• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

5 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

4 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

7 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

8 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

9 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

editor by editor
November 16, 2025
in বিবিধ, ভাৰত
0
শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যক কোৱা হয় নৱগ্ৰহৰ ৰজা৷ সূৰ্যই মোটামুটি এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ প্ৰতি মাহত এবাৰকৈ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰও পৰিবৰ্তন কৰে সূৰ্যই৷ সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱো বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷

বৰ্তমান সূৰ্য আছে বিশাখা নক্ষত্ৰত৷ আগন্তুক ১৯ নৱেম্বৰত সূৰ্যই অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২ ডিচেম্বৰ পৰ্যন্ত সূৰ্যই তাতেই অৱস্থান কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি অনুৰাধা নক্ষত্ৰত অধিপতি গ্ৰহ হৈছে শনি৷ শনিৰ নক্ষত্ৰ অনুৰাধাত সূৰ্যৰ গোচৰৰ ফলত নানানধৰণে লাভৱান হ’ব তিনি ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন আছে?

মিথুন ৰাশি

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত ব্যৱসায়ত উল্লেখযোগ্য লাভ হব আপোনাৰ৷ চাকৰিয়ালে উন্নতি কৰিব পাৰিব৷ প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হব পাৰে৷ আৰ্থিক পৰিস্থিতি সূৰ্যৰ গোচৰৰ প্ৰভাৱত মজবুত হব৷ দাম্পত্য জীৱনত সুখ থাকিব৷

সিংহ ৰাশি

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন সকলোতকৈ উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি কোনো সুখবৰ পাব পাৰে৷ সন্তানৰ বিষয়ে সুখবৰ লাভৰ সম্ভাৱনা আছে৷ নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰিব পাৰে৷ অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ কেৰিয়াৰতো উন্নতি কৰিব পাৰে৷

বৃশ্চিক ৰাশি

অনুৰাধা নক্ষত্ৰত সূৰ্যৰ গোচৰ বিশেষ কাৰ্যকৰী আৰু লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ যিসকলে নতুন চাকৰিৰ সন্ধান কৰিছে তেওঁলোকৰ অপেক্ষাৰ অৱসান হব৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷ সম্পদ লাভৰ নতুন পথ খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত৷ বিশেষকৈ কাৰোবাৰ সৈতে আলাপ আপোনাৰ বাবে লাভজনক হব৷ মনত পজিটিভ চিন্তা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.