• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

1 year ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

1 minute ago
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

23 minutes ago
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

48 minutes ago
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

1 hour ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

2 hours ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

2 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

3 hours ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

4 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

5 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

editor by editor
January 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত
0
SHARES
13.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি গ্ৰহৰ স্থান সলনিৰ বাবে ফেব্ৰুৱাৰী মাহটো অত্যন্ত বিশেষ৷ এই মাহত সূৰ্য আৰু মঙলসহ চাৰিটা গ্ৰহই নিজৰ গতিবিধিৰ পৰিবৰ্তন কৰিব৷ গ্ৰহৰ ৰাজকুমাৰ বুধে এই মাহত দুবাৰ ৰাশি পৰিবৰ্তন কৰিব আৰু শুভ যোগ তৈয়াৰ কৰিব৷ প্ৰথমে ৪ ফেব্ৰুৱাৰী, বৃহস্পতিয়ে বৃষ ৰাশিত প্ৰৱেশ কৰিব, যিয়ে বহু ৰাশিৰ জীৱনত অগ্ৰগতি আৰু শুভ সুযোগ কঢ়িয়াই আনিব৷

ইয়াৰ পাছতেই ১১ ফেব্ৰুৱাৰীত বুধে শনিৰ ৰাশি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু পাছৰ দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত সূৰ্যই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ কাৰণে কুম্ভ ৰাশিত সূৰ্য, বুধ আৰু শনিৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ ইয়াৰ পাছতেই মঙ্গলে বৃষ ৰাশিত ভৰি দিব৷ মাহৰ শেষত বুধে মীন ৰাশিত প্ৰৱেশ কৰাৰ ফলত প্ৰচুৰ উপাৰ্জনৰ সুযোগ আহিব৷ জানি থওক কোন ৫টা ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহত গ্ৰহৰ গমন উপকাৰী?

মেষ ৰাশি

ফেব্ৰুৱাৰী মাহ মেষ ৰাশিৰ জাতকৰ বাবে কৰ্মজীৱনত উন্নতিৰ নতুন সুযোগ আহিব৷ এই মাহত শিক্ষাৰ্থীয়ে উচ্চশিক্ষাত সাফল্য পাব৷ চাকৰিয়াল কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে৷ ইয়াৰোপৰি যিসকল ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকেও যথেষ্ট সুবিধা পাব৷ ইয়াৰোপৰি ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ বিদেশ ভ্ৰমণৰ বাবে এই সময় অনুকূল৷ প্ৰতিযোগীতামূলক পৰীক্ষাত সফলতা পাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ফেব্ৰুৱাৰীত গ্ৰহৰ স্থান সলনি কোনো আশীৰ্বাদতকৈ কম নহয়৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকেও বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ পাব৷ ফলত ভাল লাভ পাব৷ বিবাহ সংক্ৰান্তিয় বিষয়ত ইতিবাচক ফল পাব৷ গ্ৰহৰ শুভ প্ৰভাৱৰ কাৰণে মামলা মোকৰ্দমাত সাফল্য আহিব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা থাকিব৷

কৰ্কট ৰাশি

ফেব্ৰুৱাৰী মাহ কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য উন্নত হ’ব৷ আৰ্থিক লাভৰো যোগ আছে৷ এই মাহত অজানা শত্ৰুৰ পৰা সতৰ্ক থকাটো ভাল৷ দামী সামগ্ৰী ক্ৰয়ৰ সম্ভাৱনা আছে৷ ব্যৱসায়িক ভ্ৰমণ লাভজনক হ’ব৷ ৰৈ থকা কামত গতি আহিব৷ পৈতৃক সম্পত্তিৰ পা লাভ পাব পাৰে৷ দাম্পত্য জীৱন সুখৰ হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাই এই মাহত সন্তান আৰু প্ৰেমত সুসংবাদ পাব৷ ইয়াৰ মাধ্যমেৰে কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিষয়ত সমাধান পাব৷ পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত অংশগ্ৰহণৰ সুযোগ আহিব৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ চাকৰিয়ালে পদোন্নতিৰ সু সংবাদ পাব পাৰে৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহ উপকাৰী হ’ব৷ গ্ৰহৰ স্থানান্তৰে জীৱনত ইতিবাচক প্ৰভাৱ পেলাব৷ এই মাহত আপোনাৰ ব্যৱসায়ত উন্নতি হ’ব৷ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব৷ পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
বাণিজ্য

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

June 2, 2026
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?
জীৱনশৈলী

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

June 2, 2026
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক
জীৱনশৈলী

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

June 2, 2026
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে
জীৱনশৈলী

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

June 2, 2026
Next Post
‘ব্ৰেইন ডেড’ অন্তঃসত্ত্বাই জন্ম দিলে পুত্ৰসন্তানৰ! স্ত্ৰীৰ লিভাৰ, কিডনি আৰু কৰ্নিয়া দানৰ সিদ্ধান্ত স্বামীৰ

‘ব্ৰেইন ডেড’ অন্তঃসত্ত্বাই জন্ম দিলে পুত্ৰসন্তানৰ! স্ত্ৰীৰ লিভাৰ, কিডনি আৰু কৰ্নিয়া দানৰ সিদ্ধান্ত স্বামীৰ

৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?

৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.