• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ

উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ

12 months ago

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

9 minutes ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

55 minutes ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

2 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

2 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

3 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

3 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

3 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

4 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

4 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

5 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

7 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ

উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ

editor by editor
April 7, 2025
in জীৱনশৈলী
0
উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৫ এপ্ৰিলত পালিত হব ব’হাগ বিহু৷ ঠিক তাৰ পূৰ্বৰ দিনা অৰ্থাৎ ১৪ এপ্ৰিলত সূৰ্যই এবছৰ পাছত মেষ ৰাশিত প্ৰৱেশ কৰিব৷ মঙ্গলৰ ৰাশি মেষ হৈছে সূৰ্যৰ শক্তিশালী ঘৰ৷ নিজৰ উচ্চৰাশি মেষত সূৰ্যৰ গোচৰৰ ফলত গঠিত হব আদিত্য যোগ৷ এই যোগৰ প্ৰভাৱত মেষ সংক্ৰান্তিৰ পৰাই কেৰিয়াৰত বিশেষ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ৷ জানি থওক জ্যোতিষ গণনা অনুসৰি আদিত্য যোগত কাৰ কাৰ উন্নতি হ’ব?

মেষ ৰাশি

১৪ এপ্ৰিলৰ পৰা সাফল্য আৰু উন্নতি আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি একাধিকবাৰ আৰ্থিক সাফল্যৰ মুখ দেখিব৷ যিসকলে পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ মনৰ আশা পূৰণ হব৷ ইয়াৰোপৰি এই সময়ত কেৰিয়াৰত বিশেষ কাৰোবাৰ সাহায্য আৰু পৰামৰ্শ পাব পাৰে৷ ইয়াৰ ফলত পেছাগত জীৱনত উন্নতিৰ পথত আগুৱাই যাব৷

বৃষ ৰাশি

কোনো বিশেষ বন্ধু, সংগী বা শুভাকাংক্ষী প্ৰথম ব’হাগৰ পৰা বৃষ ৰাশিৰ জাতকৰ জীৱনলৈ আহিব৷ এই সম্পৰ্ক আপোনাৰ জীৱনত দীৰ্ঘস্থায়ী হব৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব আৰু নিজৰ উজ্জ্বল ভৱিষ্যৎ দেখিব পাৰে৷ সম মনোভাৱাপন্ন কোনো মানুহৰ সৈতে কাম কৰিব পাৰে৷ চাকৰি পৰিবৰ্তন কৰিব খোজা সকলৰ বাবে এই সময় ভাল সময়৷

মিথুন ৰাশি

আদিত্য যোগৰ প্ৰভাৱত প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে মিথুন ৰাশিৰ জাতকে৷ ৰোমাণ্টিক ডেটত সংগীৰ সৈতে ভাল সময় কটাব৷ এই সময়ত আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হব মিথুন ৰাশিৰ জাতকৰ৷ কঠিন পৰিশ্ৰম কৰিলে তাৰ ফল নিশ্চয় পাব৷ নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিব৷ ইয়াৰ ফলত বেংক বেলেন্স বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷

সিংহ ৰাশি

১৪ এপ্ৰিলৰ পৰা বেছ কিছু ধন সঞ্চয় কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আৰ্থিকভাৱে ভাল অৱস্থা থাকিব৷ কেৰিয়াৰক আৰু শক্তিশালী কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ অফিচত সহকৰ্মীসকলৰ মাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব৷ ডাঙৰ কিছু সাফল্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ নিজৰ সাফল্যৰ পতাকা উৰুৱাব পাৰিব৷

বৃশ্চিক ৰাশি

আদিত্য যোগ গঠন হওঁতেই সকলো সমস্যা দূৰ হব বৃশ্চিক ৰাশিৰ জাতকৰ৷ আৰ্থিকভাৱে ভাল সময় আহিব আপোনাৰ৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ কাষৰ মানুহৰ সৈতে খুব ভাল সময় কটাব৷ অফিচত সকলোৰে সৈতে ভাল সম্পৰ্ক থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ এই সময়ত কোনো বিশেষ কামৰ দায়িত্ব পাব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
নিম কৰোলি বাবা কোন? তেওঁৰ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য

নিম কৰোলি বাবা কোন? তেওঁৰ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.