• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি

শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি

2 years ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

30 minutes ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

1 hour ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

2 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

3 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

5 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

6 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

7 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

8 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

9 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি

শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি

editor by editor
July 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শুক্ৰাদিত্য যোগৰ সৈতে গুৰু মঙ্গল যোগ, জুলাই মাহৰ শেষৰ ১৫ দিন ধনৰ গাদীত শুব এই ৫ ৰাশি
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ জুন কৰ্কট সংক্ৰান্তি পালিত হৈছে৷ আজি মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিছে সূৰ্য৷ অসমীয়া পঞ্জিকা অনুসৰি কাইলৈৰ পৰা আহাৰ শেষ হৈ শাওন মাহ আৰম্ভ হ’ব৷ আগন্তুক ১৯ জুলাই পৰ্যন্ত বুধ আছে কৰ্কট ৰাশিত৷ ফলত ১৬ জুলাইৰ পৰা ১৯ জুলাই এই তিনি দিন কৰ্কট ৰাশিত থাকিব বুধাদিত্য ৰাজযোগ৷

বিগত ১৬ জুলাইত কৰ্কট ৰাশিত গোচৰ কৰিছে শুক্ৰই৷ ইয়াৰ ফলত ১৬ জুলাইৰ পৰা ১৯ জুলাই পৰ্যন্ত কৰ্কট ৰাশিত থাকিব তিনি গ্ৰহৰ মেলা৷ ১৯ জুলাইত বুধে কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিলে এই ত্ৰিগ্ৰহী যোগ কাটি যাব৷ শুক্ৰ আৰু সূৰ্যৰ যুঁটিত কৰ্কট ৰাশিত শুক্ৰাদিত্য যোগ চলিব৷ ইয়াৰ সৈতে বৃষ ৰাশিত মঙ্গল আৰু বৃহস্পতিৰ মিলিত অৱস্থানৰ ফলত তাত গঠিত হ’ব আদিত্য মঙ্গল যোগ৷ অৱস্থান কৰিব সূৰ্য, বুধ আৰু শুক্ৰই৷ ইয়াৰ ফলত মিথুন ৰাশিত এই তিনি গ্ৰহ মিলি ত্ৰিগ্ৰহী যোগ গঠন কৰিব৷ ইয়াৰোপৰি স্বৰাশি কুম্ভৰ পৰা শ শ ৰাজযোগ গঠন কৰিছে শনি আৰু ৰাহু, কেতু আছে মীন আৰু কন্যা ৰাশিত৷ এই সময়ত আৰম্ভ হৈছে শাওন মাহো৷ জানি থওক জুলাই মাহৰ শেষৰ ১৫ দিন কোন কোন ৰাশিৰ সৌভাগ্য উদয় হ’ব?

বৃষ ৰাশি

জুলাই মাহৰ শেষৰ ১৫ দিনত সৌভাগ্য উদয় হ’ব বৃষ ৰাশি৷ বৃহস্পতি আৰু মঙ্গল বৰ্তমান বৃষ ৰাশিত অৱস্থান কৰি গঠন কৰিছে গুৰু মঙ্গল যোগ৷ এই সময়ত আপুনি নিজৰ সকলো কাম পৰিকল্পনামতে সময়ৰ মাজত সম্পন্ন কৰিব পাৰিব৷ এই সময়ত আপুনি নিজৰ সকলো কামতে উৎসাহ আৰু এনাৰ্জী পাব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ সকলোৰে পৰা প্ৰয়োজনীয় সহায় পাব বৃষ ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

জুলাই মাহৰ শেষৰ ১৫ দিন কৰ্কট ৰাশিত থাকিব শুক্ৰাদিত্য যোগ৷ জ্যোতিষ গণনা অনুসৰি এই সময়ত ভাল আৰু শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ নিজৰ আলস্য ভাৱ এৰি সকলো কামতে সম্পূৰ্ণ মনোযোগ দি পৰিশ্ৰম কৰিব কৰ্কট ৰাশিৰ জাতকে৷ নতুন চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে এই সময়ত চাকৰি পাব৷ কৰ্মক্ষেত্ৰত বৃহৎ সুযোগ আপোনাৰ সন্মুখত আহিব৷

সিংহ ৰাশি

জুলাই মাহৰ শেষৰ ১৫দিন সকলো কামতেই ভাগ্যৰ সহায়তা পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সু সম্পৰ্ক গঢ়ি উঠিব পাৰে৷ আপোনাৰ দীৰ্ঘদিনে ৰৈ থকা কাম এই সময়ত সম্পন্ন হ’ব৷ সুখী থাকক৷ মাটি বাৰী ক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব৷ সকলোতকৈ উল্লেখযোগ্য বিষয় হৈছে এই সময়ত কামত প্ৰমোছন হ’ব পাৰে৷

ধনু ৰাশি

জুলাই মাহৰ শেষ সময় আনন্দেৰে কটাব ধনু ৰাশিৰ জাতকে৷ এই সময়ত আপুনি কেৰিয়াৰ সংক্ৰান্তীয় কোনো সুখবৰ পাব পাৰে৷ সংসাৰত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷ আৰ্থিকভাৱেও বৃহৎ লাভ হ’ব ধনু ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত কাংখিত সাফল্য পাব৷ কোনো ঘনিষ্ঠ বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷ কাৰ্যালয়ত আপোনাৰ চিনিয়ৰে আপোনাৰ কামৰ প্রশংসা কৰিব৷ মাটি ক্ৰয় কৰিব পাৰে৷

মকৰ ৰাশি

জুলাই মাহৰ শেষ ১৫ দিনৰ মাজত শুভাকাংশীসকলৰ পৰা ভাল সাহায্য পাব মকৰ ৰাশিৰ জাতকে৷ নিজৰ পৰিকল্পনা অনুসৰি সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ কাৰ্যালয়ত ঊৰ্ধতন কৰ্তৃপক্ষই আপোনাৰ কামক লৈ সুখী হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় অত্যন্ত শুভ৷ যিসকলে প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময় শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

September 1, 2026
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
Next Post
টাটাৰ সৈতে চুক্তি হওঁতেই ফৰ্মত BSNL! জিঅ’ এয়াৰটেল এৰিছে শ শ গ্ৰাহকে

টাটাৰ সৈতে চুক্তি হওঁতেই ফৰ্মত BSNL! জিঅ’ এয়াৰটেল এৰিছে শ শ গ্ৰাহকে

পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি

পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.