• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

2 years ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

5 minutes ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

42 minutes ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

2 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

2 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

4 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

4 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

17 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

18 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

19 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

19 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

20 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

editor by editor
December 12, 2024
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে অসুবিধাও আছে৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপজিট স্কিমৰ দৰে বিনিয়োগত গেৰেণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷

এইবাৰ বেংক ডিপজিট স্কিমৰ কথা যদি কোৱা যায় তেন্তে সকলোৰে আগত মনলৈ আহে ফিক্সড ডিপজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহে ফিক্সড ডিপজিটত বেছ ভাল সুদ অফাৰ কৰিছে৷ এবাৰ যদি ছিনিয়ৰ চিটিজেনৰ কথা ধৰা হয় তেন্তে এই ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপজিটত বেছি হয়৷

বৰ্তমান সময়ত ৰেকাৰিং ডিপজিট অৰ্থাৎ RD বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত আৰ ডি অফাৰ কৰে৷ পষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RD ৰ মেচিওৰিটি ৫বছৰ৷ কিন্তু ৩ বছৰৰ পাছতো এই ধন আপুনি উঠাই ল’ব পাৰে৷ RD ৰ এক বিশেষত্ব হৈছে, এই স্কিমত কোনো অসুবিধা নাই৷ সম্পূৰ্ণ নিৰাপদে থাকে৷ সৰু বিনিয়োগকাৰীৰ ক্ষেত্ৰত প’ষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RD বিনিয়োগৰ এক জনপ্ৰিয় বিকল্প৷

কোনোৱে যদি পষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RDত প্ৰতিমাহে ২৫০০ টকা বিনিয়োগ কৰে তেন্তে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব? কোনোৱে যদি পষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RDত প্ৰতিমাহে ২৫০০ টকা বিনিয়োগ কৰে তেন্তে ৫ বছৰত মুঠ ১,৭৮,৪১৫ টকা বিনিয়োগ কৰিব৷ কোনোৱে যদি প’ষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RDত প্ৰতিমাহে ২৫০০ টকাকৈ বিনিয়োগ কৰিলে সুদৰ বাবদ মুঠ ২৮৪১৫ টকা পোৱা যাব৷

RD এনে এক স্কিম, যাৰ বিপৰীতে বিনিয়োগৰাকীয়ে ঋণো ল’ব পাৰে৷ প’ষ্ট অফিচৰ নিয়ম অনুসৰি ১২টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা পৰিমাণৰ ৫০শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ঋণ একক বা কিস্তিতো শোধ কৰিব পাৰিব৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপজিটৰ সুদৰ হাৰতকৈ ২শতাংশ বেছি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?
জীৱনশৈলী

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

October 19, 2026
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?
বাণিজ্য

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

October 19, 2026
Next Post
সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

'এক দেশ এক নিৰ্বাচন', বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.