• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

2 months ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

18 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

2 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

3 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

4 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

5 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

6 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

7 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

8 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

উৎপাদনৰ স্থানৰ পৰা পেট্ৰ'ল ডিপোলৈ তেল পাবলৈ কিমান সময় লাগে?

editor by editor
June 16, 2026
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে ১০০ দিন সম্পূৰ্ণ কৰা ইৰান-আমেৰিকাৰ যুদ্ধ। যুদ্ধৰ প্ৰভাৱত বিশ্বৰ প্ৰায় বহুকেইখনত দেশতেই বাঢ়িছিল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত দ্ৰুত হাৰত বৃদ্ধি হোৱা দামেই আছিল ইয়াৰ অন্যতম কাৰণ। কাৰণ যিকোনো সামগ্ৰী কঢ়িয়াবলৈ হলেও লাগিব ইন্ধন। ইয়াৰ উপৰিও হৰমুজ ষ্ট্ৰেইট বন্ধ হৈ থকাৰ ফলতো সেই জলপথেৰে পাৰ হ’ব পৰা নাছিল আমদানি-ৰপ্তানি কৰা জাহাজ। এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধ অৱসানৰ দিশে আগবঢ়াৰ লগে লগে দ্ৰুতহাৰত বৃদ্ধি হোৱা ইন্ধনৰ দাম পুনৰাই আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

যদি যুদ্ধৰ অৱসান ঘটে তেতিয়া ইন্ধনৰ দাম কমিবলৈ কিমান দিন লাগিব

শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ মতে যুদ্ধবিৰতি বা কোনো চুক্তি সম্পন্ন হ’লেও তেল আৰু পেট্ৰ’লৰ বৰ্ধিত মূল্য আৰু শক্তি যোগানৰ সংকট এদিনতে সমাধান নহ’ব। বিশ্বজুৰি চাহিদা পূৰণ কৰিব পৰাকৈ উৎপাদন আৰু যোগান ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ শক্তি কোম্পানীসমূহক লাগিব পাৰে কেইবামাহো সময়। বিশেষজ্ঞসকলৰ মতে, কেঁচা তেলৰ পৰিবহণ আৰু শোধন প্ৰক্ৰিয়া স্বাভাৱিকতে মন্থৰ গতিত চলে। ইয়াৰ লগতে গুৰুত্বপূৰ্ণ জলপথসমূহেৰে জাহাজ চলাচলৰ সুৰক্ষা সম্পৰ্কীয় অনিশ্চয়তায়ো যোগান ব্যৱস্থা স্বাভাৱিক হোৱাত বাধাৰ সৃষ্টি কৰে। ফলস্বৰূপে, যিকোনো ইতিবাচক পৰিৱৰ্তনৰ প্ৰভাৱ বজাৰত তৎক্ষণাত দেখা নাযাব পাৰে। কেঁচা তেলেৰে ভৰ্তি বহু টেংকাৰ জাহাজ তিনিমাহতকৈ অধিক সময় ধৰি পাৰস্য উপসাগৰত আবদ্ধ হৈ আছে। সুৰক্ষাজনিত আশংকাৰ বাবে জাহাজসমূহ জলপথ ব্যৱহাৰ কৰি আগবাঢ়িব পৰা নাই। যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বৰ প্ৰায় এক-পঞ্চমাংশ তেল আৰু পেট্ৰ’লৰ যোগান এই পথেৰেই চলিছিল।

উৎপাদনৰ স্থানৰ পৰা পেট্ৰ’ল ডিপোলৈ তেল পাবলৈ কিমান সময় লাগে?

S&P গ্ল’বেল এনৰ্জিৰ ফুৱেলছ এণ্ড ৰিফাইনিং ৰিচাৰ্চ বিভাগৰ গ্ল’বেল হেড ডেনিয়েল ইভান্সে এই সন্দৰ্ভত কয়, ‘বজাৰ আৰু ব্যৱসায়িক মহলক পুনৰ আত্মবিশ্বাসী অনুভৱ কৰিবলৈ আৰু বীমা ব্যৱস্থা স্বাভাৱিক হ’বলৈ সময় লাগিব। এতিয়া আবদ্ধ হৈ থকা জাহাজসমূহক প্ৰথমে জলপথসমূহ পাৰ হৈ ওলাই যাব লাগিব, তাৰ পিছত নতুন টেংকাৰসমূহ তেল ল’বলৈ ভিতৰলৈ আহিব লাগিব। কোনো জাহাজক ভিতৰলৈ অনাৰ আগতে এই বিশ্বাস থাকিব লাগিব যে তাক সুৰক্ষিতভাৱে ভিতৰলৈ আনিব, তেল ভৰাই পুনৰ বাহিৰলৈ উলিয়াই নিয়াৰ বাবে যথেষ্ট সময় আৰু সুৰক্ষাৰ প্ৰয়োজন আছে।’ তেলবাহী টেংকাৰ জাহাজ সাধাৰণতে অত্যন্ত ধীৰ গতিত চলে গতিকে সাগৰীয় পথেৰে গন্তব্য স্থান পাবলৈ যথেষ্ট সময় লাগে। ইয়াৰ পিছত কেঁচা তেল শোধনাগাৰত শোধন কৰি পেট্ৰ’ল-ডিজেল ডিপোসমূহলৈ পঠিওৱা প্ৰক্ৰিয়াৰ বাবেও যথেষ্ট সময়ৰ প্ৰয়োজন। ইয়াৰ উপৰিও, পশ্চিম এছিয়াৰ কেইবাটাও তেল উৎপাদক দেশে সংৰক্ষণাগাৰৰ স্থান পূৰ্ণ হৈ যোৱাৰ বাবে উৎপাদন সাময়িকভাৱে বন্ধ কৰি দিছিল। সেই উৎপাদন পুনৰ সম্পূৰ্ণ গতিত আৰম্ভ কৰাটোও এটা জটিল আৰু সময়সাপেক্ষ প্ৰক্ৰিয়া। সেয়েহে, যুদ্ধবিৰতি বা চুক্তি হ’লেও বিশ্বৰ শক্তি বজাৰ তৎক্ষণাত স্বাভাৱিক হোৱাৰ সম্ভাৱনা কম বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Crude Oil Price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
Next Post
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.