• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিমাহে সুদ পাব ৯ হাজাৰ টকা, কোন চৰকাৰী স্কিমত বিনিয়োগ কৰিব? জানি থওক সবিশেষ

1 year ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

7 minutes ago
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

55 minutes ago
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

1 hour ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

2 hours ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

16 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

17 hours ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

19 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

20 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিমাহে সুদ পাব ৯ হাজাৰ টকা, কোন চৰকাৰী স্কিমত বিনিয়োগ কৰিব? জানি থওক সবিশেষ

প্ৰতিমাহে সুদ পাব ৯ হাজাৰ টকা, কোন চৰকাৰী স্কিমত বিনিয়োগ কৰিব? জানি থওক সবিশেষ

editor by editor
April 12, 2025
in জীৱনশৈলী
0
প্ৰতিমাহে সুদ পাব ৯ হাজাৰ টকা, কোন চৰকাৰী স্কিমত বিনিয়োগ কৰিব? জানি থওক সবিশেষ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি মাহত এক নিৰ্দিষ্ট পৰিমাণৰ টকা আয় কৰিব খোজে তেন্তে অন্যান্য কৰোবাত বিনিয়োগ কৰাতকৈ চৰকাৰী স্কিমৰ ওপৰতেই ভৰসা ৰাখক৷ তাৰপৰাই আপুনি বিৰাট লাভ পাব৷ প’ষ্ট অফিচ নেশ্ব্যনেল ছেভিংছ স্কিমে আপোনাক দিব পাৰে নতুন জীৱন৷ আপোনাৰ জমা ধনৰ ওপৰত আপুনি পাব ভাল পৰিমাণৰ সুদ৷ যিসকলে ইয়াত বিনিয়োগ কৰে তেওঁলোকে কোনো ভয় নৰখাকৈ বিনিয়োগ কৰিব পাৰে৷ ইয়াত ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ৯ লাখ টকা বিনিয়োগ কৰিব পাৰে৷ যদি জয়েণ্ট একাউণ্ট খুলে তেন্তে ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷

এই একাউণ্টৰ সময়সীমা হৈছে ৫বছৰ৷ যদি ৩ বছৰ পাছত আপুনি এই একাউণ্ট বন্ধ কৰি দিয়ে তেন্তে ২শতাংশ ডিপোজিট চাৰ্জ কাটি দিয়া হব৷ যদি ৩ৰ পৰা ৫ বছৰৰ ভিতৰত বন্ধ কৰি দিয়ে তেন্তে ১শতাংশ হাৰত ডিপোজিট চাৰ্জ কাটি দিয়া হব৷ যদি আপুনি ৫লাখ টকা ৰাখে তেন্তে মাহত আপুনি লাভ কৰিব ৩ হাজাৰ ৮৩টকা৷ যদি ৯ লাখ টকা ৰাখে তেন্তে মাহিলী ৫ হাজাৰ ৫৫০ টকা লাভ কৰিব আপুনি৷ যদি ১৫ লাখ টকা ৰাখে তেন্তে ৯ হাজাৰ ২৫০ টকাকৈ পাব আপুনি৷ এই অফাৰ আছে ৫বছৰৰ বাবে৷

অৱশ্যে এই স্কিমত একাউণ্ট খুলিবলৈ হ’লে ভাৰতীয় হ’ব লাগিব৷ ইয়াৰ সৈতে আপুনি তিনিজনৰ সৈতে মিলি জয়েণ্ট একাউণ্টো খুলিব পাৰে৷ যদি সৰু কাৰোবাৰ নাম থাকে তেন্তে অভিভাৱক হিচাপে এজনৰ নাম থাকিলেও হয়৷ ইয়াত প্ৰতিমাহে সুদ পোৱা যাব৷ যদি আপুনি সুদৰ টকা উঠাই নলয় তেতিয়া আৰু বেছি হৈ আপোনাৰ হাতলৈ উভতি আহিব৷

এতিয়া বিনিয়োগ কৰাৰ প্রথম এবছৰ পৰ্যন্ত টকা তুলিব নোৱাৰিব আপুনি৷ যদি সেয়া কৰে তেন্তে পেনাল্টি কাটি লোৱা হব৷ যদি ভাৱে যে নিজৰ একাউণ্ট বন্ধ কৰিব তেতিয়া এখন দৰ্খাস্ত পোষ্ট অফিচত দিলেই সেয়া বন্ধ হৈ পৰিব৷

৫ বছৰৰ পাছত আপুনি সম্পূৰ্ণ টকা তুলি লব পাৰিব৷ ইয়াৰবাবে আপুনি এখন আবেদন কৰিব লাগিব পোষ্ট অফিচত৷ যদি সময়ৰ পূৰ্বে প্ৰধান বিনিয়োগকাৰীৰ মৃত্যু হৈ যায় তেতিয়া অতি সহজেই তেওঁৰ নমিনিয়ে সেই টকা লাভ কৰিব৷ সেই নমিনিয়ে সুদৰ টকাও পাব৷ টকা বিনিয়োগ কৰাৰ পূৰ্বে পোষ্ট অফিচত গৈ সমস্ত তথ্য জানি থওক৷ যদি আপুনি কোনো প্ৰতাৰণাৰ চিকাৰ হয় তেন্তে ইয়াৰ বাবে অসম লাইভ ২৪ দায়ী নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

May 28, 2026
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ
জীৱনশৈলী

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

May 28, 2026
Next Post
কানাড়া বেংকৰ ফিক্সড ডিপোজিট স্কিমত ৩ বছৰৰ বাবে ৩ লাখ টকা ডিপোজিট কৰিলে কিমান ৰিটাৰ্ণ পাব?

শুক্ৰৰ মাৰ্গীত ৬ ৰাশি কোটিপতি! মালব্য ৰাজযোগত বিপুল আৰ্থিক লাভ, টকাৰ বৰষুণ হ’ব কাৰ কাৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন