• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে শেষ কৰিলে বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত কাজিয়া, অৱশেষত আহিল পোহৰলৈ

কোনে শেষ কৰিলে বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত কাজিয়া, অৱশেষত আহিল পোহৰলৈ

2 years ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

51 minutes ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

2 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

2 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

8 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

16 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

17 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

17 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

17 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

18 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

18 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোনে শেষ কৰিলে বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত কাজিয়া, অৱশেষত আহিল পোহৰলৈ

editor by editor
July 16, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কোনে শেষ কৰিলে বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত কাজিয়া, অৱশেষত আহিল পোহৰলৈ
0
SHARES
648
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে শেষ কৰিলে বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত কাজিয়া, অৱশেষত আহিল পোহৰলৈ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ জগতখনত প্ৰায়ে হাই-কাজিয়া চলি থাকে, যাৰ ফলত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হৈ উঠে। আই পি এল ২০২৩ৰ এনে এটা উত্তপ্ত মুহূৰ্ত আছিল বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজৰ বহু চৰ্চিত কাজিয়া। বিশ্বজুৰি ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

সেই ঘটনাই এতিয়া ৰহস্যময় ৰূপ ধাৰণ কৰিছে, কিয়নো এতিয় দুয়োগৰাকী খেলুৱৈৰ মাজত কোনো মতানৈক্য নাই, দেখা মাত্ৰেই সুন্দৰ সম্ভাষণ ইজনে সিজনক। ভাৰতৰ প্ৰাক্তন লেগ স্পিনাৰ অমিত মিশ্ৰই এই কাজিয়া কেনেকৈ সমাধান হ’ল সেই সম্পৰ্কে সবিশেষ প্ৰকাশ কৰিছে।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ মাজত হোৱা উত্তেজনাপূৰ্ণ মেচত সংঘটিত হয় কোহলী আৰু গম্ভীৰৰ মাজত কাজিয়া। ইয়াৰ আৰম্ভণি হৈছিল কোহলী আৰু এল এছ জিৰ নবীন উল হকৰ সৈতে জড়িত বাকযুদ্ধ হিচাপে, মিশ্ৰই মধ্যস্থতা কৰাৰ চেষ্টা কৰিছিল। মেচৰ পিছৰ প্ৰথাগতভাৱে হোৱা হেণ্ডশ্বেকৰ সময়ত ক্ষোভ আৰু অধিক তীব্ৰতৰ হৈ পৰে, যাৰ ফলত কোহলী আৰু এল এছ জিৰ কোচ গম্ভীৰৰ মাজত উত্তপ্ত পৰিস্থিত হৈ পৰে।

দুয়োটা দলৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে দুয়োকে পৃথক কৰিবলৈ হস্তক্ষেপ কৰিবলগীয়া হৈছিল। অনুৰাগী আৰু বিশ্লেষকসকলে এই সংঘৰ্ষৰ কাৰণ আৰু প্ৰভাৱৰ বিষয়ে অন্তহীন জল্পনা-কল্পনা কৰিছিল যদিও বৰ্তমানলৈ ইয়াৰ সমাধানৰ প্ৰকৃত কাহিনী লুকুৱাই ৰাখিছিল।

অমিত মিশ্ৰই শুভংকৰ মিশ্ৰৰ ইউটিউব চেনেলত এক স্পষ্ট বাৰ্তালাপত উন্মোচন কৰে যে বিৰাট কোহলীৰ সৈতে হোৱা কাজিয়াৰ অন্ত পেলাবলৈ গৌতম গম্ভীৰেই আগভাগ লৈছিল। গম্ভীৰেই বহল মনৰ অধিকাৰী হৈ দিল্লীৰ প্ৰাক্তন সতীৰ্থৰ কাষ চাপিছিল।

মিশ্ৰই শ্বেয়াৰ কৰে যে, “বিৰাট কোহলি গম্ভীৰৰ ফালে যোৱা নাছিল; গৌতমেহে কোহলীৰ ফালে গৈছিল। তেওঁ গৈ সুধিছিল, ‘আপুনি কেনে আছে? আপোনাৰ পৰিয়াল কেনে আছে?’ গতিকে গৌতমেহে এই কাজিয়াৰ অন্ত পেলাইছিল আৰু কোহলীয়ে নহয়।’

একেটা কথা-বতৰাতে মিশ্ৰই কোহলীৰো প্ৰসংশা কৰি কয় য়ে, বৰ্তমানে কোহলীয়ো সম্পূৰ্ণ সলনি হৈছে। শান্ত হৈছে তেখেকৰ প্ৰকৃতি। পূৰ্বতকৈ বহু শান্ত হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gautam gambhirIndian Cricketvirat kohliVirat Vs Gautam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
Next Post
৬ সন্তানৰ মাতৃ আৰু ১০ সন্তানৰ পিতৃৰ মাজৰ গভীৰ প্ৰেম, সন্তানৰ বিয়া এৰি পলাই গ’ল দুয়ো প্ৰেমিক

৬ সন্তানৰ মাতৃ আৰু ১০ সন্তানৰ পিতৃৰ মাজৰ গভীৰ প্ৰেম, সন্তানৰ বিয়া এৰি পলাই গ'ল দুয়ো প্ৰেমিক

শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ

শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.