মেঘ— এই ৰাশিৰ জাতক-জাতিকাৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে৷ বিদ্যাৰ্থীৰ বাবে দিনটো ভাল৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২
বৃষ— আপোনাৰ চাকৰিৰ কাৰণে দিনটো শুভ৷ যান-বাহনৰ পৰা সাৱধান৷ বিদ্যাৰ্থীৰ কাৰণে দিনটো শুভ৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ৮
মিথুন— দিনটোৰ শেষভাগত উন্নতিৰ সুযোগ আহিব পাৰে৷ ভ্ৰমণৰ যোগ৷ বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ প্ৰেমত শুভ৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২
কৰ্কট— আপোনাৰ চাকৰি ক্ষেত্ৰ আগবাঢ়িব পাৰে৷ শাৰীৰিক বেয়া নহয়৷ বিদ্যাৰ্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ৪
সিংহ— আজিৰ দিনটো কৰ্মত ব্যস্ততা দেখা যায়৷ শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়৷ ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব৷ শুভ ৰং ৰঙা আৰু সংখ্যা ৪
কন্যা— আপোনাৰ সন্তানৰ বাবে চিন্তা থাকিব৷ পুৱা ঘৰৰ পৰা ওলোৱাৰ আগত বেলগছৰ গুৰিত পানী ঢালিব৷ শুভ ৰং সেউজীয়া আৰু সংখ্যা ২
তুলা— আজি দিনটো মানসিক অশান্তিত ভুগি থাকিব৷ শিক্ষাৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযাব৷ ব্যৱসায়ৰ ভাল৷ শুভ ৰং আকাশী নীলা আৰু সংখ্যা ২
বৃশ্চিক— আজি হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷ বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ৷ এজন দৰিদ্ৰ দুখীয়াক কিছু পৰিমাণে চাউল-দাইল দান কৰিব৷
ধনু— দিনটো সাৱধানে থাকিব৷ ব্যৱসায়ত সমস্যা আহিব পাৰে৷ কোনো মহিলাৰ কাৰণে বদনামী হ’ব পাৰে৷ বিদ্যাৰ্থীৰ বাবে শুভ৷ শুভ ৰং বগা আৰু সংখ্যা ২
মকৰ— আপোনাৰ দিনটো শুভ৷ প্ৰেমত ভাল৷ ব্যৱসায়ত সাৱধান৷ শাৰীৰিক বেয়া নহয়৷ শুভ ৰং সেউজীয়া আৰু সংখ্যা ২৷
কুম্ভ— আপোনাৰ চাকৰিৰ ক্ষেত্ৰ বিভিন্ন কাৰণত সমস্যা অহা সম্ভাৱনা৷ বিদ্যাৰ্থীয়ে যত্ন কৰিলে ভবাতকৈও ভাল ফল পাব৷ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা ৮
মীন— দিনটো ভালেই যাব৷ কামত ব্যস্ততাৰে পাৰ হ’ব৷ প্ৰেমত মধ্যম৷ দূৰ ভ্ৰমণ৷ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা ৮
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ