• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিম কৰোলি বাবা কোন? তেওঁৰ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য

নিম কৰোলি বাবা কোন? তেওঁৰ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য

1 year ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

17 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

50 minutes ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

5 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

6 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিম কৰোলি বাবা কোন? তেওঁৰ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য

নিম কৰোলি বাবা কোন? তেওঁ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য

editor by editor
April 7, 2025
in জীৱনশৈলী
0
নিম কৰোলি বাবা কোন? তেওঁৰ আশ্ৰমলৈ কিয় আহিছে জুকাৰবাৰ্গৰ পৰা ধনকুবেৰ ষ্টিভ জোবছলৈকে বহু উদ্যোগী? জানি থওক ১১ টা বিশেষ তথ্য
0
SHARES
220
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱভূমি উত্তৰাখণ্ডৰ নাইনিতালৰ পৰা ৩৮ কিঃমিঃ দূৰৈত আছে কাঞ্চিধাম৷ কুমায়ুন উপত্যকাৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজত অৱস্থিত নিম কৰোলি বাবাৰ আশ্ৰম৷ নিম কৰোলি বাবাৰ আশ্ৰমলৈ বহু লোক দৈনিক উপস্থিত হয়৷ কিছুদিন পূৰ্বে বৃন্দাবনৰ নিম কৰোলি বাবাৰ আশ্ৰমত ক্ৰিকেটাৰ বিৰাট কোহলি আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাও উপস্থিত হোৱাৰ খবৰ ভাইৰেল হৈছিল৷ তথ্যই কৈছে নিম কৰোলি বাবাৰ আশ্ৰমলৈ একালত আহিছিল ধনকুবেৰ ষ্টিভ জোবছৰ পৰা আৰম্ভ কৰি মাৰ্ক জুকাৰবাৰ্গো৷ কিন্তু এই নিম কৰোলি বাবা কোন? জানি থওক তেওঁৰ বিষয়ে এই ১১ টা চমকপ্ৰদ তথ্য৷

নিম কৰোলি বাবাঃ

১. হিন্দু ধৰ্মগুৰু নিম কৰোলি বাবাই তেওঁৰ ভক্তসকলৰ মাজত মহাৰাজজী নামেৰে পৰিচিত৷ তেওঁ বজৰংবলীৰ ভক্ত আছিল৷

২. উইকিপিডিয়াৰ তথ্যই কয় ১৯০০ চনত উত্তৰপ্ৰদেশত জন্ম হৈছিল নিম কৰোলি বাবাৰ৷ তাতেই ফিৰোজাবাদৰ আকবৰপুৰ গাওঁত এক ব্ৰাহ্মণ পৰিয়ালত নিম কৰোলি বাবাৰ জন্ম৷

৩. নিম কৰোলি বাবাৰ প্ৰকৃত নাম লক্ষ্মীনাৰায়ণ শৰ্মা৷ তথ্যই কৈছে তেওঁক ১১ বছৰ বয়সত বিয়া কৰাই দিয়ে পিতৃ মাতৃয়ে৷ কিন্তু বিবাহৰ পাছতেই তেওঁৰ সন্ন্যাসী হোৱাৰ ইচ্ছা জাগি উঠে বাবে তেওঁ ঘৰ এৰি আঁতৰি আহে৷

৪. ঘৰ এৰি যোৱাৰ পাছত আকৌ পিতৃৰ অনুৰোধত তেওঁ ঘৰলৈ উভতি আহে৷ বিবাহিত জীৱন যাপন কৰে৷ পাছলৈ তেওঁ বাবা লক্ষ্মণ দাস নামেৰে পৰিচিত হয়৷ ইয়াৰপাছতেই ১৯৫৮ চনত তেওঁ আকৌ ঘৰ এৰে বাবা লক্ষ্মণ দাসে৷ তাৰপিছতেই তেওঁ সমগ্ৰ উত্তৰ ভাৰতৰ নানান প্ৰান্তত উপস্থিত হয়৷

৫. নিম কৰোলি বাবাৰ দুখন আশ্ৰম আছে৷ এখন কাঞ্চি ধাম আনখন আছে বৃন্দাবনত৷

৬. কাঞ্চিধামতেই তেওঁ জীৱনৰ শেষ সময় কটাইছিল৷ এই আশ্ৰম ১৯৬৮ চনত তৈয়াৰ হৈছিল৷ আশ্ৰমৰ সৈতে আছে হনুমান মন্দিৰ৷

৭. দ্যা টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্টত উল্লেখিত তথ্যই কৈছে, ১৯৭০ চনৰ মাজত নিম কৰোলি বাবাৰ উত্তৰাখণ্ডৰ আশ্ৰমলৈ এপলৰ প্ৰতিষ্ঠাতা ষ্টিভ জোবছ আহিছিল৷ তাতেই বাবাৰ আশ্ৰমিকসকলৰ সৈতে তেওঁ সময় কটাইছিল৷

৮. ৰিপৰ্টে দাবী কৰিছে যে ২০১৫ চনত নিম কৰোলি বাবাৰ সেই আশ্ৰমলৈ মাৰ্ক জুকাৰবাৰ্গো আহিছিল৷ সেই সময়ত ফেছবুকে বৰ বেছি জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাছিল৷ উন্নতিৰ জখলাত ভৰিহে থৈছিল ফেছবুকে৷

৯. টুইটাৰৰ প্ৰাক্তন সহ প্ৰতিষ্ঠাতা দ্যাক ডৰছিও এই নিম কৰোলি বাবাৰ আশ্ৰমলৈ আহিছিল বুলি জনা যায়৷

১০. মূলত ভালপোৱা, সেৱা, ধ্যান আৰু নানান বিষয় সম্পৰ্কে নানান দিশত চৰ্চা কৰিছিল নিম কৰোলি বাবাই৷

১১. তথ্য অনুসৰি ১৯৭৩ চনত বৃন্দাবনৰ এখন হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰে নিম কৰোলি বাবাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
ভাল খবৰ! বাঢ়িল ১০০ দিনৰ MGNREGA প্ৰকল্পৰ দৈনিক মজুৰি, কিমান বাঢ়িব দৈনিক মজুৰি?

ভাল খবৰ! বাঢ়িল ১০০ দিনৰ MGNREGA প্ৰকল্পৰ দৈনিক মজুৰি, কিমান বাঢ়িব দৈনিক মজুৰি?

চন্দ্ৰদেৱৰ কৃপাত ভৰি উঠিব পকেট, এপ্ৰিলতেই আছে ধন লাভৰ যোগ, ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

চন্দ্ৰদেৱৰ কৃপাত ভৰি উঠিব পকেট, এপ্ৰিলতেই আছে ধন লাভৰ যোগ, ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.