• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

1 year ago
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

5 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

41 minutes ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

59 minutes ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

1 hour ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

2 hours ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

3 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

3 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

4 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

5 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

7 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ, সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

editor by editor
January 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই মহিলা ইনষ্টাগ্ৰামৰ মাধ্যমেৰে এগৰাকীয়ে আনগৰাকীৰ সৈতে পৰিচিত হৈছিল৷ তাৰপিছতেই বন্ধুত্ব৷ কথাবতৰাৰ মাজত দুয়োৱে জানিব পাৰে দুয়োৰে জীৱনযন্ত্ৰণাৰ কথা৷ তাৰপিছতেই দুয়োগৰাকীয়ে মিলি ল’লে আচৰিত সিদ্ধান্ত৷

স্বামীয়ে মদ্যপান কৰি অত্যাচাৰ কৰে৷ গাত হাত তোলে৷ অকথ্য গালিগালাজ৷ দিনৰ পাছত দিন ধৰি সকলো সহ্য কৰি কৰি অসহ্য হৈ পৰিছিল দুয়োগৰাকী মহিলাই৷ কথা প্ৰসংগত দুজনৰেই দাম্পত্যৰ কৰুণ অৱস্থা মিলি যায়৷ আলাপৰ পাছত ৬ বছৰ ধৰি দুয়োৰে মাজত কথা বতৰা হোৱাৰ পাছত দুই নাৰী মিলি লয় এক হোৱাৰ সিদ্ধান্ত৷

উত্তৰপ্ৰদেশৰ গোৰখপুৰৰ দুই মহিলাই নিজৰ মদাপী স্বামীৰ অত্যাচাৰৰ কাৰণেই নিজৰ ঘৰ এৰি এগৰাকীয়ে আনগৰাকীক বিয়া কৰাইছে৷ এগৰাকী কবিতা আৰু আনগৰাকী গুঞ্জা নামৰ দুই নাৰীয়ে গোৰখপুৰৰ এটা শিৱ মন্দিৰত গৈ বিবাহৰ বিধি সম্পূৰ্ণ কৰিছে৷

বিবাহৰ সময়ত গুঞ্জাই স্বামী হিচাপে ভূমিকা গ্ৰহণ কৰি কবিতাৰ শিৰত আঁকি দিয়ে সেন্দুৰ৷ তাৰপাছতেই মালা সাল সলনি কৰি দুয়োৱে বিবাহ সম্পূৰ্ণ কৰে৷

গুঞ্জাই সংবাদ সংস্থা PTIক জনাই যে, আমি আমাৰ স্বামীৰ মদ্যপান আৰু অত্যাচাৰত অতিষ্ঠ হৈ পৰিছিলো৷ সেয়ে আমি আমাৰ শান্তি আৰু ভালপোৱাৰ জীৱন বাচি ল’বলৈ বাধ্য হৈছো৷ আমি গোৰখপুৰতে একেলগে থকাৰো সিদ্ধান্ত লৈছো৷ দুয়ো দুয়োৰে সৈতে একেলগে থকাৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলিও জনাইছে৷ বৰ্তমান দুয়োৰে স্থায়ী বাসস্তানৰ ব্যৱস্থা নাই সেয়ে এটা ঘৰ ভাড়া কৰাৰ পৰিকল্পনা কৰিছে দুয়োৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে
জীৱনশৈলী

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

June 2, 2026
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

June 2, 2026
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

June 2, 2026
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!
জীৱনশৈলী

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

June 2, 2026
Next Post
৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.