• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

2 years ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

7 minutes ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

42 minutes ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

13 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

14 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

15 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

16 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

16 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

17 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

18 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

18 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক ন? কী ভাবে সতর্ক হবেন?

editor by editor
July 16, 2024
in ভাৰত, লেখা, স্বাস্থ্য
0
সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণভাৱে জ্বৰৰ সৈতে ডেঙ্গি জ্বৰৰ খুব বেছি পাৰ্থক্য নাই৷ ঋতু সলনিৰ সময়ত প্ৰায় মানুহৰেই জ্বৰ হোৱাটো স্বাভাৱিক লক্ষণ যদিও ৰাজ্যত ডেঙ্গিৰ ভয়াৱহতা থকাৰ বাবে এই জ্বৰক সাধাৰণ বুলিও উপেক্ষা কৰিব নোৱাৰি৷ ডেঙ্গিয়ে আপোনাৰ শৰীৰত বাহ বান্ধিছে নেকি সেই কথা বুজি উঠাৰ পূৰ্বেই বহু লোকে মৃত্যুকো সাবটি লয়৷

সাধাৰণ জ্বৰ আৰু ডেঙ্গি জ্বৰৰ পাৰ্থক্য নথকা নহয়৷ সেয়ে ডেঙ্গিৰ কিছু লক্ষণ আপুনি নিজাকৈ জানি থোৱাটো খুবেই প্ৰয়োজন৷ ডেঙ্গি হ’লে সমগ্ৰ শৰীৰত বিষ হয়৷ ইয়াৰ পুৰ্বে ডেঙ্গিৰ প্ৰচলিত নাম আছিল হাড়ভঙা জ্বৰ৷ ইয়াৰ সৈতে শৰীৰৰ বিভিন্ন স্থান ৰঙাও হৈ পৰে৷

ভাইৰেল জ্বৰৰ ক্ষেত্ৰত চৰ্দি, ডিঙিবিষ, শৰীৰৰ হালকা বিষ, দুৰ্বলতাৰ দৰে উপসৰ্গ থাকে৷ কিন্তু ডেঙ্গি ৰোগীৰ ক্ষেত্ৰত জ্বৰৰ তীব্ৰতা বহু বেছি হয়৷ জ্বৰ অহাৰ ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ মাজত সমগ্ৰ শৰীৰৰ ৰঙা ৰঙা ফোঁহা উলাই৷ ইয়াৰ লগতে দেহৰ গাঁঠিসমূহত বিষ অনুভূত হয়৷

ডেঙ্গিৰ উপসৰ্গসমূহ কি কি?

১) জ্বৰ, মূৰৰ বিষ. হাত-ভৰিৰ বিষৰ লগতে চকুৰ ভিতৰতো বিষ অনুভূত হয়৷

২) বমি বমি ভাৱ আৰু খাদ্যগ্ৰহণৰ অৰুচি৷ গাঁঠিৰ বিষ৷

৩) গাত ৰঙা ফোঁহা, ডায়েৰিয়া, খজুটি আদি হ’ব পাৰে৷

৪) দাঁতৰ আলু, মলদ্বাৰ, নাকেৰে তেজ ওলোৱা৷

৫) ডিঙিৰ বিষ, সেপ গিলোতে কষ্ট হোৱা৷

চিকিৎসকৰ মতে ডেঙ্গিৰ এটা মাৰাত্মক দিশ হৈছে মেক্ৰফেজ এক্টিভেছন ছিনড্ৰোম৷ ইয়াত যকৃতৰ উৎসেচক ক্ষৰণ মাৰাত্মক পৰিমাণে বাঢ়ি যায়৷ ইয়াৰোপৰি এলডিএইচ, ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰাও বাঢ়ি যায়৷ একেদৰে তেজত ফেৰিটিনেৰ মাত্ৰাও বাঢ়ি যায়৷ ইয়াৰ ফলত শৰীৰত ছাইটোকইন তৈয়াৰ হয়৷ চিকিৎসকে কয় যে, এই ক্ষেত্ৰত ৰোগীক ষ্টেৰয়েড দিবলগীয়া হয়৷ সামগ্ৰিক ভাৱে এই পৰিস্থিতিত ৰোগীৰ অস্থিমজ্জাৰ সমস্যাই দেখা দিয়ে৷ প্লেটলেটৰ সংখ্যা যদি শৰীৰত ঠিকেই থাকে তেন্তে চিন্তাৰ কাৰণ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!
জীৱনশৈলী

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

May 3, 2026
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক
ভাৰত

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

May 3, 2026
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
Next Post
বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

বুলডোজাৰ একশ্ব্যন বন্ধ! বৃহৎ সিদ্ধান্ত যোগী চৰকাৰৰ

জিঅ’, এয়াৰটেলৰ পৰা BSNLলৈ কেনেকৈ পোৰ্ট কৰিব? জানক পোৰ্ট কৰাৰ নিয়ম

জিঅ’, এয়াৰটেলৰ পৰা BSNLলৈ কেনেকৈ পোৰ্ট কৰিব? জানক পোৰ্ট কৰাৰ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.