• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি

পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি

2 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

11 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

12 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

14 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

15 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

15 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

16 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

17 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

18 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

18 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি

পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি

editor by editor
July 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুৱা টোপনিৰ পৰা উঠি এই ৫সামগ্ৰী নাচাব অন্যথা দিনটো সকলো কামতেই বিফল হ’ব আপুনি
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি টোপনিৰ পৰা উঠি কিছু সামগ্ৰী দেখা পালে দিনটো ভালকৈ পাৰ হয় বুলি লোকবিশ্বাস৷ দিনটোত কোনো কামত যাতে সমস্যা নহয় সেইকথা ভাৱিয়েই পুৱাই কোনো বেয়া সামগ্ৰী চাব নিবিচৰাটো এক লোকবিশ্বাসেই৷ কথাতেই কয়, দিনটোৰ যদি আৰম্ভণি ভাল হয় তেন্তে দিনটো ভালকৈ পাৰ হয়৷  পুৱাই যদি আমি কোনো বেয়া খবৰ পাওঁ তেন্তে দিনটোৱেই নষ্ট হৈ যায় বুলি বহুতেই কয়৷ জানি থওক শাস্ত্ৰ অনুসৰি পুৱা টোপনি ভঙাৰ পাছত কি কি সামগ্ৰী দেখাটো অশুভ৷

আয়নাত নিজৰ প্ৰতিবিম্ব

পুৱাই বিচনাৰ পৰা উঠি আয়নাত নিজৰ মুখখন চোৱাৰ অভ্যাস বহুতৰেই আছে৷ কিন্তু জ্যোতিষবিদে জনোৱা অনুসৰি এই অভ্যাস একেবাৰেই বেয়া অভ্যাস৷ পুৱাই টোপনিৰ পৰা উঠি নিজৰ মুখৰ প্ৰতিবিম্ব চোৱাটো অশুভ লক্ষণ৷ মুখ হাত নুধুৱাকৈ বাহি মুখেৰে আয়নাত নিজৰ প্ৰতিবিম্ব নাচাব৷ এনেকৈ চোৱাটোৱে অশুভ প্ৰভাৱ কঢ়িয়াই আনে৷

নিজৰ ছায়া চোৱা

পুৱাই উঠি আয়না চোৱাটো যেনেকৈ বেয়া লক্ষণ তেনেকৈ পুৱাই নিজৰ ছায়া চোৱাটোও বেয়া অভ্যাস৷ জ্যোতিষশাস্ত্ৰ অনুসৰি পুৱা টোপনিৰ পৰা উঠি নিজৰ ছায়া দেখিলে তাৰ অশুভ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ কেৱল নিজৰ ছায়া চোৱাটোৱেই নহয়, টোপনিৰ পৰা ওঠাৰ পাছত অন্য কাৰোৰে ছায়া চোৱাটো ঠিক নহয়৷ ইয়াৰ ফলত আপুনি কামত বাৰে বাৰে বাধাৰ মুখত পৰে৷ সকলো কামতেই আপোনাৰ ব্যৰ্থতা আহে৷

ভঙা মূৰ্তি দেখা

শাস্ত্ৰ অনুসৰি পুৱাই টোপনিৰ পৰা উঠাৰ পাছত ভঙা মূৰ্তি চোৱাটো কাৰোৰে বাবেই শুভ নহয়৷ সেয়ে ঘৰত ভঙা মূৰ্তি নাৰাখিব৷ ইয়াৰ ফলত আপুনি সমগ্ৰ দিনটোৱেই সমস্যাৰ মুখত পৰিব৷ বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত কোনো ভঙা মূৰ্তি থাকিলে সেয়া এৰাই চলক৷ নহ’লে মূৰ্তি আপোনাৰ ক্ষতিৰ কাৰণ হৈ উঠিব৷

নিশাৰ বাহী বাচন

নিশাই খাদ্য খাই বাহি বাচন পেলাই থোৱাৰ অভ্যাস নেকি? যদি সেই অভ্যাস আছে তেন্তে পুৱা টোপনিৰ পৰা উঠিয়েই সেই কাম নকৰিব৷ যদি সম্ভৱ হয় নিশা খাদ্য খাই সেই প্লেট বা কাঁহী ধুই ৰখাৰ অভ্যাসেই গঢ়ি তুলিব৷ জ্যোতিষ অনুসৰি পুৱা টোপনিৰ পৰা উঠি বাহী বাচন দেখাটো একেবাৰে অশুভ৷ ইয়াৰ ফলত মা লক্ষ্মীৰ ৰোষত পৰিব আপুনি৷ মা লক্ষ্মী ৰুষ্ট হ’লে আৰ্থিক সংকটৰ মুখত পৰিব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
Next Post
সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.