• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ কাৰ আয় বাঢ়িব? কাৰ কাৰ বিবাহৰ যোগ? জানি থওক ২০২৪ চনৰ ৰাশিফলে কি কৈছে?

কাৰ কাৰ আয় বাঢ়িব? কাৰ কাৰ বিবাহৰ যোগ? জানি থওক ২০২৪ চনৰ ৰাশিফলে কি কৈছে?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰ কাৰ আয় বাঢ়িব? কাৰ কাৰ বিবাহৰ যোগ? জানি থওক ২০২৪ চনৰ ৰাশিফলে কি কৈছে?

editor by editor
January 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাৰ কাৰ আয় বাঢ়িব? কাৰ কাৰ বিবাহৰ যোগ? জানি থওক ২০২৪ চনৰ ৰাশিফলে কি কৈছে?
0
SHARES
26.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গ্ৰহ-নক্ষত্ৰৰ যোগৰ উপৰত নিৰ্ভৰ কৰিয়েই ভাগ্যোন্নতি হয়। কেনে যাব নতুন বছৰ? সঞ্চয়ৰ সম্ভাৱনা আছে নে বাঢ়িব খৰচ? কৰ্মক্ষেত্ৰত অৱনতি নে উন্নতি? প্ৰেমৰ সম্পৰ্কত আহিব নেকি বিৰাট পৰিবৰ্তন? কোন ৰাশিৰ ভাগ্যত কি আছে? জানি থওক সবিশেষ

মেষ ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আগন্তুক বছৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিপুল লক্ষ্মীলাভৰ সম্ভাৱনা। ব্যৱসায়ীসকলৰ উন্নতি হ’ব। বাঢ়িব আয়। যিসকলে শ্বেয়াৰত বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ হ’ব নতুন বছৰ। বেছিকৈ বিনিয়োগ কৰিব পাৰে। কেৱল আৰ্থিকতেই নহয়, আগন্তুক বছৰ প্ৰেমজীৱনতো বিৰাট পৰিবৰ্তন আহিব। দীৰ্ঘদিনৰ সম্পৰ্কই পূৰ্ণতা লাভ কৰিব। ভ্ৰমণপিপাসুসকলে ফুৰিবলৈ যোৱাৰ সুযোগ পাব। জ্বৰ, ছৰ্দি, কাঁহ, মূৰৰ বিষৰ দৰে সৰুসুৰা শাৰীৰিক অসুস্থতা আহিব পাৰে। কোনো গুৰুত্বৰ শাৰীৰিক সমস্যা হোৱাৰ সম্ভাৱনা নাই।

বৃষ ৰাশি
এই ৰশিৰ জাতকৰ শৰীৰ, স্বাস্থ্য আগন্তুক বছৰত বৰ এটা ভালেৰে নাযাব। কেৰিয়াৰত অৱশ্যে উন্নতি হ’ব। বেচৰকাৰী সংস্থাত কৰ্মৰতসকলৰ পদোন্নতিৰ সম্ভাৱনা। স্বাভাৱিকভাৱেই বেতন বাঢ়িব। ব্যৱসায়ীসকলৰ শ্ৰী বৃদ্ধিৰ সম্ভাৱনা। শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰোতে ভাৱিচিন্তি সিদ্ধান্ত লওক। অন্যথা বিপদ বাঢ়িব। যিসকল পঢ়াশুনাৰ সৈতে যুক্তসকলে মাৰ্চ, এপ্ৰিল আৰু ডিচেম্বৰ মাহত সমস্যা বাঢ়িব। পাৰিবাৰিক জীৱনত কিছু বাধাবিঘিনি আহিব পাৰে। পিতৃ-মাতৃৰ অসুস্থতাই আপোনাক চিন্তিত কৰিব। ইয়াৰোপৰি মোমায়েকৰ ঘৰৰ কোনো লোক অসুস্থ হৈ পৰিব। শাৰীৰিক অসুস্থতাই প্ৰেম আৰু বৈবাহিক জীৱনত প্রভাৱ পেলাব। নিজৰ স্বাস্থ্যৰ দিশেৰে নজৰ দিয়ক। চিকিৎসকৰ কাষলৈ যাব লগা হ’ব পাৰে।

মিথুন ৰাশি
আগন্তুক বছৰত কৰ্মক্ষেত্ৰত সাফল্যৰ চূড়াত উঠিব এই ৰাশিৰ জাতক-জাতিকা। বেচৰকাৰী সংস্থাত কৰ্মৰতসকলৰ পদোন্নতিৰ যোগ। বদলিৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ লক্ষ্মীলাভ। দাম্পত্য জীৱনত সম্পৰ্কত ফাঁট মেলিব পাৰে। প্ৰেমৰ সম্পৰ্কো ভুল বুজাবুজি। বৈবাহিক সম্পৰ্কত আইনী বিচ্ছেদো হ’ব পাৰে। শাৰীৰিক সমস্যাই দেখা দিব পাৰে। আগন্তুক বছৰত হাইপাৰ টেনছন, অৱসাদৰ দৰে নানান সমস্যাই দেখা দিব পাৰে। ইয়াৰোপৰি পেট আৰু চকুৰ সমস্যাত ভুগিব পাৰে এই ৰাশিৰ জাতকসকল।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক ভ্ৰমণপিপাসু। কাৰণ ড্ৰিম, ডেষ্টিনেশ্ব্যনতো সাফল্যৰ যোগ আছে। শাৰীৰিক অসুস্থতাৰ বাবে বিপুল অৰ্থ ব্যয় হ’ব পাৰে। দাম্পত্য জীৱনত সম্পৰ্ক মধুৰ হ’ব। চিংগলসকলে নতুন সম্পৰ্কত বান্ধ খাব পাৰে। পৰিয়ালৰ লোকসকলৰ সৈতে ভাল সময় কটাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও আগন্তুক বৰ্ষটো শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভৰ সম্ভাৱনা।

সিংহ ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত বিপুলভাৱে লাভৱান হ’ব। কৰ্মক্ষেত্ৰত উন্নতি হ’ব। কৰ্মসূত্ৰে বিদেশ ভ্ৰমণৰো যোগ আছে। দীৰ্ঘদিন ধৰি পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব পাৰে। পিতৃৰ সৈতে দূৰত্ব বাঢ়িব। প্ৰেমত উন্নত। বিবাহৰ বান্ধোনতো বান্ধ খাব পাৰে। আৱেগৰ বশবৰ্তী হৈ কোনো কাম নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে আগন্তুক বছৰটো অত্যন্ত শুভ। শৰীৰ, স্বাস্থ্য ভালেই থাকিব।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক-জাতিকাসকলে চলিত বছৰত ধৈৰ্য্যৰ পৰীক্ষা দিব পাৰে। কাৰণ কৰ্মক্ষেত্ৰত এটাৰ পাছত আনটো বাধা আহিব। ঠাণ্ডা মূৰেৰে পৰিস্থিতি সম্ভালিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বছৰটো বৰ এটা শুভ নহ’ব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কত শুভ। শৰীৰ-স্বাস্থ্য খুব ভালেৰে নাযাব। স্ত্ৰীৰ স্বাস্থ্যৰ দিশেৰে নজৰ দিব। বছৰৰ আৰম্ভণিতে শাৰীৰিক দিশত নজৰ দিব। পঢ়ুৱৈসকলে পৰীক্ষাত আশানুৰূপ ফল লাভ কৰিব। আগন্তুক বছৰত আৱেগ সম্ভালি চলিব। অযথা সম্পৰ্ক নষ্ট হ’বলৈ নিদিব।

তুলা ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন বছৰটো শুভ। আয়তকৈ ব্যয় বেছি হোৱাৰ সম্ভাৱনা। ইয়াৰ ফলত মানসিক চাপ বাঢ়িব। আগন্তুক বছৰত আয় আৰু ব্যয়ৰ ভাৰসাম্য বজায় ৰখাটো এই ৰাশিৰ জাতক-জাতিকাৰ সন্মুখত ডাঙৰ চেলেঞ্জ। প্ৰেমৰ সম্পৰ্কত উন্নতি হ’ব। সংগী নতুবা সংগীনিৰ সৈতে আপোনাৰ প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব। অবিবাহিতসকলৰো বিবাহৰ যোগ আছে।

বৃশ্চিক ৰাশি
আগন্তুক বছৰত এই ৰাশিৰ জাতক-জাতিকাসকলে আৰ্থিক উন্নতিৰ বাবে সুযোগ পাব। নিজৰ সপোন পূৰণৰ যোগ আছে। পৰিশ্ৰমৰ ফলত আগন্তুক বৰ্ষত বেছি নম্বৰ লাভ কৰি ছাত্ৰ-ছাত্ৰীসকলে।

ধনু ৰাশি
ধনু ৰাশিৰ সমস্ত জাতক-জাতিকাসকলে উচ্চশিক্ষাৰ সপোন দেখিলে সেয়া পূৰণ হ’ব। অৱশ্যে ইয়াৰ বাবে সু পৰিকল্পনাৰ প্ৰয়োজন আছে। মনত ৰাখিব, সুপৰিকল্পনাৰেহে আগন্তুক বছৰত সাফল্যৰ চূড়াত উপনীত হ’ব। নতুন বন্ধু গঢ়ি উঠিব। প্ৰথম তিনি মাহৰ ভিতৰত প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাৰ সম্ভাৱনা আছে। আয়ত ভাল। অৱশ্যেই বিনিয়োগত মন দিয়ক। শৰীৰে আমনি দিব পাৰে। খোৱা-বোৱা ঠিক কৰক।

মকৰ ৰাশি
ভৱাচিন্তা কৰি সিদ্ধান্ত লওক। আগন্তুক বছৰত বেয়া অভ্যাসসমূহ ত্যাগ কৰিলে আপোনাৰ পক্ষেই শুভ। বিনিয়োগত ভাবি-চিন্তি সিদ্ধান্ত লওক। সম্পৰ্কত উন্নতি। ইতিবাচত চিন্তা কৰক। অবিবাহিতসকলৰ বিবাহৰ যোগ আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বছৰটো শুভ। পৰীক্ষাৰ ফল শুভ হ’ব। উচ্চশিক্ষাৰ ইচ্ছাপূৰণ হ’ব। মানসিক দুচিন্তাৰ কাৰণে শাৰীৰিক স্বাস্থ্যতো প্রভাৱ পৰিব পাৰে। নিজৰ শৰীৰৰ দিশত নজৰ দিয়ক। অন্যথা বিপদ অৱশ্যম্ভাৱী।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আগন্তুক বছৰ বৰ এটা মসৃণ নহ’ব। বিভিন্ন চেলেঞ্জৰ মুখামুখি হ’ব পাৰে। কেৰিয়াৰত কিছু বাধা আহিব। ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন বছৰটো বৰ এটা শুভ নহয়। অৱশ্যে কোনো কামত সম্পূৰ্ণ ব্যৰ্থও নহ’ব। সাফল্য আহিবলৈ কিছু দেৰী লাগিব পাৰে। এই সময়ত আপুনি এই কথাই মনত ৰাখক যে, অন্ধকাৰৰ পাছতেই নতুন সুৰ্যোদয় হয়।

মীন ৰাশি
এই ৰাশিৰ জাতক-জাতিকাসকলে কামত ব্যস্ত হৈ থাকি ভালপায়। সেয়ে কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিক কোনোৱে বাধা দিব নোৱাৰিব। কৰ্মসূত্ৰত বিদেশ ভ্ৰমণৰ সম্ভাৱনা। কিন্তু কামৰ চাপত বহুক্ষেত্ৰত প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে। পৰিয়ালক সময় দিয়ক। প্ৰেমৰ সম্পৰ্কত উন্নতি। দাম্পত্য জীৱন সুখকৰ হ’ব। খোৱাবোৱা ঠিকমতে কৰিব অন্যথা অসুস্থ হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

ওড়িশাৰ পৰা খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা দুগৰাকী তৰুণৰ, ১৪০০ কিঃমিঃ যাত্ৰাপথত তেঁওলোকে বুজাব আধ্যাত্মিকতাৰ কথা

ওড়িশাৰ পৰা খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা দুগৰাকী তৰুণৰ, ১৪০০ কিঃমিঃ যাত্ৰাপথত তেঁওলোকে বুজাব আধ্যাত্মিকতাৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.