• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিত ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ

আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিত ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ

1 year ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

18 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

42 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিত ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ

আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিৰ ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
April 12, 2025
in জীৱনশৈলী
0
আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিত ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ’ত মাহৰ পূৰ্ণিমা তিথি হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে অত্যন্ত শুভ আৰু পবিত্ৰ৷ আজি ১২ এপ্ৰিল ২০২৫ শনিবাৰে চ’তৰ পূৰ্ণিমা৷ এই দিনটোতেই জন্মগ্ৰহণ কৰিছিল পৱন পুত্ৰ হনুমানে৷ চ’ত পূৰ্ণিমাৰ চন্দ্ৰক গোলাপী চন্দ্ৰ বা পিংক মুন অথৱা ছুপাৰ মুন বুলিও কোৱা হয়৷ চ’ত পূৰ্ণিমাত চন্দ্ৰ পৃথিৱীৰ কাষলৈ আহে৷

ইয়াৰ ফলত এইদিনটোত পৃথিৱীৰ পৰা চন্দ্ৰক বেছি উজ্জ্বল দেখা যায়৷ আজি ১২ এপ্ৰিলত এই বছৰৰ প্ৰথম পিংক মুন দেখা যাব৷ জ্যোতিষ গণনা অনুসৰি এই বিশেষ দিনটোত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক পিংক মুনৰ বাবে আজি উজ্জ্বল হ’ব কোন কোন ৰাশিৰ জাতকৰ ভাগ্য?

 বৃষ ৰাশি

বছৰৰ প্ৰথম পিংক মুনৰ উজ্জ্বলতাই উজলাব বৃষ ৰাশিৰ জাতকৰ জীৱন৷ এই সময়ত সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক ৰোমান্সেৰে ভৰপুৰ হব৷ আপোনাৰ মনৰ কথা সংগীৰ ওচৰত প্ৰকাশ কৰক৷ অংশীদাৰিত্বৰ ব্যৱসায়ত মোটা টকা লাভ কৰিব৷ যিসকল অবিবাহিত তেওঁলোকৰ এই সময়ত বিবাহৰ কথাও আগুৱাব পাৰে৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ আহিব৷

কৰ্কট ৰাশি

চ’ত পূৰ্ণিমাত চন্দ্ৰৰ আলোকেৰে উজলিব কৰ্কট ৰাশিৰ জাতকৰ ভাগ্য৷ সুখ, শান্তি, সম্পদৰ অভাৱ নাথাকিব আপোনাৰ জীৱনত৷ প্ৰেম জীৱন সুন্দৰ হব৷ যিসকলৰ চিংগল তেওঁলোকৰ বিশেষ কাৰোবাৰ সৈতে সাক্ষাৎ হব পাৰে৷ দাম্পত্য জীৱনত সংগীৰ সৈতে ভালপোৱাৰ বন্ধনত বান্ধ খাব আপুনি৷ কোনো প্ৰিয়জনৰ সৈতে সময় কটাব৷

কন্যা ৰাশি

বছৰৰ প্ৰথম ছুপাৰ মুনৰ প্ৰভাৱত উৎসাহ আৰু উদ্দীপনাৰ কোনো অভাৱ নাথাকিব কন্যা ৰাশিৰ জাতকৰ৷ নতুন কোনো বিষয় এই সময়ত শিকিব পাৰে৷ কামত দক্ষতা বাঢ়িব৷ পঢ়াশুনাৰ প্ৰতি এই সময়ত আগ্ৰহ বাঢ়িব কন্যাৰ জাতকৰ৷ চন্দ্ৰৰ প্ৰভাৱত কথাবাৰ্তা আৰু আচৰণ সুন্দৰ হব৷ নতুন কোনো প্ৰকল্পত কাম কৰাৰ সুযোগ পাব৷

বৃশ্চিক ৰাশি

২০২৫ চনৰ প্ৰথম ছুপাৰ মুনে বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনলৈ উল্লেখযোগ্য পৰিবৰ্তন আনিব৷ মহাজাগতিক এই ঘটনাৰ শুভ প্ৰভাৱত ব্যক্তিগত আৰু পেছাগত জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কেৰিয়াৰ সংক্ৰান্তীয় কোনো সুখবৰ আপুনি পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰতো ভাল সময় আহিব৷ জীৱনৰ প্ৰতি পদত এই সময়ত সাফল্য লাভ কৰিব৷

কুম্ভ ৰাশি

পিংক মুনৰ আভাত পেছাগত জীৱনত প্ৰচুৰ উন্নতি কৰিব কুম্ভ ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ সম্পূৰ্ণ মনোযোগ দি কঠোৰ পৰিশ্ৰমৰ সৈতে আপুনি কাম কৰিব৷ তাৰ ফলত সৌভাগ্য লাভ কৰিব৷ ব্যৱসায়ত নতুন চুক্তি চূড়ান্ত কৰিব পাৰে৷ বিশেষকৈ আপুনি সাফল্যৰ পথত আগুৱাই যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
প্ৰতিমাহে সুদ পাব ৯ হাজাৰ টকা, কোন চৰকাৰী স্কিমত বিনিয়োগ কৰিব? জানি থওক সবিশেষ

প্ৰতিমাহে সুদ পাব ৯ হাজাৰ টকা, কোন চৰকাৰী স্কিমত বিনিয়োগ কৰিব? জানি থওক সবিশেষ

কানাড়া বেংকৰ ফিক্সড ডিপোজিট স্কিমত ৩ বছৰৰ বাবে ৩ লাখ টকা ডিপোজিট কৰিলে কিমান ৰিটাৰ্ণ পাব?

কানাড়া বেংকৰ ফিক্সড ডিপোজিট স্কিমত ৩ বছৰৰ বাবে ৩ লাখ টকা ডিপোজিট কৰিলে কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.