• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো

পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো

2 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

51 minutes ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

2 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

3 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

5 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

6 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

9 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

10 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো

editor by editor
May 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো

অপহৰণ আৰু হত্যাৰ অভিযোগত স্বামীয়ে ৩৪ মাহ ধৰি কাৰাবন্দী জীৱন কটালে। পাছে এতিয়াও জীয়াই আছে পত্নী। সেই একেটা গোচৰতে বোৱাৰীগৰাকীৰ শাহুৱেকও সাত মাহ ধৰি কাৰাগাৰত থাকি অযথা শাস্তি ভুগিব লগা হয়। পাছে সোঁশৰীৰে পত্নীগৰাকী উপস্থিত হোৱাত আচৰিত হৈ পৰিছে আৰক্ষী। সম্পূৰ্ণ সুস্থ হৈ আছে পত্নীগৰাকী।

বিহাৰৰ গোপালগঞ্জৰ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে। প্ৰেমিকৰ সৈতে জীৱিত অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকী। আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বলিয়াৰ পৰা উদ্ধাৰ কৰিছে মহিলাগৰাকীক।

বিয়াৰ পাছতে সুখৰ সংসাৰ আছিল লতা দেৱী আৰু সুনীল চৌহানৰ। বিয়াৰ পিছত দুগৰাকী কন্যা সন্তানৰো মাতৃত্ব লাভ কৰে। কিন্তু পাছলৈ সংসাৰত কেনা লাগে। ২০১৬ চনত মহিলাগৰাকীয়ে স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে হাৰাশাস্তিৰ গোচৰ ৰুজু কৰে।

তাৰ পাছতে হঠাতে নোহোৱা হৈ পৰে পত্নী। বহু গোচৰ, বহু বিচাৰ-খোচাৰ, তালাচী চলোৱা হৈছিল। ২০২১ চনৰ ২৫ জুলাইত আৰক্ষী থানাত এফআইআৰ দাখিল কৰা হৈছিল। এই গোচৰত মহিলাগৰাকীৰ স্বামী সুনীল চৌহান, তিনিগৰাকী দেওৰ আৰু শাহুৱেকসহ মুঠ পাঁচজন লোকক অভিযুক্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

অৱশেষত কিছু তথ্যৰ ভিত্তিত উত্তৰ প্ৰদেশৰ বালিয়াৰ পৰা নিৰুদ্দিষ্ট লতা দেৱীক আৰক্ষীয়ে ধৰে। যি লতা দেৱীক হত্যা কৰি পুতি থোৱা বুলি ধৰা হৈছিল, সেই লতা দেৱীত জীৱিত দেখি আৰক্ষীয়ে নিজেও আচৰিত হৈ পৰে।

আৰক্ষীয়ে সন্দেহ কৰা মতে, প্ৰেমজনিত কাৰণতে সংঘটিত হয় এই সমষ্ট ঘটনা। লতা দেৱীয়ে ঘৰৰ পৰা পলাই গৈ দ্বিতীয়বাৰৰ বাবে বিয়া পাতে। কিন্তু লতা দেৱীয়ে জনোৱা অনুসৰি, স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে অত্যাচাৰ কৰাৰ বাবেই পলাই গৈছিল । বাটতে লগ পাইছিল এতিয়াৰ প্ৰেমিক তথা স্বামীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: \Bihar Viral StorybiharSocial Media Viral; storyViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
Next Post
পৰম্পৰাগত বিবাহ-লিভ ইন ৰিলেছন এইবোৰ এতিয়া অতীত, নতুনকৈ ট্ৰেণ্ড হৈছে আন এক বিবাহ, আপুনিও কৰিব পাৰে

পৰম্পৰাগত বিবাহ-লিভ ইন ৰিলেছন এইবোৰ এতিয়া অতীত, নতুনকৈ ট্ৰেণ্ড হৈছে আন এক বিবাহ, আপুনিও কৰিব পাৰে

নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়

নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.