• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

3 years ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

6 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

28 minutes ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

1 hour ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?

editor by editor
October 16, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
হাৰ্ট এটেকৰ আগৰ ৭টা দিনত হৃদযন্ত্ৰই কি কি সংকেত দিয়ে?
0
SHARES
23.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হাৰ্ট এটেক বা হৃদযন্ত্ৰ বিকল প্ৰায়সংখ্যক লোকৰ গুৰুতৰ সমস্যা হৈ পৰিছে। প্ৰতি বছৰে হাৰ্ট এটেকত বহু লোকৰ মৃত্যু হয়। হৃদপিণ্ডৰ ৰক্তবাহী নলি, যাৰ মাজেৰে তেজ পৰিবাহিত হয় সেই নলী ব্লক হ’লেই তেজৰ চলাচল বন্ধ হৈ পৰে। যাৰ ফলত হাৰ্ট এটেক বা হৃদযন্ত্ৰ সম্পূৰ্ণৰূপে বিকল হৈ পৰে। এই সমস্যা হঠাতেই হয়নে?

হাৰ্ট এটেকৰ পূৰ্বে কিবা লক্ষণে দেখা দিয়েনে? শৰীৰত দীৰ্ঘদিনে লক্ষণ থকা স্বত্বেও আমাৰ সাধাৰণতে ৰোগটোৰ পূৰ্ববৰ্তী লক্ষণ সম্পৰ্কে কোনো ধাৰণা নাই। সেয়ে হৃদৰোগৰ বিভিন্ন লক্ষণে দেখা দি থাকিলেও আমি বহুতেই ৰোগ সম্পৰ্কে গম নাপাও। চিকিৎসকে এই ৰোগৰ পূৰ্ববৰ্তী লক্ষণসমূহৰ কথা উল্লেখ কৰিছে। একোজন হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰায় এসপ্তাহ আগৰে পৰা দেখা দিয়ে কেইবাটাও লক্ষণে।

হাৰ্ট এটেকৰ পূৰ্ববৰ্তী এটা লক্ষণ হৈছে নিশাৰ ভাগত হঠাতেই বুকুৰ বাওঁফালে অস্বস্তি লগা, বুকুৰ বিষ, পেটৰ বিষ আদিয়ে দেখা দিয়ে। বহুসংখ্যকেই আমি ইয়াক গেছৰ বাবে হোৱা বুলি ভাৱি লওঁ। কেতিয়াবা এই বিষ বাওঁ হাতৰ পৰা পিঠিৰ ফালে বিষটো অনুভূত হ’বলৈ আৰম্ভ কৰে। কেতিয়াবা বুকুত ওজন ভাৱ, হঠাৎ ঘামি যোৱা এইকেইটা লক্ষণো পৰিস্ফুত হয়। যদি এইকেইটা লক্ষণ ৩০ মিনিটৰো অধিক সময় ধৰি থাকে তেন্তে ৰোগীগৰাকীৰ হাৰ্ট এটেকৰ লক্ষণ আৰম্ভ হোৱা বুলি ধৰিব পাৰি। ইয়াৰোপৰি অলপতেই ক্লান্ত হৈ পৰা, দুৰ্বল লগা, গেছট্ৰিকৰ সমস্যা আদি উপসৰ্গই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
Next Post
 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, ‘ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, 'ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.