• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ৰী হ’ব বৃহস্পতি, ধন লাভৰ যোগ এই ৪ৰাশিৰ জীৱনত, আৰ্থিক উন্নতি কোন কোন ৰাশিৰ?

বক্ৰী হ’ব বৃহস্পতি, ধন লাভৰ যোগ এই ৪ৰাশিৰ জীৱনত, আৰ্থিক উন্নতি কোন কোন ৰাশিৰ?

1 year ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

2 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

2 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

3 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

3 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

4 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

4 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

4 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

5 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

8 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

8 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বক্ৰী হ’ব বৃহস্পতি, ধন লাভৰ যোগ এই ৪ৰাশিৰ জীৱনত, আৰ্থিক উন্নতি কোন কোন ৰাশিৰ?

বক্ৰী হ’ব বৃহস্পতি, ধন লাভৰ যোগ এই ৪ৰাশিৰ জীৱনত, আৰ্থিক উন্নতি কোন কোন ৰাশিৰ?

editor by editor
April 8, 2025
in জীৱনশৈলী
0
বক্ৰী হ’ব বৃহস্পতি, ধন লাভৰ যোগ এই ৪ৰাশিৰ জীৱনত, আৰ্থিক উন্নতি কোন কোন ৰাশিৰ?
0
SHARES
7.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি বৃহস্পতি হৈছে অত্যন্ত শুভ গ্ৰহ৷ সেই কাৰণে কাৰোবাৰ সময় ভাল চলিলে সাধাৰণভাৱেই কোৱা হয় যে তেওঁৰ বৃহস্পতি তুংগত আছে৷ দেৱগুৰু বৃহস্পতি বৰ্তমান বৃষ ৰাশিত আছে৷ আগন্তুক ১৪ মেত বৃহস্পতিয়ে মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ পাছতেই ১৮ অক্টোবৰ বৃহস্পতিয়ে কৰ্কট ৰাশিত গোচৰ কৰিব৷ ইয়াৰ পাছতেই আৰম্ভ হব দেৱগুৰুৰ বক্ৰী চলন৷ বিপৰীতমুখী চলনত বৃহস্পতি আকৌ মিথুন ৰাশিলৈ উভতি আহিব৷ ১১ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰ ২০২৫ পৰ্যন্ত মিথুন ৰাশিত থাকিব বৃহস্পতি৷ ১১ মাৰ্চ ২০২৬ ত বক্ৰী চলন এৰি মাৰ্গী হব এই গ্ৰহ৷ জানি থওক বক্ৰী বৃহস্পতিৰ প্ৰভাৱত চকুত লগা উন্নতি কৰিব কোন কোন ৰাশিৰ জাতকে?

বৃষ ৰাশি

বক্ৰী বৃহস্পতিৰ প্ৰভাৱত জীৱনযাত্ৰাত বৃহৎ পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ৷ সম্পদ আৰু সম্পত্তিৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি হব৷ বৃহস্পতিৰ ওলোটা পথৰ যাত্ৰাই মেক্সিমাম আৰ্থিক লাভ কৰিব এই ৰাশিৰ জাতকে৷ জ্ঞান আহৰণৰ পথ খুলিব আপোনাৰ সন্মুখত৷ শিক্ষাক্ষেত্ৰত ডাঙৰ সাফল্য পাব৷ বিদেশ যাত্ৰাৰো সুযোগ পাব৷ ব্যৱসায়তো ডাঙৰ সাফল্য অৰ্জন কৰিব৷

মিথুন ৰাশি

বৃহস্পতিৰ বক্ৰী চলন লাভজনক হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ সন্তান লাভৰ ইচ্ছা পূৰণ হব পাৰে৷ এই সময়ত আপোনাৰ ব্যক্তিত্ব আৰু চিন্তাভাৱনাত পজিটিভ পৰিবৰ্তন আহিব৷ পঢ়াশুনাতো ডাঙৰ সাফল্য পাব ছাত্ৰ ছাত্ৰীয়ে৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই ভাগ্যৰ সহায়তা পাব৷ আৰ্থিক সমস্যা দূৰ হব৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

সিংহ ৰাশি

বৃহস্পতি বক্ৰী হ’লে ভাল সময় আৰম্ভ হব সিংহ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰতো এই সময়ত উল্লেখযোগ্য সাফল্য পাব পাৰে৷ পঢ়াশুনাত উন্নতিৰ নতুন দিশা পাব ছাত্ৰ ছাত্ৰীয়ে৷ শ্ৰোতৰ দৰে ধন আহিব সিংহৰ জাতকৰ জীৱনলৈ৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ আত্মবিশ্বাসেৰে তুংগত থাকিব সিংহ ৰাশিৰ জাতক৷ মনত সুখ শান্তি আৰু সংসাৰত সমৃদ্ধি থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকে বক্ৰী বৃহস্পতিৰ প্ৰভাৱত দুৰ্দান্ত আৰ্থিক উন্নতি কৰিব পাৰিব৷ নানান দিশৰ পৰা উপাৰ্জনৰ সুযোগ পাব৷ স্বাস্থ্য সংক্ৰান্তিয় যাৱতীয় সমস্যা দূৰ হব৷ মানসিক শান্তি পাব বৃশ্চিক ৰাশিৰ জাতকে৷ এই সময়ত আপুনি বিদেশ যাত্ৰাৰ সুযোগ পাব৷ ব্যৱসায়ত ডাঙৰ উন্নতি কৰিব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব পাৰিব৷ নিজৰ লক্ষ্য অৰ্জনৰ পথত আগুৱাই যাব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?

২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?

৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.