• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

6 months ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

34 minutes ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

1 hour ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

2 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

3 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

4 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

5 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

6 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

editor by editor
November 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেজত ছডিয়াম বেছি থকাটো যেনেকৈ ঠিক নহয় তেনেকৈ কোনো কাৰণত তেজত ছডিয়ামৰ মাত্ৰা অস্বাভাৱিকভাৱে কমি যোৱাটোও স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এই সমস্যাক কোৱা হয় হাইপোনোট্ৰিমিয়া৷ শৰীৰত ছডিয়ামৰ মাত্ৰা অতিৰিক্ত কমি গলে মানুহৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷ দেহকোষৰ বাহিৰত থাকে ছডিয়াম৷ সেয়ে শৰীৰত ছডিয়ামৰ ঘাটি হ’লে কোষসমূহ ফুলি যায় তেতিয়াই বিপত্তি আৰম্ভ হয়৷

তেজত কিয় কমে ছডিয়ামৰ মাত্ৰা?

১. ছডিয়াম থাকে দেহকোষৰ বাহিৰত অৰ্থাৎ প্লাজমাৰ মাজত৷ প্লাজমা বাঢ়ি গ’লে ছডিয়ামৰ মাত্ৰা কমি যায়৷ হাৰ্ট ফেইলাৰ, কিডনি ফেইলাৰ আৰু লিভাৰ ফেইলাৰৰ সময়ত শৰীৰত প্লাজমাৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ এই সময়ত শৰীৰত পানীৰ মাত্ৰা বাঢ়ি গৈ শৰীৰ ফুলিও যায়৷

২. ডায়েৰিয়া হ’লে শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷ কোনো কাৰণত দিনে একাধিকবাৰ বমি হলেও শৰীৰত ছডিয়াম কমি যাব পাৰে৷ ইয়াৰোপৰি উচ্চ ৰক্তচাপৰ ঔষধ খালেও শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷

৩. কেতিয়াবা কেতিয়াবা শৰীৰত পানীৰ মাত্ৰা ঠিকে থাকিলেও ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷ বিশেষকৈ হৰমনেল ডিজঅৰ্ডাৰৰ ক্ষেত্ৰত এই সমস্যা হব পাৰে৷ যেতিয়া থাইৰয়েডৰ সমস্যা, কৰ্টিছল হৰমনৰ সমস্যা বা শৰীৰত এডিএইচ হৰমন উঠানমা কৰিলেও ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷

কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

শৰীৰত ছডিয়াম কমাৰ মাত্ৰাক দুভাগত ভাগ কৰিব পাৰে৷ একিউড আৰু ক্ৰনিক৷ একিউটৰ ক্ষেত্ৰত দুই তিনিদিনৰ মূৰত শৰীৰত ছডিয়ামৰ মাত্ৰা বহু কমি যায়৷ আৰু ক্ৰনিকৰ ক্ষেত্ৰত প্ৰায় ছমাহ ধৰি ৰোগীৰ শৰীৰত ছডিয়ামৰ মাত্ৰা অলপ অলপকৈ কমি থাকে৷

একিউটৰ সময়ত চলাফিৰাকালীন অৱস্থাত মূৰ ঘূৰাৰ পাৰে৷ শৰীৰত ক্লান্তি আহে৷ ইয়াৰোপৰি ৰোগীৰ ভাৱনাচিন্তাই বিভ্ৰান্তিয়ে দেখা দিব পাৰে৷ ছডিয়ামৰ মাত্ৰা বহু কমি গলে শৰীৰ ক্লান্ত, মূৰ ঘূৰোৱা, ৰক্তচাপ কমি যোৱা আদি উপসৰ্গই দেখা দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?
জীৱনশৈলী

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

May 6, 2026
Next Post
এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন