• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

4 weeks ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

26 minutes ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

2 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

14 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

14 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

15 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

16 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

19 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

19 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

20 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

21 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

21 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব সৰ্বোচ্চ ন্যায়ালয়

editor by editor
June 17, 2026
in অপৰাধ, প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ডিজিটেল অপৰাধক লৈ গভীৰ উদ্বেগ আৰু অসন্তুষ্টি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ন্যায়ালয়ে এনে অপৰাধীক সমাজৰ বাবে অতি ক্ষতিকাৰক বুলি উল্লেখ কৰি তেওঁলোকক ‘পৰজীৱী’ আখ্যা দিছে, যিসকলে নিৰীহ আৰু সৰল বিনিয়োগকাৰীৰ কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জিত ধন প্ৰতাৰণাৰে আত্মসাৎ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টকৈ কয় যে- এনে অপৰাধীৰ ক্ষেত্ৰত কোনো ধৰণৰ সহনশীলতা বা নমনীয়তা দেখুওৱা সম্ভৱ নহয়। সমাজৰ স্বাৰ্থত তেওঁলোক জে’লৰ ভিতৰত থকাটোৱেই প্ৰয়োজনীয়।

অভিযুক্তৰ আবেদন নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ ভি মোহনৰ খণ্ডপীঠে এজন অভিযুক্তৰ আবেদন শুনানিৰ সময়ত এই কঠোৰ মন্তব্য কৰে। অভিযুক্তজনে দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা একাধিক FIR একেলগে সংযুক্ত কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিল। কিন্তু সেই আবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰি মুখ্য ন্যায়াধীশে কয়, ‘আপোনালোক সমাজৰ পৰজীৱী। আপোনালোকে নিৰীহ বিনিয়োগকাৰীক প্ৰতাৰণা কৰি ধন লুট কৰে। চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী অতি কঠোৰ হ’ব।’ ন্যায়ালয়ে এইটোও উল্লেখ কৰে যে এনে অপৰাধৰ ভুক্তভোগী কেৱল কোনো এটা অঞ্চলত সীমাবদ্ধ নহয়; সমগ্ৰ দেশজুৰি বিভিন্ন পৰ্যায়ৰ মানুহ চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে।

উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ

অভিযুক্তৰ অপৰাধ কৰা ধৰণৰ ওপৰতো সৰ্বোচ্চ ন্যায়ালয়ে কটাক্ষ কৰে। শুনানিৰ সময়ত খণ্ডপীঠে কয়, ‘আপুনি প্ৰথমে তামিলনাডুত কাৰোবাক প্ৰতাৰণা কৰে, তাৰ পিছত জম্মু-কাশ্মীৰলৈ যায় আৰু তাৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ গতি কৰে।’ ন্যায়ালয়ে স্পষ্ট কৰে যে ইমান ব্যাপক পৰিসৰত সংঘটিত হোৱা অপৰাধৰ ক্ষেত্ৰত কোনো ধৰণৰ সকাহ প্ৰদান কৰিব নোৱাৰি। সেয়েহে উচ্চতম ন্যায়ালয়ে আবেদনখন বিবেচনা কৰিবলৈ অস্বীকাৰ কৰি অভিযুক্তজনক প্ৰয়োজনীয় সকাহৰ বাবে সংশ্লিষ্ট আঞ্চলিক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cyber crime
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত
বিনোদন

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

July 15, 2026
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

July 15, 2026
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
Next Post
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ'ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.