• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, ‘ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, ‘ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

4 years ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

2 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

2 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

3 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

4 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

4 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

6 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

7 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

7 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

8 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

9 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

10 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, ‘ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’

editor by editor
October 16, 2022
in Uncategorized, বাণিজ্য, বিশ্ব, ভাৰত, ৰাজনীতি
0
 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে, ‘ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে’
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই। কোনে কয় ভাৰতীয় অৰ্থনীতি দূৰ্বল হৈছে?’ সমগ্ৰতে ভাৰতীয় অৰ্থনীতি তললৈ নামিছে বুলি আলোচনা চলাৰ মাজতেই ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা নাই বুলি মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বিত্তমন্ত্ৰীগৰাকীৰ মতে বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতৰ স্থান ওপৰত। কেৱল আন্তৰ্জাতিক বজাৰত ডলাৰহে শক্তিশালী হৈছে টকাৰ মূল্য কমা নাই।

আমেৰিকা ভ্ৰমণৰ বাবে যোৱা বিত্তমন্ত্ৰীগৰাকীয়ে ওৱাছিংটনৰ এখন সংবাদমেলত টকাৰ মুল্য হ্ৰাসকলৈ কৰিছে এই মন্তব্য। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, ‘টকাৰ মূল্য হ্ৰাস হোৱা নাই। মাৰ্কিন ডলাৰহে শক্তিশালী হৈছে। বিশ্বৰ অন্যান্য দেশৰ মুদ্ৰাৰ মূল্যও হ্ৰাস হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকাৰ মূল্য হ্ৰাসৰ দিশটোক লৈ পৰ্যালোচনা কৰি আছে।

উল্লেখ্য যে, খাৰুৱা তেলৰ দামবৃদ্ধি, বিদেশী বিনিয়োগৰ অভাৱ আদি বহুকেইটা কাৰণত টকাৰ মূল্য হ্ৰাস হৈছে বুলি অৰ্থনীতিবিদসকলে প্ৰকাশ কৰিছে। বিগত সপ্তাহত ডলাৰৰ তুলনাত টকাৰ মূল্য ৮২ টকালৈ নামি আহিছে। বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে চলিত বছৰতেই ডলাৰৰ তুলনাত টকাৰ মূল্য ১০.৬ শতাংশলৈ নামি আহিছে। ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা অনুযায়ী ২০১৪ চনৰ ৩১ ডিচেম্বৰত প্ৰতি এক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল ৬৩টকা ৩৩ পইছা। আনহাতে ২০১৮ চনৰ ৩১ ডিচেম্বৰত প্ৰতি ১ ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৬৯ টকা ৭৯ পইছা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?
বিশ্ব

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

July 9, 2026
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?
বিশ্ব

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

July 9, 2026
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ
বিনোদন

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

July 9, 2026
Next Post
জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

‘প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

'প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.