• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

9 months ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

16 minutes ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

13 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

13 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

13 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

14 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

14 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

15 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

15 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

15 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

16 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

16 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

editor by editor
November 24, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিডনিৰ সমস্যা সহজে বুজিব নোৱাৰি। বেছিভাগ মানুহেই সৰু সৰু লক্ষণসমূহ এৰাই চলে। যেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়াহে ধৰা পৰে কিডনিৰ অসুখ। কিন্তু একেবাৰেই যে কোনো উপসৰ্গই দেখা নিদিয়ে তেনে নহয়। কিডনিৰ প্ৰধান আৰু অন্যতম কাম হৈছে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰা। সেয়ে কিডনিৰ কোনো সমস্যা হলে তাৰ লক্ষণ প্ৰস্ৰাৱৰ মাজতেই দেখা যায়।

ইউৰিন হৈছে শৰীৰৰ বৰ্জ্য। ইয়াৰ গোন্ধ, বৰ্ণ, ঘনত্ব সকলোবোৰে আপোনাৰ স্বাস্থ্য সম্পৰ্কে বহু কথাই কয়। যেনে গাঢ় হালধীয়া প্ৰস্ৰাৱৰ অৰ্থ হৈছে শৰীৰ ডিহাইড্ৰেটেড কিংবা শৰীৰত অত্যধিক প্ৰটিন আছে অথৱা কোনো সংক্ৰমণত আক্ৰান্ত হৈছে। আকৌ বহু সময়ত গাঢ় হালধীয়া প্ৰস্ৰাৱে কিডনিত পাথৰ হোৱাৰো সংকেত দিয়ে। নেশ্ব্যনেল কিডনি ফাউণ্ডেছনে মূলত প্ৰস্ৰাৱৰ তিনিধৰণৰ প্ৰকৃতি আৰু অৰ্থ বিশ্লেষণ কৰিছে। যিয়ে কব পাৰে আপোনাৰ কিডনি সুৰক্ষিতনে?

প্ৰস্ৰাৱৰ তিনি ধৰণৰ প্ৰকৃতি আৰু তাৰ অৰ্থ

ইউৰিনৰ ৰং যদি খয়েৰি হয় তেন্তে সেয়া হেমাচুৰীয়া হব পাৰে। ইয়াত ভয় খোৱাৰ কাৰণ নাই। কিডনি বা মুত্ৰনলীৰ সংক্ৰমণ হলে এই ধৰণৰ প্ৰস্ৰাৱ হয়।

ফেনযুক্ত প্ৰস্ৰাৱ হলে বুজিব যে ইউৰিনত প্ৰটিনৰ মাত্ৰা বেছি। ইয়াক এলবুমিনুৰিয়াও বুলে। বহু সময়ত কিডনিয়ে ঠিকমতে কাম নকৰিলে মুত্ৰৰ মাধ্যমেৰে শৰীৰ পৰা অতিৰিক্ত প্ৰটিন বাহিৰলৈ ওলায়।

প্ৰস্ৰাৱৰ পৰা অতিৰিক্ত দুৰ্গন্ধ ওলালে সাবধান। শৰীৰ ডিহাইড্ৰেটেড হলে কিংবা শৰীৰত কোনো সংক্ৰমণ হলে মূত্ৰৰ পৰা দুৰ্গন্ধ ওলায়। ডিহাইড্ৰেছন দূৰ কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱা জৰুৰী। তাৰপিছতো যদি গোন্ধ দূৰ নহয় তেতিয়া দ্ৰুত চিকিৎসকৰ সৈতে কথা পাতক।

কিডনিৰ সমস্যা কি লক্ষণ দেখি চিনি পাব?

উচ্চ ৰক্তচাপ, ডায়বেটিছ বা মূত্ৰনলীৰ সংক্ৰমণ হলে বুজিব কিডনিয়ে ঠিকমতে কাম কৰিব পৰা নাই। এইসমূহৰ লক্ষণ হৈছে ক্লান্তি, দুৰ্বলতাৰ দৰে লক্ষণে দেখা দিব পাৰে।

পৰ্যাপ্ত মাত্ৰাত পানী নাখালে শৰীৰ ডিহাইড্ৰেটেড হৈ পৰে। তেতিয়া কিডনিয়ে ঠিকমতে কাম কৰিব নোৱাৰে আৰু টক্সিন বাহিৰলৈ ওলাব নোৱাৰে। এনেকৈ বহুদিন ধৰি চলি থাকিলে কিডনিৰ মাৰাত্মক ক্ষতি হব পাৰে।

অত্যধিক পৰিমাণে ছডিয়াম সমৃদ্ধ খাদ্য খালে কিডনিৰ ব্যাপক ক্ষতি হয়। সেয়ে বাহিৰৰ খাদ্য আৰু অতিৰিক্ত মাত্ৰাত নিমখ খোৱা এৰাই চলাই ভাল।

কঁকালৰ তলৰ অংশ বা পিঠিৰ বিষ বহুসময়ত কিডনিৰ অসুখৰ সংকেত হব পাৰে। সেয়ে এই ধৰণৰ কোনো লক্ষণ দেখিলে এৰাই নচলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.