• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?

3 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

7 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

8 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

9 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

10 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

11 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?

editor by editor
October 7, 2023
in ক্ৰীড়া, ভাৰত
0
ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এদিনৰ পাছতেই ICC World Cup 2023 আৰম্ভ হ’ব। কিন্তু এতিয়াও ফ্লীডত নমা নাই ৰোহিত শৰ্মা। ভাৰতৰ প্ৰথম মেছ দেওবাৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে আছে বিশেষ মেচ। মেচত নমাৰ পূৰ্বে দলৰ সকলো দায় অধিনায়কৰ ওপৰত জাপি দিছে কোচ ৰাহুল দ্ৰাবিড়ে। ৰোহিতেই দলটোক টানি নিব লাগিব। শুকুৰবাৰে চেন্নাইত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰিছে ৰাহুল দ্ৰাবিড়ে।

ৰাহুল দ্ৰাবিড়ে এই সন্দৰ্ভত কয়, ‘খেলখন আগুৱাই নিয়াৰ দায়িত্ব অধিনায়কৰ ওপৰত। যি কৰিব ক্ৰিকেটাৰেই কৰিব।’ ৰাহুল দ্ৰাবিড়ৰ এই মন্তব্য শুনা মাত্ৰকেই সাংবাদিকে প্ৰশ্ন কৰে, ‘কোচ হিচাপে আপোনাৰ কোনো দায়িত্ব নাই নেকি?’ দ্ৰাবিড়ে তেতিয়া কয়, ‘বিশ্বকাপৰ আগলৈকেহে মোৰ দায়িত্ব থাকে। দলক এটা ঠাইলৈকেহে মই লৈ যাব পাৰো। বিশ্বকাপৰ বাবে যেনে দল বিচাৰিছিলো তেনে এটা দল মই পাইছো। ইয়াৰ পাছত মই আশাহে কৰিব পাৰো। খেল আগবঢ়াই নিয়াৰ দায়িত্ব ক্ৰিকেটাৰৰেই। তেওঁলোকে নিজৰ দায়িত্ব ভালধৰণে পালন কৰাটো বিচাৰো।’

দ্ৰাবিড়ৰ মতে এখন খেলত ক্ৰিকেট দলৰ অধিনায়কৰ ভূমিকা যথেষ্ট বেছি। মেচ অধিনায়কৰ সিদ্ধান্তৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে। খেল আৰম্ভ হোৱাৰ পাছত কোচৰ তেনে কোনো ভূমিকা নাথাকে। তেওঁ লগতে কয়, ‘প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পাছত কোচ হিচাপে মই দলৰ বাবে গ্ৰাউণ্ডত নামি ৰান ল’ব নোৱাৰো। উইকেট ল’ব নোৱাৰো। যি কৰিব খেলুৱৈয়ে কৰিব। মই কেৱল খেল চাবহে পাৰো। এই দল ৰোহিতৰ দল। মই পৰামৰ্শ যি দিব লাগে দিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই
জীৱনশৈলী

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

April 7, 2026
Next Post
ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো মহাত্মা গান্ধীয়ে এইকেইটা কাৰণতহে লাভ কৰা নাছিল শান্তিৰ নোবেল

ছিকিমৰ দৰে দশা হ’ব এই দুখন ৰাজ্যতো! ৩০ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন