• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

26 minutes ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

1 hour ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

1 hour ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

editor by editor
October 25, 2024
in জীৱনশৈলী
0
এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ন পোৱা যায়৷ এই দাবী কৰে বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগ অৱশ্যে গেৰেণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ ধন হেৰাই যোৱাৰো কোনো প্রশ্ন নাই৷ কোনো ভয় নথকাকৈ যদি কোনোৱে নিয়মিত বিনিয়োগৰ মাধ্যমেৰে অলপ টকা বিনিয়োগ কৰে তেন্তে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটেই আদৰ্শ স্কিম৷

বৰ্তমান সময়ত ৰেকাৰিং ডিপোজিট এক খুবেই জনপ্ৰিয় স্কিম৷ বেংকৰ সৈতে পোষ্ট অফিচৰ এই ৰেকাৰিং ডিপোজিট স্কিমো যথেষ্ট ভাল স্কিম৷ পোষ্ট অরফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতি মাহে ২০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন পোৱা যাব৷ পোষ্ট অফিচৰ ছেভিংছ স্কিমৰ মাধ্যমেৰে ৫বছৰত আৰ ডি স্কিম খুবেই জনপ্ৰিয়৷ পোষ্ট অফিচৰ এই ৰেকাৰিং ডিপোজিটত বাৰ্ষিক ৬.৭শতাংশ সুদ অফাৰ কৰা হয়৷ এই হিচাপত কোনোৱে যদি ৫ বছৰৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটত ২০০০ কৈ জমা কৰে তেন্তে কেলকুলেছন অনুসৰি মেচিউৰিটিৰ সময়ত পোৱা যাব মুঠ ১,৪২,৭৩২টকা৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত কোনোৱে যদি ৫ বছৰৰ বাবে ২০০০ কৈ মাহিলী জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত সুদ হিচাপে পোৱা যাব ২২,৭৩২ টকা৷ এই সুদৰ হিচাপত ধৰা হৈছে পোষ্ট অফিচৰ বৰ্তমান বাৰ্ষিক সুদৰ হাৰত ৬.৭শতাংশ৷

মাত্ৰ ১০০ টকা জমা দি এই একাউণ্ট আপুনি খুলিব পাৰে৷ এইক্ষেত্ৰত এজন বিনিয়োগকাৰীয়ে কেইবাটাও এনে একাউণ্ট খুলিব পাৰে৷ এই ৰেকাৰিঙৰ ম্যাদ ৫ বছৰ হ’লেও ৩ বছৰত প্ৰি মেছিউৰ ক্লোজাৰো কৰিব পাৰে৷ আকৌ মেছিউৰিটিৰ পাছতো এই ৰেকাৰিঙৰ ম্যাদ আপুনি বঢ়াবও পাৰে৷ নমিনিৰো সুবিধা আছে৷ আৰ ডি এনে এক স্কিম, যাৰ বিপৰীতে বিনিয়োগৰাকীয়ে ঋণ ল’ব পাৰে৷ পোষ্ট অফিচৰ নিয়ম অনুসৰি ১২ টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা পৰিমানৰ ৫০শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ঋণ একক বা কিস্তিতো শোধ কৰিব পাৰে৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপোজিটৰ সুদৰ হাৰ ২শতাংশ বেছি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
Next Post
ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.