• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ

শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ

2 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

1 hour ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

2 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

3 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

3 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

4 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

4 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

6 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

6 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

7 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ

editor by editor
July 16, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ
0
SHARES
528
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ নতুন অধিনায়ক, বি চি চি আইৰ গোপন সূত্ৰে প্ৰকাশ

শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া ছিৰিজ সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে। এই ভ্ৰমণত টিম ইণ্ডিয়াই ৩ খন টি-২০ আৰু ৩ খন এদিনীয়া মেচ খেলিব লাগিব। ২৭ জুলাইৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ ক্ৰিকেট শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। বি চি চি আইৰ ভিতৰৰ পৰা পোৱা তথ্যত এই কথা প্ৰকাশ পাইছে।

আইচিচি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় দলৰ অধিনায়কত্ব কৰিব। আনহাতে ভাৰতীয় দলটোক টি-২০ চেম্পিয়ন কৰি এই ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ৰোহিত শৰ্মাই।

বিচিচিআইৰ এক জ্যেষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে, ‘হাৰ্দিক পাণ্ডিয়া ভাৰতীয় টি-২০ দলৰ উপ- অধিনায়ক আছিল। তেওঁ সম্পূৰ্ণ ফিট আৰু তিনিখন মেচৰ টি-২০ ছিৰিজৰ বাবেও উপলব্ধ, সেয়েহে তেওঁ অধিনায়ক হ’ব।

২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ পল্লেকেলত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বিপৰীতে ২ৰ পৰা ৭ আগষ্টলৈ কলম্বোত অনুষ্ঠিত হ’ব এদিনীয়া। আগন্তুক কেইদিনমানৰ ভিতৰতে ঘোষণা কৰা হ’ব দলটো।

অৱশ্যে উপ অধিনায়ক শুভমন গিল নে সূৰ্য্যকুমাৰ যাদৱ হ’ব সেয়া এতিয়াও সিদ্ধান্ত হোৱা নাই। এদিনীয়া শৃংখলাৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে কয় যে ব্যক্তিগত কাৰণত পাণ্ডিয়াই বিৰতি বিচাৰিছে আৰু নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক এই বিষয়ে অৱগত কৰিছে।

বিচিচিআইৰ সম্পাদক জয় শ্বাহে স্পষ্টকৈ কৈছে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলিলেও সকলো তাৰকা ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত খেলিব লাগিব। ৰেহাই দিয়া হৈছে ৰোহিত, বিৰাট কোহলী আৰু জছপ্ৰীত বুমৰাহক। বিচিচিআইয়ে বিচাৰিছে যে আন সকলো টেষ্ট বিশেষজ্ঞই আগষ্ট মাহত দুলীপ ট্ৰফীৰ অন্ততঃ এখন মেচ খেলক। ইয়াৰ পিছত দলটোৱে বাংলাদেশ আৰু নিউজিলেণ্ডৰ সৈতে টেষ্ট ছিৰিজ খেলিব লাগিব।

ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ সময়সূচী

২৭ জুলাই – ১ম টি২০, সন্ধিয়া ৭ বজাত, পল্লেকেল
২৮ জুলাই – ২য় টি২০, সন্ধিয়া ৭ বজাত, পল্লেকেল
৩০ জুলাই – ৩য় টি২০, সন্ধিয়া ৭ বজাত, পল্লেকেল
২ আগষ্ট – ১ম এদিনীয়া, ২.৩০ বজাত, কলম্বো
৪ আগষ্ট – ২য় এদিনীয়া, ২.৩০ বজাত, কলম্বো
৭ আগষ্ট – ৩য় এদিনীয়া, ২.৩০ বজাত, কলম্বো

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket SeriesIndia Vs SriLankaIndian Cricketsri lanka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি

শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি

টাটাৰ সৈতে চুক্তি হওঁতেই ফৰ্মত BSNL! জিঅ’ এয়াৰটেল এৰিছে শ শ গ্ৰাহকে

টাটাৰ সৈতে চুক্তি হওঁতেই ফৰ্মত BSNL! জিঅ’ এয়াৰটেল এৰিছে শ শ গ্ৰাহকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.