• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

4 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

11 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

35 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

14 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

editor by editor
February 18, 2023
in অসম
0
কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?
0
SHARES
29.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কামাখ্যা দেৱালয়ত শিৱৰ আৰাধনাও চলে সেই কথা বহুতেই জানে৷ কিন্তু কামাখ্যা দেৱালয়ৰ ভিতৰত আছে অন্য এক ৰহস্যঘন শিৱলিংগও৷ সেই কথা হয়তো বহুতৰেই অজ্ঞাত৷ কামাখ্যা মন্দিৰৰ উত্তৰ দিশত আছে এটা বিশেষ পুখুৰী৷ এই পুখুৰীটোলৈ হয়তো কোনোৱে মন নকৰে৷ সকলোৰে দৃষ্টিৰ পৰা আঁতৰি থকা এই পুখুৰীটোতেই আছে এটা বিশেষ শিৱলিংগ৷ শিৱলিংগটো বছৰৰ এটা সময়তহে পৰিস্ফুত হয়৷

এই শিৱলিংগটো প্ৰত্যেক বছৰেই শিৱ পূজাৰ দিনটোত ভক্তসকলে দেখা পায়৷ কেৱল দেখা পোৱাই নহয় ভক্তসকলে তাত পূজা অৰ্চনাও কৰিব পাৰে৷ বছৰৰ ৩৬৪ দিনেই অদৃশ্য হৈ থাকে এই শিৱলিংগটো৷ পানীত তলত ডুব গৈ থকা শিৱলিংগটো শিৱপূজাৰ দিনটোত পানী সিঁচি চাফা কৰা হয়৷ তাতেই শিৱভক্তসকলে পূজা-অৰ্চনা কৰে৷ কিয় এনেদৰে থাকে শিৱলিংগটো সেই বিষয়টো লৈ বহুতেই জানিবলৈ আগ্ৰহী হৈ থাকে যদিও কিয় এনেদৰে পুখুৰীৰ ভিতৰত এই শিৱলিংগটো ৰখা হৈছে সেই বিষয়টোক লৈ কোনোৱেই সঠিক তথ্য বৰ্তমানলৈ আগবঢ়াব পৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি
অপৰাধ

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

September 28, 2026
Next Post
দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়…

দিল্লীৰ নিকি হত্যাকাণ্ডৰ নতুন তথ্য, নিকিৰ মৃতদেহ কেনেকৈ লুকুওৱা হৈছিল? গোন্ধ নোলাবলৈ কি কৰিছিল? ষড়যন্ত্ৰত আৰক্ষী কনিষ্টবলেও কৰিছিল সহায়...

ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

ৰাখে হৰি মাৰে কোনে? এটা দুটা নহয় এম্বুলেঞ্চতেই প্ৰসৱ কৰিলে তিনিটা সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.