• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ প্ৰতিবন্ধকতা আৰোপ : আমেৰিকাক চৰ সোধালে ৰাছিয়াই!

আমেৰিকাৰ প্ৰতিবন্ধকতা আৰোপ : আমেৰিকাক চৰ সোধালে ৰাছিয়াই!

4 years ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

40 minutes ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

1 hour ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

3 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

12 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

12 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

12 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

13 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

14 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

16 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আমেৰিকাৰ প্ৰতিবন্ধকতা আৰোপ : আমেৰিকাক চৰ সোধালে ৰাছিয়াই!

editor by editor
February 26, 2022
in বিশ্ব, ৰাজনীতি
0
আমেৰিকাৰ প্ৰতিবন্ধকতা আৰোপ : আমেৰিকাক চৰ সোধালে ৰাছিয়াই!
0
SHARES
540
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ লগতে বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰিছে৷

ইয়াৰ ভিতৰত সামৰিক আৰু মহাকাশ অধ্যয়ন খণ্ডও আছে৷ মহাকাশ অধ্যয়ন খণ্ডতো প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিছতে ৰাছিয়াৰ মহাকাশ অধ্যয়ন সংস্থাৰ মুৰব্বী দমিত্ৰি ৰোগোজিনে আমেৰিকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে৷

ৰাছিয়াৰ মহাকাশ সংস্থাৰ মুৰব্বীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই নিষেধাজ্ঞাই আন্তজাৰ্তিক মহাকাশ কেন্দ্ৰৰ পৰম্পৰ সহযোগিতাক ধ্বংস নকৰিলেও আন ৰাষ্ট্ৰসমূহৰ সুৰক্ষা বিপদাপন্ন কৰিব৷

‘‘যদি আপুনি আমাৰ সৈতে সহযোগিতা বন্ধ কৰে, তেন্তে কোনে ISSক অনিয়ন্ত্ৰিত কক্ষপথৰ পৰা ৰক্ষা কৰিব?!’’ এই বুলিও মাৰ্কিন ৰাষ্ট্ৰপতিক প্ৰশ্ন কৰিছে ৰাছিয়াৰ মহাকাশ সংস্থাৰ মুৰব্বীগৰাকীয়ে৷

টুইটত পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতিক আক্ৰমণ কৰি দমিত্ৰিয়ে কয়, ‘‘ভাৰত বা চীনলৈ ৫০০ টা গাঁথনি পেলাই দিয়াৰ বিকল্পও আছে৷ আপুনি তেওঁলোকক এনে সম্ভাৱনাৰে ভাবুকি দিব বিচাৰিছে নেকি? এতিয়াৰ পৰা ISS ৰাছিয়াৰ ওপৰেৰে উৰা মাৰিব নোৱাৰে, ইয়াৰ ফলত সৃষ্ট সকলো বিপদাশংকা আপুনিয়েই ল’ব লাগিব৷ ইয়াৰ বাবে আপুনি সাজু নে?’’

ইফালে আমেৰিকাই ৰাছিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত দুয়ো দেশৰ মহাকাশ অধ্যয়নত কোনো প্ৰভাৱ নেপেলায় বুলি প্ৰকাশ কৰিছে মাৰ্কিন মহাকাশ সংস্থা NASA-এ৷

NASA-এ এক বিবৃতিত কৈছে যে এই প্ৰতিবন্ধকতাই দুয়ো দেশৰ মহাকাশ সহযোগিতাক কোনো বিপদত পেলাব নোৱাৰে৷

‘‘NASA-এ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সুৰক্ষা অভিযানৰ বাবে ৰাছিয়াৰ মহাকাশ সংস্থাকে ধৰি সকলো আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে কাম কৰি আছে৷ নতুন ৰপ্তানিৰ প্ৰতিবন্ধকতাত আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ অসামৰিক সহযোগিতাক ৰেহাই দিয়া হৈছে৷’’ NASA-এ বিবৃতিটোত কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live 24assam live 24axom live 24axom live 24 digitalNASARoscosmosrussia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

July 20, 2026
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

July 20, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

শনি, মংগল, বুধ এক ৰাশিত; কোন কোন ৰাশিৰ লোকৰ কি কি লাভ হ’ব চাওক…

শনি, মংগল, বুধ এক ৰাশিত; কোন কোন ৰাশিৰ লোকৰ কি কি লাভ হ’ব চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.