• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

2 years ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

33 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

1 hour ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

1 hour ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

editor by editor
March 20, 2024
in খাদ্য, জীৱনশৈলী
0
হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

হোলী সমাগত, ২৫ তাৰিখে এই বৰ্ষৰ হোলী উদযাপনৰ বাবে সাজু দেশবাসী। মাজত আৰু মাথো দুটামান দিন বাকি। তেনে অৱস্থাত সাজু হৈছে সকলো।

বাটে-ঘাটে, দোকানে পোহাৰেও সমাগম হৈছে বিভিন্ন ফাকুৰ। কামৰ মাজতে দেশৰ জনতাই প্ৰস্তুতি চলাইছে হোলীৰ বাবে।

পাছে হোলী খেলাৰ লগতে আৰু কিদৰে উদযাপন কৰিব এই বিশেষ দিনটো। তাতে আৰু যদি হঠাতে নোকোৱাকৈ আলহী উপস্থিত হয় আপোনাৰ ঘৰত। তেন্তে কিদৰে আৰু কেনেকৈ অতি সহজতে আৰু কম সময়তে আপ্যায়ন কৰিব অতিথিক।

চচ পিঠা- অতি সহজতে আৰু কম সময়তে প্ৰস্তুত কৰিব পাৰিব এই পিঠা। ইয়াৰ বাবে প্ৰয়োজন হ’ব কেৱল চাউলৰ গুড়ি, আটা, চেনি, গাখীৰ আৰু বিস্কুটৰ গুড়ি। একাপ চাউলৰ গুড়ি, আধা কাপ আটা, আধা কাপ বিস্কুটৰ গুৰি, আধা কাপৰো আধা চেনি আৰু প্ৰয়োজন অনুসাৰে গাখীৰ একেলগে মিহলি কৰি এটা পিউৰি বনাই ল’ব। তাৰ পাছত এটা কেৰাহীত বা চচ এটা সামান্য তেল সানি মিক্সাৰ খিনি দি গেছত বহাই দি ১০-১৫ মিনিটৰ পাছতে লাভ কৰক পিঠা।

আঙুলি পিঠা- ইয়াৰ বাবে প্ৰয়োজন হ’ব কেৱল গাখীৰ, চাউলৰ গুৰি, আৰু চেনি। গৰম পানীৰে চাউলৰ গুড়ি খিনি আটা মৰাৰ দৰে মাৰি আঙুলিৰ দৰে বা তাতোকৈ সৰু সৰু আকাৰ দি লৈ গাখীৰত চেনি দি পগাই সেই আঙুলি পিঠা বোৰ দি সিজাই সহজে লাভ কৰক এই পিঠা।

মালপোৱা- অতি সহজ আৰু প্ৰায় সকলো লোকেই বনাব পৰা ব্যঞ্জনবিধেই হৈছে মালপোৱা। কেৱল আপুনি ইয়াক কিছু বেলেগ ধৰণে পৰিৱেশন কৰিব পাৰে। মিঠা মালপোৱা বনাই তাৰ লগত পগাই লোৱা গাখীৰ দি পৰিৱেশন কৰিলে দেখাতো ভাল দেখিব, খাইয়ো ভাল পাব আলহীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HoliHoli 2024Holi mithaiHoli Special Food
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?
জীৱনশৈলী

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
Next Post
স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.