• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

2 years ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

49 minutes ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

1 hour ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

2 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

2 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

2 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

3 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

3 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

4 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

5 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

7 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

7 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

editor by editor
January 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫-২০২৬ অৰ্থবৰ্ষৰ পূৰ্ণাংগ বাজেট পেছ হ’ব সম্ভৱত আগন্তুক ১ ফেব্ৰুৱাৰীত৷ এই দিনটোতেই প্ৰতি বছৰে বাজেট উত্থাপন কৰা হয়৷ আৰু এই বাজেটৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুখন বৈঠকো আয়োজন কৰিছে৷ ৭ ডিচেম্বৰ শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৃষক ইউনিয়ন, কৃষি অৰ্থনীতিবিদৰ সৈতে দেখা কৰি বিভিন্ন কৃষক সংগঠনৰ সৈতেও বৈঠক কৰে৷ আৰু ইয়াৰ মাধ্যমেৰে আগন্তুক বাজেটত কৃষকৰ পক্ষৰ পৰা কিছু প্ৰত্যাশা দাবীৰ কথা জনোৱা হৈছে৷

কৃষকৰ চাহিদাৰ ওপৰত জোৰ দিয়া

২ঘণ্টীয়া বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কৃষকৰ চাহিদাক লৈ দীৰ্ঘ বিস্তাৰিত আলোচনা কৰে৷ কৃষকৰ আৰ্থিক চাহিদা পূৰণ কৰিবৰ বাবে কৃষকক আৰ্থিকভাৱে সহায়তা দিয়াৰ কথাও আলোচনাত সামৰি লৈছে৷ কৃষিজ পণ্যৰ উৎপাদন বঢ়াবলৈ বিত্তমন্ত্ৰীৰ সৈতে আলোচনাত বিভিন্ন কৃষি সংগঠন, ভাৰতৰ কৃষক সমাজৰ চেয়াৰমেন অজয় বীৰ জাখৰেও কৃষকক সহায় কৰা বিষয়টোত বিশেষ জোৰ দিছে৷

কি কি মুখ্য দাবী আছে?

সকলোতকৈ বেছি যি দাবী উঠিছে কৃষক সংগঠনসমূহৰ পৰা সেয়া হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধি যোজনাৰ ভাট্টাৰ ধন দ্বিগুণ কৰা৷ ইমানদিন পৰ্যন্ত বছৰত ৬ হাজাৰ টকা কৃষকে ভাট্টা পাইছিল৷ সেই ভাট্টাৰ ধন বৃদ্ধি কৰি বাৰ্ষিক ১২০০০ টকাকৈ দিবলৈ দাবী কৰা হৈছে৷

প্ৰধানমন্ত্ৰী ক্ৰপ ইনছুৰেন্স স্কিমৰ অধীনত ক্ষুদ্ৰ কৃষকসকলকো সামৰি লোৱা হৈছে৷ কোনো প্ৰিমিয়াম নিদিয়াকৈ যাতে ক্ষুদ্ৰ কৃষকেও এই স্কিমৰ বিমা পাব পাৰে সেই ব্যৱস্থাও কৰা হ’ব বুলি দাবী ৰখা হৈছে৷

ইয়াৰোপৰি কৃষকৰ বাবে ঋণৰ ওপৰত সুদ কমোৱাত জোৰ দিয়া হৈছে৷ দাবী জনোৱা হৈছে যাতে এই সুদৰ হাৰ ১শতাংশ কমাই দিয়া হয়৷

কৃষিক পণ্যৰ উৎপাদন বঢ়োৱাৰ বাবে আগন্তুক ৮ বছৰ পৰ্যন্ত প্ৰতি বছৰে ১ হাজাৰ কোটি টকাৰ বিনিয়োগ ষ্ট্ৰেটেজি ল’ব লাগিব চৰকাৰে৷ ফলত এইবাৰৰ পূৰ্ণাংগ বাজেটত কৃষক সন্মান নিধি যোজনাৰ ভাট্টাৰ অংক বঢ়াই ১২ হাজাৰ কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন
জীৱনশৈলী

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

September 7, 2026
Next Post
মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.