• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

4 years ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

24 minutes ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

1 hour ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

2 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

2 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

3 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

4 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

4 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

5 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

17 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

18 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

18 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক

editor by editor
October 16, 2022
in অসম, সংগীত
0
জুবিন গাৰ্গৰ অনুষ্ঠানতেই কিয় হয় এনে উদ্ভণ্ডালি? আৰক্ষীয়ে আটক কৰিছে কেইবাজনো উদণ্ড যুৱক
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰিগাওঁ দিৱসত জুবিনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতিক লৈ ৰাজ্যজুৰি চৰ্চা। মৰিগাঁও জিলা দিৱসৰ অন্তিমটো দিনত নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উদণ্ড যুৱকৰ উদ্ভণ্ডালি। চেন্ডেল, জোতা, চকীৰে সাংবাদিক তথা সংগীতানুষ্ঠান চাবৰ বাবে অহা জনতাক আক্ৰমণ কৰে উদণ্ড যুৱককেইজনে। ঘটনাক লৈ নিৰ্বিকাৰ ভূমিকাত থকা মৰিগাঁও জিলা প্ৰশাসনক লৈ উত্থাপিত হৈছে প্ৰশ্ন।

উল্লেখ্য যে, প্ৰায় অৰ্ধ লক্ষাধিক লোকৰ সমাগম ঘটিছিল এই অনুষ্ঠানটোত। জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পূৰ্বে বৰপেটাৰ আতচ-বাজিৰে উজলাই তোলা হয় মৰিগাঁও ষ্টেডিয়াম। সংগীতানুষ্ঠান আৰম্ভণিতে ভালধৰণেই আগবাঢ়িছিল। কিন্তু সংগীতানুষ্ঠান চলি থকাৰ মাজতে, সংগীতানুষ্ঠান উপভোগ কৰিব অহা একাংশ উদণ্ড দৰ্শকে আৰম্ভ কৰে উদ্ভণ্ডালি। চকী-মেজ ভাঙি শিল, বটল, চকী, জোতা, চেণ্ডেল নিক্ষেপ কৰাৰ লগতে সাংবাদিকৰ কেমেৰাতো আক্ৰমণ চলায়। কেইবাজনো সংবাদকৰ্মী আৰু অনুষ্ঠান উপভোগ কৰিব অহা মহিলা আক্ৰমণত আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কেইবাজনো যুৱকক আটক কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamZubeenGarg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

May 13, 2026 - Updated on May 15, 2026
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
অসম

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

May 12, 2026
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে
অসম

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

May 12, 2026
Next Post
‘প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

'প্ৰধানমন্ত্ৰী মোদীৰ কোনো জাত নাই, মোদী এজন বহুৰূপী!’ প্ৰধানমন্ত্ৰীৰ জাতিক লৈ প্ৰশ্ন JDU-ৰ নেতা লালন সিঙৰ

চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.