• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

2 months ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

17 minutes ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

52 minutes ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

14 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

15 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

15 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

16 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

17 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

17 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

18 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

19 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

editor by editor
May 5, 2026
in জীৱনশৈলী
0
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ
0
SHARES
478
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমবংগ গেৰুৱা হ’ল৷ আগন্তুক ৯মে ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত গ্ৰহণ কৰিব নতুন চৰকাৰে. অৱসান ঘটিল দীৰ্ঘ ১৫ বছৰীয়া তৃণমূল শাসনৰ. পশ্চিমবংগ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব প্ৰথমবাৰৰ বাবে চৰকাৰ গঢ়িব বিজেপিয়ে৷ আৰু এই শিবিৰৰ অন্যতম আলোচিত প্ৰাৰ্থী আছিল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ৷ পানিহাটি কেন্দ্ৰৰ পৰা জয়ী হৈছে তেওঁ৷ সদ্য নিৰ্বাচিত এই বিধায়কৰো লক্ষ্য স্থিৰ৷ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰাৰ হুংকাৰ দিছে তেওঁ৷

মমতা বেনাৰ্জীৰ মনোনীত তৃণমূল প্ৰাৰ্থী তীৰ্থাংকৰ ঘোষক বৃহৎ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ আহিছে ৰত্না দেৱনাথ৷ ভোট গণনা শেষ হোৱাৰ পাছতেই আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে কয়, ‘এই জয় তেওঁলোকৰ বাবে উৎসৰ্গিত, এই জয় পানিহাটীৰ সমগ্ৰ মানুহ, আমাৰ সহকৰ্মী আৰু দলীয় কৰ্মীসকলৰ বাবে উৎসৰ্গিত যিয়ে আমাক অবিৰাম সমৰ্থন কৰি আহিছে৷ মই পূৰ্বেই কৈছিলো যে আমি পানিহাটীক ঘোষ পৰিয়ালৰ পৰা মুক্ত কৰিব কৰিব খোজো আৰু মই সেয়া কৰিম৷

আমি তৃণমূল কংগ্ৰেছক নৰ্দমাৰ ওপৰত পেলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো৷ গংগাত নহয়, কাৰণ তাৰ পানী দূষিত হব৷ মই ৩০,০০০ ভোটৰ ব্যৱধানত এই নিৰ্বাচনী যুঁজত জয়ী হৈছো৷ মই এই জয় প্ৰধানমন্ত্ৰী মোদীক উৎসৰ্গা কৰিম৷ মোৰ কন্যাই মা দুৰ্গাক খুব ভালপাইছিল৷ সেয়ে বাংলাত পদুম ফুলিছে৷ বহুতে মোক তিৰস্কাৰ কৰিছিল কিন্তু বাংলাৰ মানুহে তাৰ যোগ্য জবাব দিছে৷

ৰত্না দেৱনাথে জয়ৰ পাছতেই মমতা বেনাৰ্জিক উদ্দেশ্যি কৈছে, ‘মই তেওঁ আৰু তেওঁৰ ভাতৃ পুত্ৰ অভিষেক বেনাৰ্জীক জে’লত দেখিব খোজো. মমতা মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী আছিল কিন্তু মোৰ কন্যাৰ মৃত্যুৰ ন্যায় দিব নোৱাৰিলে৷ মোৰ কন্যাৰ মৃত্যুৰ ন্যায়বিচাৰৰ প্ৰথম ঢাপ মই পাৰ কৰিছো৷ আমাৰ সমাজত নাৰী নিৰাপদ নহয়৷ মমতা বেনাৰ্জীয়ে নিজেই নিৰ্দেশ দিছিল যে নিশা ৮ বজাৰ পাছত মহিলাসকল ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়৷ আমি সেই পৰিস্থিতিৰ পৰা মুক্তি পালো৷’

ইয়াৰোপৰি ৰত্না দেৱনাথে সংবাদমাধ্যমৰ আগত কয়, ‘এই জয় মই প্ৰথমেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উৎসৰ্গা কৰিব খোজে৷ বাংলাৰ বহু লোকৰ অভিযোগ, চাকৰি নাই, স্কুলসমূহত তলা লাগিছে, কৈছিলো তৃণমূলক মূল উভালি পেলাম, সেয়া কৰিব পাৰিছো৷ পানিহাটীৰ পৰা ঘোষ পৰিয়ালৰ থ্ৰেট কালচাৰ এতিয়া আৰু চলিবলৈ দিয়া নহ’ব৷ ভয়ৰ ৰাজনীতি, দুৰ্নীতিৰ পৰা পানিহাটিক মুক্ত কৰিব পাৰিম বুলি বিশ্বাস৷’

বিধানসভালৈ গৈ প্ৰথমে কি কাম কৰিব সেয়াও স্পষ্টকৈ জনালে আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে৷ তেওঁ কয়, ‘মোৰ কনাই যি দুৰ্নীতিৰ বাবে মাত মাতি জীৱন দিলে সেই স্বাস্থ্য দফতৰৰ দুৰ্নীতি কিমান গভীৰ সেয়া বিচাৰি ওলিয়াম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম
জীৱনশৈলী

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

July 5, 2026
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
Next Post
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.