• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়

নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়

2 years ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

14 seconds ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

18 minutes ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

37 minutes ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

50 minutes ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

1 hour ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

2 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

3 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

4 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

4 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

5 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

5 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়

editor by editor
May 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৰেন্দ্ৰ ডোভালকাৰ কাণ্ড, ১১ বছৰৰ মূৰকত আহিল ৰায়

নৰেন্দ্ৰ ডোভালকাৰ হত্যাকাণ্ডৰ গোচৰত আদালতৰ ৰায় ১১ বছৰৰ পাছত আহিল। মহাৰাষ্ট্ৰৰ পুনেৰ বিশেষ আদালতে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া কৰ্মী ড০ নৰেন্দ্ৰ ডাভোলকৰ হত্যাকাণ্ডৰ ৰায়দান দিয়ে।

আদালতে শচীন আন্দুৰে আৰু শাৰদ কলাস্কাৰ নামৰ দুজন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে আন তিনিজনক ক্ৰমে- সঞ্জীৱ, বিক্ৰম আৰু বীৰেন্দ্ৰ সিং তাওডেক দোষমুক্ত কৰে।

২০১৩ চনৰ ২০ আগষ্ট তাৰিখে পুনেৰ ওমকাৰেশ্বৰ দলঙত প্ৰাতঃভ্ৰমণলৈ ওলাই অহা ডাভোলকৰক গুলীয়াই হত্যা কৰা হৈছিল। এই গোচৰত ৫জন লোকক অভিযুক্ত কৰা হৈছিল।

বিচাৰ বিভাগে চূড়ান্ত শুনানিত উল্লেখ কৰিছিল যে অভিযুক্তসকলে অন্ধবিশ্বাসৰ বিৰুদ্ধে ডাভোলকাৰৰ অভিযানৰ বিৰোধিতা কৰিছিল। প্ৰথম অৱস্থাত এই গোচৰৰ তদন্ত পুনে আৰক্ষীয়ে চলাই আছিল যদিও বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৪ চনত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)য়ে গোচৰটো গ্ৰহণ কৰে।

দভোলকাৰৰ সংগঠন মহাৰাষ্ট্ৰ অন্ধশ্ৰাধ নিৰ্মূলন সমিতিয়ে কৰা কামৰ বিৰোধিতা কৰিছিল সনাতন সংস্থাই। টাউড়ে আৰু আন কিছুমান অভিযুক্ত এই প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। চিবিআইয়ে নিজৰ চাৰ্জ শ্বীটত প্ৰথমে পলাতক সাৰং আকোলকাৰ আৰু বিনয় পাৱাৰক গুলীচালনা কৰা বুলি উল্লেখ কৰিছিল যদিও পিছত শচীন আন্দুৰে আৰু শাৰদ কলাস্কাৰক গ্ৰেপ্তাৰ কৰি পৰিপূৰক অভিযোগনামাত দাবী কৰে যে তেওঁলোকে দভোলকক গুলীয়াই হত্যা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: murder casenarendra dobhalkarnarendra dobhalkart murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন
ভাৰত

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

September 16, 2026
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ
অপৰাধ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

September 16, 2026
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

September 16, 2026
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
Next Post
বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ

বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ

জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.