• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

4 years ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

36 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

1 hour ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

3 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

3 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

4 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

5 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

14 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

14 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

15 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

16 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

17 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

editor by editor
January 1, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব
0
পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?
0
SHARES
13.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পঞ্চমবাৰৰ বাবে সংসাৰ ভাঙি চৰ্চাত বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণি৷ অভিনয়তকৈ বাৰে বাৰে বিচ্ছেদৰ বাবেহে বিশ্বজুৰি চৰ্চাত থাকে পৰীমণি৷ অভিনেত্ৰীগৰাকীয়ে বৰ্তমানলৈ মুঠ কিমানবাৰ বিবাহপাশত আৱদ্ধ হ’ল? উইকিপিডিয়াৰ তথ্য দেখিলে বহুতেই আচৰিতো হয়৷ উইকিপিডিয়াৰ তথ্যমতে এইবাৰ পঞ্চমবাৰৰ বাবে বিবাহ বিচ্ছেদ হৈছে পৰীমণিৰ৷

প্ৰথমবাৰৰ বাবে পৰীমণিয়ে ২০১০ চনত ইছমাইল হুছেইন নামৰ ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ সেই বিবাহৰ সম্পৰ্ক মাত্ৰ ২ বছৰহে থাকিল৷ ২০১২ত দুয়োৰে বিবাহ বিচ্ছেদ হয়৷ তাৰপাছতেই RJ তামিম হাছানৰ সৈতে ২০১৯ চনত বিবাহ৷ সেই সম্পৰ্কও মাত্ৰ এবছৰহে চলিল৷ ২০২০ৰ মাৰ্চত দুয়োৰে মাজত বিচ্ছেদ হয়৷ এই বিচ্ছেদৰ পাছত বাংলা ফিল্ম ডাইৰেক্টৰ কামৰুজ্জামান ৰাণিৰ সৈতে বিবাহ৷ সেই বিবাহো ছমাহতকৈ বেছি দিন নচলিল৷ ২০২১ চনৰ অক্টোবৰত পুনৰ বিয়াত বহিল পৰীমণি৷ এইবাৰ স্বামীৰ স্থানত বাছনি কৰিলে বাংলাদেশৰেই জনপ্ৰিয় অভিনেতা শৰিফুল ৰাজক৷ এই পঞ্চম স্বামীকো ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে অভিনেত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে বিগত ৩০ ডিচেম্বৰত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা বিশেষ পষ্ট৷ য’ত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মই আজি ৰাজক মোৰ জীৱনৰ পৰা মুক্ত কৰি দিলো৷ লগতে নিজকো এটা অসুস্থ সম্পৰ্কৰ পৰা মুক্ত কৰিলো৷ জীৱনটো সুস্থভাৱে জীয়াই থকাৰ স্বাৰ্থত এয়া খুবেই জৰুৰী৷’ সামাজিক মাধ্যমত এই প’ষ্ট শ্বেয়াৰ কৰিছে যদিও বৰ্তমানলৈ এই সম্পৰ্কক লৈ আইনী পদক্ষেপ লোৱা নাই অভিনেত্ৰীগৰাকীয়ে৷ কিয় ৰাজৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিব খুজিছে সেই সম্পৰ্কেও কোনো বাখ্যা দাঙি ধৰা নাই অভিনেত্ৰীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি
জীৱনশৈলী

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

July 21, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

July 21, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

July 21, 2026
Next Post
নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

কেন্দ্ৰৰ সিদ্ধান্তত ত্ৰুটি থাকিব নোৱাৰে! উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ক’লে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সঠিকেই আছিল…

কেন্দ্ৰৰ সিদ্ধান্তত ত্ৰুটি থাকিব নোৱাৰে! উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ক’লে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সঠিকেই আছিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.