• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

5 years ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

10 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

1 hour ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

1 hour ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

3 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

5 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

6 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

editor by editor
February 26, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ মুখমণ্ডলত তেজৰ চেকুৰা৷ মুখমণ্ডলৰ তেজৰ দাগবোৰ শুকাই গৈছে৷ মূৰত বগা কাপোৰৰ বেণ্ডেজ৷ তেজৰ দাগেৰে ৰাঙলি পোছাক৷

এই বিধ্বস্ত শৰীৰৰে উদাত্ত কণ্ঠেৰে দেশ মাতৃক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈছে এগৰাকী ইউক্ৰেইনিয়ান শিক্ষয়িত্ৰীয়ে৷

তেওঁৰ নাম ওলেনা কুৰিলো৷ দেশখনৰ যুদ্ধবিধ্বস্ত খাৰকিভ অঞ্চলৰ চুগুয়েভ চহৰৰ বাসিন্দা৷

যোৱা তিনিদিন ধৰি ৰাছিয়াই উক্ত অঞ্চলটোত ধাৰাষাৰে বোমাবৰ্ষণ কৰিছে৷ ক্ষেপণাস্ত্ৰেৰে চলাইছে এই আক্ৰমণ৷ বোমাই গৈ শিক্ষয়িত্ৰী কুৰিলো বাসগৃহটো ধ্বংস কৰি পেলালে৷ বিকট শব্দত কঁপি উঠিল সমগ্ৰ অঞ্চল৷ বাসগৃহটো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ’ল৷ কেনেবাকৈ প্ৰাণৰক্ষা পৰে কুৰিলোৰ৷ কিন্তু আঘাতপ্ৰাপ্ত হয় কুৰিলো৷

ইউক্ৰেইনৰ সেনাই আঘাতপ্ৰাপ্ত কুৰিলোক উদ্ধাৰ কৰে৷ চিকিৎসা কৰি মূৰত বেণ্ডেজ বান্ধি দিয়ে চিকিৎসকে৷ মৃত্যুৰ মুখৰ পৰা বাচি অহা কুৰিলো এতিয়া দেশ মাতৃ ৰক্ষাৰ বাবে অতি দৃঢ়প্ৰতিজ্ঞ৷ দেশ মাতৃক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ দিবলৈ এতিয়া প্ৰস্তুত শিক্ষয়িত্ৰী কুৰিলো৷

ইতিহাসৰ শিক্ষয়িত্ৰী কুৰিলোৱে কৈছে, ‘‘ইউক্ৰেইন মোৰ জন্মভূমি৷ মোৰ মাতৃ ভূমিক ৰক্ষাৰ বাবে যি কৰিব লাগে মই তাকেই কৰিম৷’’

কুৰিলোৰ এই দৃঢ়তাই ইউক্ৰেইনৰ হাজাৰ হাজাৰ লোকক ৰাছিয়াৰ বিৰুদ্ধ যুঁজ দি দেশ মাতৃক ৰক্ষা কৰিবলৈ উদ্বুদ্ধ কৰি তুলিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
শনি, মংগল, বুধ এক ৰাশিত; কোন কোন ৰাশিৰ লোকৰ কি কি লাভ হ’ব চাওক…

শনি, মংগল, বুধ এক ৰাশিত; কোন কোন ৰাশিৰ লোকৰ কি কি লাভ হ’ব চাওক…

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.