• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋষভ পণ্টৰ ঠাইত অন্য খেলুৱৈয়ে পাৰিব নে খেলিব, কি কয় নিয়মে !

ঋষভ পণ্টৰ ঠাইত অন্য খেলুৱৈয়ে পাৰিব নে খেলিব, কি কয় নিয়মে !

7 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ঋষভ পণ্টৰ ঠাইত অন্য খেলুৱৈয়ে পাৰিব নে খেলিব, কি কয় নিয়মে !

editor by editor
July 24, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ঋষভ পণ্টৰ ঠাইত অন্য খেলুৱৈয়ে পাৰিব নে খেলিব, কি কয় নিয়মে !
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঋষভ পণ্টৰ ঠাইত অন্য খেলুৱৈয়ে পাৰিব নে খেলিব, কি কয় নিয়মে !

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুৰ্থ টেষ্ট মেচৰ প্ৰথম দিনাই বেটিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় ঋষভ পণ্ট ৷ যাৰ ফলত খেলুৱৈগৰাকীক ততাতৈয়াকৈ এম্বুলেন্সৰ সহায়ত চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ য’ত পণ্টৰ আঘাত স্কেন কৰা হ’ব ৷

বৰ্তমানে পণ্টে আঘাতৰ বাবে ‘ৰিটায়াৰ্ড হাৰ্ট’ লৈছে৷ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি পণ্টৰ আঘাত গুৰুতৰ হয় তেন্তে টিম ইণ্ডিয়াই পণ্টৰ বিকল্প লাভ কৰিবনে?

ভাৰতীয় ইনিংছৰ ৬৮ নং অভাৰৰ চতুৰ্থ বলত আঘাতপ্ৰাপ্ত হৈছিল উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট ৷ ক্ৰীছ ৱ’কেছৰ বলত ৰিভাৰ্ছ ছুইপ খেলিব বিচাৰিছিল ঋষভ পণ্টে । কিন্তু বলটো বেটত নালাগি পোনে পোনে পণ্টৰ ভৰিত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ যাৰ ফলত পণ্টৰ ভৰি লগে লগে ফুলি উঠাৰ লগতে তেজ বাহিৰ হয়।

কিন্তু এতিয়া যদি ঋষভৰ স্কেন ৰিপোৰ্টত সকলো ঠিকে নাথাকে আৰু পণ্ট পুনৰ খেলপথাৰলৈ উভতি আহিব নোৱাৰে, তেন্তে টিম ইণ্ডিয়াই তেওঁৰ ঠাইত অন্য খেলুৱৈ লাভ কৰিবনে ?

আইচিচিৰ নিয়ম অনুসৰি কোনো খেলুৱৈয়ে মূৰত আঘাত পালে আৰু চকুৰে ভালদৰে নেদেখিলে তেতিয়া দলে সেই খেলুৱৈৰ সলনি অন্য খেলুৱৈৰ বিকল্প লাভ কৰে ৷ এতিয়া পণ্টৰ কথা কবলৈ গ’লে নিয়ম অনুসৰি বেটিঙৰ ক্ষেত্ৰত ভাৰতে পণ্টৰ বিকল্প লাভ নকৰে।

কিন্তু ফিল্ডিঙৰ সময়ত বিকল্প লাভ কৰিব। পণ্টৰ ঠাইত ইংলেণ্ডৰ ইনিংছত ধ্ৰুৱ জুৰেলে উইকেট ৰক্ষক হিচাপে খেলিব পাব ৷ কিন্তু জুৰেলে বেটিং কৰিব নোৱাৰে কাৰণ পণ্টে ভৰিত আঘাত পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs EnglandRishav Pant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
কৰ্কট ৰাশিত চন্দ্ৰৰ ট্ৰেনজিত, আজি হৰিয়ালী অমাৱস্যাই সলনি কৰিব ৩ ৰাশিৰ ভাগ্য

কৰ্কট ৰাশিত চন্দ্ৰৰ ট্ৰেনজিত, আজি হৰিয়ালী অমাৱস্যাই সলনি কৰিব ৩ ৰাশিৰ ভাগ্য

কামাখ্যাৰ বুকুত অবৈধ দখল, সূৰ্যপাহাৰ হ’লগৈ কুদৰতপুৰ, কৰ পৰা আহিল ৩০০ পৰিয়াল?

কামাখ্যাৰ বুকুত অবৈধ দখল, সূৰ্যপাহাৰ হ'লগৈ কুদৰতপুৰ, কৰ পৰা আহিল ৩০০ পৰিয়াল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.