• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ বান্ধোনত বান্ধ খালে দুগৰাকী HIV আক্ৰান্ত! এই বিবাহ দুজনৰ পূৰ্ণতাই নহয়, বিবাহে কঢ়িয়াইছে কেইবাটাও বাৰ্তা…

বিবাহৰ বান্ধোনত বান্ধ খালে দুগৰাকী HIV আক্ৰান্ত! এই বিবাহ দুজনৰ পূৰ্ণতাই নহয়, বিবাহে কঢ়িয়াইছে কেইবাটাও বাৰ্তা…

3 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

1 hour ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

2 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

5 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

13 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

13 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

14 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

14 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

15 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ বান্ধোনত বান্ধ খালে দুগৰাকী HIV আক্ৰান্ত! এই বিবাহ দুজনৰ পূৰ্ণতাই নহয়, বিবাহে কঢ়িয়াইছে কেইবাটাও বাৰ্তা…

editor by editor
February 18, 2023
in জীৱনশৈলী, ভাৰত
0
বিবাহৰ বান্ধোনত বান্ধ খালে দুগৰাকী HIV আক্ৰান্ত! এই বিবাহ দুজনৰ পূৰ্ণতাই নহয়, বিবাহে কঢ়িয়াইছে কেইবাটাও বাৰ্তা…
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বিবাহ আন বিবাহৰ দৰে নহয়৷ সাধাৰণ বিয়াতকৈ সম্পূৰ্ণ পৃথক এখন বিয়া৷ এই বিয়া কেৱল এজন পুৰুষ আৰু এগৰাকী নাৰীৰ জীৱনৰ নতুন আৰম্ভনিয়েই নহয়, এই বিবাহে কঢ়িয়াইছে সমাজৰ সকলো স্তৰৰ ব্যক্তিলৈকে বিশেষ বাৰ্তা৷ এইছআইভি সাধাৰণ ৰোগৰ দৰেই এক ৰোগ সেই কথাকেই প্ৰমাণ কৰি দেখুওৱাইছে নৱদম্পতিহালে৷ এইছআইভিকো সাধাৰণ ৰোগৰ দৰেই সঠিক চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বাৰ্তাই প্ৰেৰণ কৰিছে সুনীতা আৰু সৌমিত্ৰই৷

বৈদিক মন্ত্ৰোচ্ছাৰণ, পুষ্পবৃষ্টিৰ মাজেৰে সাতোজনমলৈ একেলগে থকাৰ বাবে শপত ল’লে সৌমিত্ৰ-সুনীতাই৷ সুনীতা জন্মৰে পৰাই এইছআইভি পজিটিভ৷ এখন বিশেষ আশ্ৰমত ডাঙৰ-দীঘল হোৱা সুনীতাৰ পিতৃ-মাতৃৰো এইছআইভিতেই মৃত্যু হৈছিল৷ আনহাতে সৌমিত্ৰও এগৰাকী এইছআইভি ৰোগীয়েই৷ সৰুতেই ডিপথেৰিয়াৰ বেজী ল’বলৈ যাওতে ছিৰিঞ্জৰ পৰাই এইআইভি তেওঁৰ দেহলৈ সংক্ৰমিত হয়৷ সৌমিত্ৰ-সুনীতা দুয়োৱেই প্ৰতিমাহে চিকিৎসাৰ বাবে একেখন চিকিৎসালয়লৈকে যায়৷ হাস্পতালখনতেই দুয়োৰে মাজত চিনাকি, তাৰপাছত বন্ধুত্ব৷ বন্ধুত্বই পাছলৈ ৰূপ ল’লে প্ৰেমৰ৷ এই প্ৰেমেই দেওবাৰে সন্ধিয়া পূৰ্ণতা পায়৷

উৰুলি ধ্বনি, মন্ত্ৰোচ্ছাৰণৰ মাজেৰে দুয়োৱে আৰম্ভ কৰিছে সংসাৰ৷ এইছআইভি পজিটিভ সুনীতা-সৌমিত্ৰৰ মনকেইটাও পজিটিভ৷ এই বিবাহত ভাগ লোৱা প্ৰতিগৰাকী ব্যক্তিয়েই দুয়োকে উপচায় পেলালে আশীৰ্বাদেৰে৷ বিবাহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগেই একাংশ নেটিজেনে কৈছে, এয়া সমাজলৈ শুভ বাৰ্তা৷ দুয়োৱে সঠিক চিকিৎসা পালে দুয়োৰে পৰা আহিবলগীয়া ভৱিষ্যত প্ৰজন্ম কিন্তু এইছআইভি পজিটিভ ৰোগী নহবও পাৰে৷ এইছআইভি আক্ৰান্তসকলক এঘৰীয়া নকৰি তেওঁলোককো সমাজৰ অংশ কৰি ল’বলৈ আহ্বান জনাইছে বিবাহ আয়োজন কৰা সংস্থাটোৱেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
Next Post
কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়…

দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.