• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

6 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

7 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

8 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

9 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

9 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

10 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

10 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

12 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

12 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

13 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

14 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৮ এপ্ৰিল দিনটো...

editor by editor
April 8, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— এই ৰাশিৰ জাতক-জাতিকাই ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান থাকিব৷ নিৰামিষ আহাৰ গ্ৰহণ কৰিব৷ বিদ্যাৰ্থীসকলৰ বাবে ভাল৷ প্ৰেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৮

বৃষ— আজি যাত্ৰা নকৰাই ভাল৷ সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ শিৱক আৰাধনা কৰিব৷ প্ৰেমত শুভ৷ শুভ সংখ্যা ২

মিথুন— ঘৰত বাহিৰত শনিৰ আসন বনাই তিল তেলৰ প্ৰদীপ জ্বলাই শনিক আৰাধনা কৰিব৷ ব্যৱসায়ীৰ ভাল৷ বিদ্যাৰ্থীৰ মধ্যম৷ শুভ ৰং নীলা, সংখ্যা ২

SEE MORE: উৰন্ত বিমানত মহিলা যাত্ৰীৰ সন্মুখতে হস্তমৈথুন যাত্ৰীৰ! কি হ’ল ইয়াৰ পিছত?

কৰ্কট— আজি মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ৷ প্ৰেমত শুভ৷ বিদ্যাৰ্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ৷ শুভ ৰং নীলা, সংখ্যা ৮

সিংহ—  বিদ্যাৰ্থীৰ কাৰণে শুভ৷ সামাজিক কামত ব্যস্ততা দেখা যায়৷ চাকৰিৰ ক্ষেত্ৰত অশান্তি৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব৷ শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া৷

কন্যা— খৰচ বৃদ্ধি৷ ব্যৱসায়ীৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব৷ বিদ্যাৰ্থীৰ কাৰণে শুভ৷ দিনটোত মনৰ কষ্টত ভূগিব৷ শুভ ৰং বগা, সংখ্যা ৮

SEE MORE: এলিয়েনৰ সংস্পৰ্শত গৰ্ভৱতী হ’ল মহিলা! পেণ্টাগণৰ প্ৰতিবেদনত প্ৰকাশ

তুলা— বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে৷ শুভ কৰ্ম কৰিলে ভাল ফল পাব৷ প্ৰেম-প্ৰণয়ত উন্নত৷ ভ্ৰমণত শুভ৷ শুভ ৰং সোণালী, সংখ্যা ৬

বৃশ্চিক— সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা৷ চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব৷ দিনটো শুভ৷ শুভ ৰং আকাশী নীলা, সংখ্যা ৮

ধনু— অনাদায়ী কিছু ধন আদায় হোৱাৰ যোগ৷ বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব৷ বিদ্যাৰ্থীসকলে যত্ন কৰক৷ শুভ ৰং বগা, সংখ্যা ৭

মকৰ— নীলা কাপোৰ পৰিধান কৰি ও ঐং হ্ৰীং শ্ৰীং শনৈশ্বৰায় নমঃ মন্ত্ৰটি ৮ বাৰ জপ কৰিব৷ ঘৰত অতিথিৰ আগমন৷ শুভ ৰং সেউজীয়া, সংখ্যা ২

কুম্ভ—  প্ৰেমত শুভ৷ দূৰ ভ্ৰমণ৷ যান-বাহনৰ পৰা সাৱধানে থাকিব৷ নতুন কৰ্মত হাত দিব পাৰিব৷ দিনটো শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৬

মীন— নিৰামিষ ব্ৰত পালন কৰিব৷ বিদ্যাৰ্থীসকলৰ ভাল৷ প্ৰেম-দাম্পত্যত শুভ৷ পিতৃৰ অসুখৰ চিন্তা৷ শুভ ৰং ৰঙা, সংখ্যা ২

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলিল চকা! ভাগি দুভাগ হ’ল চলন্ত বিমান, ক’ত?

অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলিল চকা! ভাগি দুভাগ হ’ল চলন্ত বিমান, ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.