• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

4 months ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

6 minutes ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

41 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

1 hour ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

14 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

15 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ গ্ল’বেল প্ৰমোশ্যন ট্যুৰৰ অংশ হিচাপে মুম্বাইকো বাছনি

editor by editor
June 17, 2026
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ক্ৰিষ্টোফাৰ নোলানে তেওঁৰ বহুচৰ্চিত ছবি The Odysseyৰ প্ৰীমিয়াৰৰ বাবে ভাৰতলৈ আহিব। ভাৰতত ছবিখনৰ প্ৰথম প্ৰীমিয়াৰৰ জৰিয়তে এক নতুন ইতিহাস ৰচিবলৈ সাজু হৈছে নোলানে। ছবিখনৰ গ্ল’বেল প্ৰমোশ্যন ট্যুৰৰ অংশ হিচাপে মুম্বাইকো বাছনি কৰা হৈছে। এই বিশেষ অনুষ্ঠানত নোলানৰ সৈতে উপস্থিত থাকিব ম্যাট দ্যম’ন আৰু টম হোলাণ্ড। Universal Pictures International-এ ঘোষণা কৰা অনুসৰি, নোলানে আগন্তুক জুলাইত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ছবিখনৰ প্ৰীমিয়াৰত অংশগ্ৰহণ কৰিব। যিকোনো চলচ্চিত্ৰৰ মুক্তিৰ বাবে ভাৰতলৈ তেওঁৰ এয়া প্ৰথম আনুষ্ঠানিক ভ্ৰমণ হ’ব। তেওঁৰ সৈতে অস্কাৰজয়ী প্ৰযোজক ইমা থমাছো আহিব ভাৰতলৈ।

মুম্বাইৰ ক’ত অনুষ্ঠিত হ’ব The Odysseyৰ প্ৰীমিয়াৰ?

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ ফলত ভাৰতেও এতিয়া London, Paris আৰু New York Cityৰ দৰে বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰীমিয়াৰ চহৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ জুলাইত মুম্বাইৰ Phoenix Palladiumস্থিত PVR ICON IMAXত The Odysseyৰ বিশেষ প্ৰীমিয়াৰ শ্ব’ অনুষ্ঠিত হ’ব।

The Odysseyৰ কাহিনী কেনেধৰণৰ হ’ব?

ক্ৰিষ্টোফাৰ নোলানৰ কাহিনী আৰু পৰিচালিত The Odyssey বিখ্যাত গ্ৰীক কবি Homerৰ অমৰ মহাকাব্যিক কবিতাৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনত ট্ৰয় নগৰৰ পতনৰ পিছত নায়ক অ’ডিছিয়াছৰ ঘৰলৈ উভতি অহাৰ বিপদসংকুল আৰু দহ বছৰৰ দীঘল যাত্ৰাৰ কাহিনী উপস্থাপন কৰা হ’ব। নোলানৰ অস্কাৰজয়ী ছবি Oppenheimerৰ বিশাল সফলতাৰ পিছত The Odyssey তেওঁৰ পৰৱৰ্তী বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হৈছে। ‘অ’পেনহাইমাৰ’-এ ‘শ্ৰেষ্ঠ ছবি’ আৰু ‘শ্ৰেষ্ঠ পৰিচালক’কে ধৰি মুঠ ৭টা একাডেমী বঁটা লাভ কৰিছিল। উল্লেখযোগ্য যে, ক্ৰিষ্টোফাৰ নোলান আৰু এমা থমাছে নিজৰ প্ৰযোজনা সংস্থা Syncopy-ৰ জৰিয়তে প্ৰযোজনা কৰিছে The Odyssey।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Hollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?
বাণিজ্য

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

October 6, 2026
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Next Post
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ'ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.