• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ মাৰ্গীত ৬ ৰাশি কোটিপতি! মালব্য ৰাজযোগত বিপুল আৰ্থিক লাভ, টকাৰ বৰষুণ হ’ব কাৰ কাৰ ওপৰত?

শুক্ৰৰ মাৰ্গীত ৬ ৰাশি কোটিপতি! মালব্য ৰাজযোগত বিপুল আৰ্থিক লাভ, টকাৰ বৰষুণ হ’ব কাৰ কাৰ ওপৰত?

1 year ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

20 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

52 minutes ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

1 hour ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

2 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

3 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

4 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

4 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

5 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

20 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

21 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ মাৰ্গীত ৬ ৰাশি কোটিপতি! মালব্য ৰাজযোগত বিপুল আৰ্থিক লাভ, টকাৰ বৰষুণ হ’ব কাৰ কাৰ ওপৰত?

শুক্ৰৰ মাৰ্গীত ৬ ৰাশি কোটিপতি! মালব্য ৰাজযোগত বিপুল আৰ্থিক লাভ, টকাৰ বৰষুণ হ’ব কাৰ কাৰ ওপৰত?

editor by editor
April 13, 2025
in জীৱনশৈলী
0
শুক্ৰৰ মাৰ্গীত ৬ ৰাশি কোটিপতি! মালব্য ৰাজযোগত বিপুল আৰ্থিক লাভ, টকাৰ বৰষুণ হ’ব কাৰ কাৰ ওপৰত?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১৩ এপ্ৰিলত শুক্ৰই মীন ৰাশিত অৱস্থান কৰিছে৷ শুক্ৰই ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ ইয়াৰপাছতেই আকৌ গতি পৰিবৰ্তন কৰিব৷ মীন ৰাশি হৈছে শুক্ৰৰ উচ্চ ৰাশি আৰু এই ৰাশিতেই শুক্ৰই গমন কৰিব৷ যেতিয়া শুক্ৰই তাৰ উচ্চ ৰাশিত থাকে তেতিয়া মালব্য নামৰ এক ৰাজযোগ তৈয়াৰ হয়৷
যেতিয়া শুক্ৰই চিধা গতিৰে যাত্ৰা কৰে তেতিয়া বহু ৰাশিচক্ৰৰ জাতকে ভাল সুবিধা পায়৷ যিসকলে সম্পদ, সমৃদ্ধি আৰু সুখ ইত্যাদি সমস্যাত ভূগিছে তেওঁলোকে এতিয়া শুক্ৰ আৰু মালব্য ৰাজযোগৰ কাৰণে জীৱনত বহু সুবিধা পাব৷ শুক্ৰই মীন ৰাশিলৈ অহাৰ কাৰণে কোন কোন ৰাশিৰ জাতকে ভাল লাভ পাব?

বৃষ ৰাশি

শুক্ৰই আপোনাৰ ৰাশিচক্ৰৰ পৰা একাদশ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ ফলত বৃষ ৰাশিৰ জাতকৰ সম্পদ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু আপুনি কামত ভাল সাফল্য পাব৷ এই সময়কালত আপুনি আপোনাৰ বন্ধুৰ পূৰ্ণ সমৰ্থন পাব৷ আপোনাৰ প্ৰতিযোগিতাও কম হব৷ যাৰ কাৰণে আপুনি আপোনাৰ প্ৰতিভা বিশ্বৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ সক্ষম হব৷ শুক্ৰৰ গতিৰ কাৰণে, পৰিয়ালত কোনো ধৰ্মীয় বা শুভ ঘটনা ঘটাৰ সম্ভাৱনা আছে৷ যাৰ কাৰণে সম্পূৰ্ণ পৰিয়ালেই খুব সুখী থাকিব৷

মিথুন ৰাশি

শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিচক্ৰৰ পৰা আঁতৰি দশম স্থানলৈ যাব৷ এই সময়ত মিথুন ৰাশিৰ জাতক জাতিকাই অৰ্থ সঞ্চয় কৰাত সফল হব৷ ৰৈ থকা অৰ্থ পোৱাৰ সম্ভাৱনা আছে৷ এই ৰাশিৰ জাতক জাতিকা, ছাত্ৰছাত্ৰী, কৰ্মজীৱী অথৱা ব্যৱসায়ীয়ে এই সময়কালত বিদেশ ভ্ৰমণ কৰিব পাৰে৷ যি আপোনাৰ বাবে খুবেই উপকাৰী হব৷ শুক্ৰৰ গতিত বৈবাহিক জীৱন শক্তিশালী হব আৰু একেলগে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

শুক্ৰ গ্ৰহই আপোনাৰ ৰাশিচক্ৰৰ পৰা অষ্টম ঘৰলৈ স্থানান্তৰিত হব৷ এই সময়ত সিংহ ৰাশিৰ জাতক জাতিকাই মাটি, ভৱন, অৰ্থ বা যানবাহন সম্পৰ্কিত বিষয়ত ভাল ফলাফল পাব৷ ব্যৱসায়ত লাভৰ শতাংশ বৃদ্ধি পাব পাৰে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থানক শক্তিশালী কৰিব৷ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে সম্পৰ্কিত ব্যক্তিও উপকৃত হব৷ মিডিয়া বা গ্লেমাৰ জগতৰ সৈতে যুক্ত ব্যক্তিয়ে এই সময়কালত ভাল ফলাফল পাব৷ আপোনাৰ প্ৰেম জীৱনত আপুনি আপোনাৰ প্ৰেমিকৰ পৰা পূৰ্ণ সমৰ্থন পাব৷

মকৰ ৰাশি

শুক্ৰই আপোনাৰ ৰাশিচক্ৰৰ পৰা আতঁৰি তৃতীয় অৱস্থানলৈ যাব৷ এই সময়ত আপোনাৰ জীৱনত চলমান অসুবিধাসমূহ শেষ হব আৰু পৰিয়াল বা বন্ধুৰ পৰা কোনো সুসংবাদ পোৱাৰ সম্ভাৱনা আছে৷ শুক্ৰৰ গতিয়ে আপোনাক আৰ্থিক লাভৰ ওপৰিও সুখ সমৃদ্ধি বৃদ্ধিতো সহায় কৰিব৷ যদি বিগত কেইবাদিন ধৰি কোনো সমস্যা চলিছে তেন্তে এই সময়ৰ ভিতৰত সেই সমস্যাৰ সমাধান পোৱা সম্ভৱ৷ আপুনি আপোনাৰ লক্ষ্যৰ ওপৰ সম্পূৰ্ণ মনোযোগী হব৷

কুম্ভ ৰাশি

শুক্ৰই আপোনাৰ ৰাশিচক্ৰৰ দ্বিতীয় অৱস্থানলৈ স্থানান্তৰিত হব৷ এই সময়ত আপুনি নেতৃত্ব দিয়াৰ সুযোগ পাব আৰু লাভৰ পথ প্ৰশস্ত হব৷ আপুনি যদি এজন ছাত্ৰ হয় তেতিয়া এই সপ্তাহত আপুনি পঢ়াশুনাত ভাল ফলাপল পাব৷ আপুনি যদি নিজৰ ব্যৱসায় আৰম্ভ খোজে তেন্তে এই সময়ত ভাল ফল পাব আপুনি৷

মীন ৰাশি

শুক্ৰই আপোনাৰ ৰাশিত ঊৰ্ধগতিত অৰ্থাৎ প্ৰথম অৱস্থানলৈ গমন কৰিব৷ এই সময়ত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি প্ৰতিটো বিষয়ত বেছ সক্ৰিয় থাকিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত ভাল খবৰ পাব৷ আপোনাৰ প্ৰেম জীৱনত যদি কোনো সমস্যা থাকে তেন্তে এই সময়ত শেষ হব৷ আপুনি প্ৰেমিকৰ পৰা পূৰ্ণ সমৰ্থন পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

September 23, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
Next Post
পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট

পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট

শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.