহ বান্ধিছে আৰু এক ৰোগে৷ নিজেই সেই কথা পোষ্ট কৰি জনাইছে অভিনেত্ৰীগৰাকীয়ে৷ কেমো থেৰাপিৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াত নতুন ৰোগে বাহ বান্ধিছে হীনাৰ শৰীৰত৷

জনা গৈছে যে মিউকোছাইটিছত আক্ৰান্ত অভিনেত্ৰীগৰাকী৷ ইনষ্টাগ্ৰামত পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘কেমোথেৰাপিৰ আৰু এক পাৰ্শ্বপ্ৰতিক্ৰিয়া৷ চিকিৎসকে যি কৈছে সেয়াই মানি চলিছো৷ যদি কোনোৱে এই ৰোগ সম্পৰ্কে কোনো ধাৰণা থাকে, তেন্তে দয়া কৰি মোক সমাধান জনাওক৷’ লগতে হীনাই জনাইছে যে তেওঁ এনে অৱস্থাত আছে যে তেওঁ একো খাবও পৰা নাই৷

মিউকোছাইটিছ কি ৰোগ?

মিউকোছাইটিছ এনে এক ৰোগ যি কেমোথেৰাপিৰ চিকিৎসাৰ ফলত হয়৷ কেমোৰ বাবে মুখ, ডিঙি, পাচনতন্ত্ৰ আৰু প্ৰজননসহ শৰীৰৰ বিভিন্ন অংগত সমস্যাৰ সৃষ্টি হয়৷ কৰ্কটৰ সৈতে আৰু এক ৰোগে বেছি সমস্যা তৈয়াৰ কৰিছে হীনাৰ শৰীৰত৷ অৱশ্যে সেই ৰোগ নিৰাময় কৰিব পাৰিব৷ কিন্তু কিছু কিছু ক্ষেত্ৰত অৱশ্যে ভয় থাকে৷ এই অসুস্থতাৰ মাজতো তেওঁ কাম চলাই গৈছে৷ সম্প্ৰতি এক বিজ্ঞাপনৰ কামো কৰিছে হীনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?
ৰাজনীতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

July 25, 2026
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?
ভাৰত

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

July 25, 2026
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?
বিনোদন

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

July 25, 2026
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
Next Post
মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ

মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ

বিয়ালৈ মাতিলে নাযাম নেকি? বিনিয়োগ বিষয়ক কোনো সম্পৰ্ক চুমি-তাৰ্কিকৰ সৈতে মোৰ নাইঃ দীপলিনা ডেকা

বিয়ালৈ মাতিলে নাযাম নেকি? বিনিয়োগ বিষয়ক কোনো সম্পৰ্ক চুমি-তাৰ্কিকৰ সৈতে মোৰ নাইঃ দীপলিনা ডেকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.