• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

38 minutes ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

1 hour ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

2 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

2 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

3 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

5 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

5 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

6 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
November 26, 2022
in জীৱনশৈলী, বিশ্ব
0
এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
496
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টুইটাৰ বিতৰ্ক শেষ হোৱাই নাই৷ মাইক্ৰব্লগিং চাইট ক্ৰয় কৰাৰ পাছতেই বহু কৰ্মীক ছাটাই কৰাক লৈ বিশ্ববাসীয়ে সমালোচনা কৰিছে এলনক৷ কিন্তু সকলোৱে সমালোচনা কৰিলেও এলনৰ পক্ষত থিয় দিছে এগৰাকী জনপ্ৰিয় লেখিকা৷ তেওঁ আন কোনো নহয়৷ তেওঁ তছলিমা নাচৰিণ৷ এলনৰ প্ৰশংসাত পঞ্চমুখ লেখিকা তছলিমাই টুইটযোগে প্রশংসা কৰিছে এলনক৷ কিয় এলনক তেওঁৰ ভাল লাগে সেই কথাও প্ৰকাশ কৰিছে লেখিকাগৰাকীয়ে৷

কি লিখিছে তছলিমা নাচৰিণে?

টুইটাৰ পষ্টত তছলিমাই লিখিছে, ‘এলন মাস্কক মোৰ ভাললাগে৷ তেওঁৰ বহু টকা আছে সেয়ে এই ভাললগা তেনে নহয়৷ তাৰ বিপৰীতে তেওঁৰ হাঁহিটোৱে মোৰ প্ৰিয়৷’ হঠাতেই মাস্কৰ পক্ষত টুইট কৰাত নেটদুনীয়াত এতিয়া কেৱল মাস্কৰেই চৰ্চা৷ বহুতেই লেখিকা তছলিমাৰ পষ্টটোৰ সমৰ্থনত কৈছে, ‘ঠিকেই মাস্কৰ হাঁহিটো ধুনীয়া৷’ কিন্তু একাংশই আকৌ তছলিমাৰ পষ্টটো দেখা মাত্ৰকেই কটাক্ষ কৰি লিখিছে ‘মাস্কে সুন্দৰ হাঁহি মাৰি যে কৰ্মীসকলক ছাটাই কৰি আছে সেই কথা বাইদেউৰ দৃষ্টিগোচৰ কিয় হোৱা নাই?’

উল্লেখ্য যে, বিগত ২৭ অক্টোবৰত টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছে মাস্কে৷ ৪৪ বিলিয়ন ডলাৰ খৰচ কৰি মাস্কে মাইক্ৰব্লগিং ছাইটটো ক্ৰয় কৰিছে৷ মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতেই অনা সালসলনিক লৈ পৃথিৱীজুৰি সমালোচনা হৈ থাকোতেই লেখিকা তছলিমাই এলনৰ হাঁহিৰ প্ৰশংসা কৰাটোৱে সকলোকে অবাক কৰি তুলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
Next Post
কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

সুন্দৰী যুৱতীৰে মধুনিশা যাপনৰ যো-জা, তেনেতেই দুৱাৰত টক টক শব্দ, তাৰপিছত…

সুন্দৰী যুৱতীৰে মধুনিশা যাপনৰ যো-জা, তেনেতেই দুৱাৰত টক টক শব্দ, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.