• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰহৰ গণিছে ক্ৰিকেটপ্ৰেমীয়ে! ২০২৭লৈ মাজত ৪ বছৰ, অহাবাৰ কোনখন দেশে আয়োজন কৰিব ODI বিশ্বকাপ? কোন কোন দেশে খেলিব এদিনীয়া বিশ্বকাপ?

প্ৰহৰ গণিছে ক্ৰিকেটপ্ৰেমীয়ে! ২০২৭লৈ মাজত ৪ বছৰ, অহাবাৰ কোনখন দেশে আয়োজন কৰিব ODI বিশ্বকাপ? কোন কোন দেশে খেলিব এদিনীয়া বিশ্বকাপ?

2 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

2 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

3 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

3 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

4 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

4 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

4 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

5 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

5 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

6 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

6 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

6 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰহৰ গণিছে ক্ৰিকেটপ্ৰেমীয়ে! ২০২৭লৈ মাজত ৪ বছৰ, অহাবাৰ কোনখন দেশে আয়োজন কৰিব ODI বিশ্বকাপ? কোন কোন দেশে খেলিব এদিনীয়া বিশ্বকাপ?

editor by editor
November 21, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
প্ৰহৰ গণিছে ক্ৰিকেটপ্ৰেমীয়ে! ২০২৭লৈ মাজত ৪ বছৰ, অহাবাৰ কোনখন দেশে আয়োজন কৰিব ODI বিশ্বকাপ? কোন কোন দেশে খেলিব এদিনীয়া বিশ্বকাপ?
0
SHARES
12k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ সপোন ভাঙিল। আকৌ আৰম্ভ হ’ল অপেক্ষা। অপেক্ষাৰ প্ৰহৰ গণিবলৈ আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে। ২০২৭ চনলৈ অপেক্ষা এতিয়া প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ। কিন্তু ২০২৭ চনৰ আইচিচি বিশ্বকাপ কোনখন দেশে আয়োজন কৰিব?

২৪ৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হৈছিল। প্ৰায় এমাহ ধৰি এই টুৰ্নামেণ্ট চলিছিল। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়া। ৱাৰ্ল্ডকাপ ফাইনেলত টিম ইণ্ডিয়াক হৰুৱাই ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে কেংগাৰু বাহিনীয়ে। আকৌ ৪বছৰ অপেক্ষা। ৪বছৰ পাছত অনুষ্ঠিত হ’ব আইচিচি বিশ্বকাপ। ২০২৭ৰ টুৰ্নামেণ্ট হ’ব আফ্ৰিকা মহাদেশৰ তিনিখন দেশত। ইয়াৰ ভিতৰত আছে দক্ষিণ আফ্ৰিকা, জিম্বাৱে আৰু নামিবিয়াত। আয়োজক ৰাষ্ট্ৰসমূহৰ মাজত দক্ষিণ আফ্ৰিকাই একমাত্ৰ টেষ্ট খেলা দল।

উল্লেখ্য যে তিনিখন দেশ মিলি আয়োজন কৰিব ১৪সংখ্যক ODI ৱাৰ্ল্ডকাপ। ইয়াৰপূৰ্বে ২০০৩ চনত এদিনায়া আন্তৰ্জাতিক আৰু ২০০৭ চনত টি-২০ বিশ্বকাপ আয়োজন কৰিছিল প্ৰোটিয়াৰাই। সেই দুবাৰেই দুৰ্দান্ত পাৰ্ফৰমেন্স দেখুওৱাইছিল ভাৰতে। ২০০৩ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল সৌৰৱ গাংগুলীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে। ২০০৭ন চনত প্রথমবাৰ টি-২০ বিশ্বকাপ জয় কৰে টিম ব্লুৱে। ফাইনেলত চিৰপ্ৰতিদ্বন্দী দেশ পাকিস্তানক হৰুৱাই ভাৰতে। সেইবাৰ কেপ্টেইন আছিল মহেন্দ্ৰ সিং ধোনী।

কেতিয়াৰে পাৰ আৰম্ভ হ’ব ২০২৭ৰ বিশ্বকাপ?

চাৰি বছৰ পাছত ২০২৭ৰ এদিনীয়া বিশ্বকাপ আৰম্ভ হ’ব অক্টোবৰ মাহৰ পৰা। চলিব নৱেম্বৰ পৰ্যন্ত। প্ৰায় এমাহ ধৰি এই টুৰ্নামেণ্ট খেলিব ১৪টাকৈ দলে। আয়োজক দেশ হিচাপে
দক্ষিণ আফ্ৰিকা আৰু জিম্বাৱোয়ে ২০২৭ৰ এদিনীয়া বিশ্বকাপ খেলিব। ইয়াৰোপৰি ICCৰ ODI ৰেংকিঙৰ প্ৰথম ৮টা দলে খেলিব বিশ্বকাপ। অন্যান্য ৪খন দেশে বিশ্বকাপ খেলিবৰ বাবে কোৱালিফাই কৰিব লাগিব।

কি ফৰমেটত হ’ব ২০২৭ৰ বিশ্বকাপ?

২০০৩ ৰ ফৰমেট মানিয়েই খেলা হ’ব ২০২৭ ৰ এদিনীয়া বিশ্বকাপ। ১৪টাকৈ দলত দুটা গ্ৰুপত ভাগ কৰা হ’ব। প্ৰতিটো গ্ৰুপৰ পৰা ৩টাকৈ টিম উঠিব ছুপাৰ ছিক্সত। তাৰ পৰাই আৰম্ভ হ’ব ছেমিফাইনেল আৰু ফাইনেলৰ যুঁজ। ২০২৭ৰ বিশ্বকাপত আয়োজক দেশ নামিবিয়াই খেলিবনে সেই কথা এতিয়াও স্পষ্ট নহয়। আফ্ৰিকাৰ এই দেশে ৱাৰ্ল্ডকাপ খেলিবলৈ হ’লে প্ৰথমে যোগ্যতা অৰ্জন কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

‘লৰাকেইটাই ভালেই খেলিছিল, ‘পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

'লৰাকেইটাই ভালেই খেলিছিল, 'পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.