• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান

সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান

1 year ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

36 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

1 hour ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

12 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

13 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

14 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান

editor by editor
January 28, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান

ভাৰতীয় বলাৰ বুম বুম বুমৰাহে সঁচাকৈয়ে বিশ্ববাসীৰ আহত তুলি ধৰিলে নজিৰ। এগৰাকী বলাৰ হিচাপে নাম ৰাখিলে ভাৰতৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ২০২৪ৰ টেষ্টৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান লাভ কৰি ইতিহাস ৰচিলে বুমৰাহে।

ভাৰতীয় বলাৰ বিচাপে টেষ্টত শ্ৰেষ্ঠত্ব লাভ কৰা বুমৰাহ হৈছে প্ৰথমগৰাকী ক্ৰিকেট খেলুৱৈ। ভাৰতীয় দলৰ তাৰকা বলাৰ জছপ্ৰীত বুমৰাহক ২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

ভাৰতৰ তাৰকা বলাৰ জছপ্ৰিত বুমৰাহৰ উপৰিও ইংলেণ্ডৰ অভিজ্ঞ বেটছমেন জো ৰুট, ইংলেণ্ডৰ যুৱ বেটছমেন হেৰী ব্ৰুক আৰু শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছকো এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল যদিও বুমৰাহে সকলোকে পৰাস্ত কৰি শেষত এই বঁটা লাভ কৰে।

https://x.com/BCCI/status/1883819757222379994

বুমৰাহে শেহতীয়াকৈ টেষ্টত ২০০ উইকেট সম্পূৰ্ণ কৰিছিল। ২০২৪ চনত টেষ্ট ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিতো হৈছে বুমৰাহ। ১৩খন মেচত গড়ে ১৪.৯২ আৰু ষ্ট্ৰাইক ৰেট ৩০.১৬ ৰে ৭১টা উইকেট দখল কৰিছিল বুমৰাহে, যিটো পৰম্পৰাগত ফৰ্মেটত যিকোনো বলাৰৰ সৰ্বোত্তম প্ৰদৰ্শন।

বিগত কেলেণ্ডাৰ বৰ্ষত বুমৰাহে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই ৭১টা উইকেট দখল কৰি এই ফৰ্মেটত সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয়। দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ দ্ৰুত বলাৰৰ বাবে অনুকূল পৰিস্থিতি হওক বা ঘৰুৱা বেগী বলাৰৰ বাবে কঠিন পৰিস্থিতি হওক, বুমৰাহ গোটেই বছৰটো আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ICC Best PlayerICC Best Test Plyer Of the yearIndian BallerJashprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
Next Post
নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ'ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.