• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

‘প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

10 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

10 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

11 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

11 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

15 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

editor by editor
October 16, 2022
in ভাৰত, ৰাজনীতি
0
‘প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বহুৰূপী! ভোট পাবৰ বাবে যিকোনো কাম কৰিব পাৰে মোদীয়ে।’ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জেডিইউ (JDU)-ৰ সৰ্বভাৰতীয় সভাপতি লালন সিঙৰ মন্তব্যই এতিয়া দেশজুৰি লাভ কৰিছে চৰ্চা। প্ৰধানমন্ত্ৰীৰ জাতিক লৈয়ো প্ৰশ্ন তুলিছে JDU-ৰ নেতাগৰাকীয়ে।

শুকুৰবাৰে পাটনাৰ এখন দলীয় বৈঠকত এই মন্তব্য কৰিছে লালন সিঙে। লালন সিঙে কয়, ‘২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে নিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল মই Extremely Backward Cast-ৰ মানুহ। গুজৰাটত EBC অস্তিত্বই নাই যদিও OBC আছে। মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে নিজকে অনগ্ৰসৰ অৰ্থাৎ ইবিচি শ্ৰেণীৰ বুলি মন্তব্য কৰিছিল। কিন্তু মোদী প্ৰকৃততে ইবিচি নে?’ ইয়াৰোপৰি মোদী সন্দৰ্ভত লালনে তেওঁৰ মন্তব্যত কয়, ‘মোদী এজন বহুৰূপী। তেওঁ এতিয়ালৈ মুঠ ১২ টা ৰূপ দেখুওৱাইছে। নিজকে পিছপৰা শ্ৰেণীৰ লোক বুলি মানুহৰ সন্মুখত মিছা পৰিচয় দাঙি ধৰিছে। প্ৰকৃততে মোদী পিছপৰা শ্ৰেণীৰ লোক নহয়। প্ৰকৃত অনগ্ৰসৰ সকলৰ সন্মুখত আহিলেই প্ৰকৃত স্বৰূপ উন্মোচিত হ’ব।’

দেশৰ বৰ্দ্ধিত নিবনুৱা সমস্যাকলৈও মোদীক টাৰ্গেট কৰি লৈছে লালন সিঙে। লালন সিঙে মৃল্যবৃদ্ধি সন্দৰ্ভত মন্তব্যত কয়, মৃল্যবৃদ্ধি কিয় নহ’ব? দেশৰ নিয়োগ ব্যৱস্থাটোকেই সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। মোদীয়ে কেতিয়াবা চাহ বিক্ৰি কৰি পাইছেনে? মিছা কথাৰে কেৱল দেশবাসীক আভুৱা ভাৰি আছে। ভোটৰ অংকৰ বাবেই মোদীয়ে প্ৰতিসময়তে নিজৰ মিছা পৰিচয় সমাজৰ আগত দি আহিছে।’

জেডিইউ-ৰ নেতাগৰাকীয়ে কৰা এই মন্তব্যৰ পিছতেই দেশৰ গেৰুৱা শিবিৰ এতিয়া সৰব হৈ উঠিছে। লালন সিঙৰ মন্তব্যক লৈ বিহাৰৰ বিজেপি মুখপাত্ৰ নিখিল আনন্দই আক্ৰমণাত্মক মন্তব্য কৰি কয়, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু জেডিইউৰ সভাপতি লালন সিঙৰ মূৰৰ বিকৃতি ঘটিছে। দেশৰ প্ৰধানমন্ত্ৰীক লৈ বাজে মন্তব্য কৰিছে দুয়োৱে। ইফালে প্ৰধানমন্ত্ৰী হোৱাৰ অলৌকিক সপোন দেখি নীতিশ কুমাৰে মানসিক স্থিৰতা হেৰুৱাই পেলাইছে। লালন সিঙে ৰাজনীতি কি জানে? দেশৰ প্ৰধানমন্ত্ৰীক লৈ এনে মন্তব্য কৰাটো একেবাৰেই সঠিক কথা নহয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of AssambjpjduLalan Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
Next Post
চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

‘Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

'Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.