• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

2 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

1 hour ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

2 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

2 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

3 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

4 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

4 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

5 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

6 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

6 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

7 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

8 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

editor by editor
January 28, 2025
in জীৱনশৈলী, বিবিধ
0
১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী মোটা অংকৰ ৰিটাৰ্ণ পোৱা যায়৷ এই কথাই কয় বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ আছে৷ অৱশ্যে কিছু অসুবিধাও আছে৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰেণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ এইসমূহ ক্ষেত্ৰত ধন হেৰুওৱাৰ ভয় নাই৷

বেংক ডিপজিট স্কিমৰ কথা যদি কোৱা হয় তেন্তে বেছিভাগৰ মনতেই আছে ফিক্সড ডিপজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহে ফিক্সড ডিপোজিটত বেছ ভাল হাৰত সুদ অফাৰ কৰিছে৷ এইবাৰ যদি ছিনিয়ৰ চিটিজেনৰ কথা ধৰা হয়, তেওঁলোকৰ ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিট বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামতো ফিক্সড ডিপোজিট কৰিব পাৰে বেংকত৷

বৰ্তমান সময়ত ফিক্সড ডিপোজিটত বিনিয়োগৰ এটা খুবেই জনপ্ৰিয় মাধ্যম৷ বিভিন্ন বেংকৰ ফিক্সড ডিপোজিটৰ সুদৰ হাৰ ভিন্ন৷ অন্যহাতে পোষ্ট অফিচতো ফিক্সড ডিপোজিট কৰা হয়৷ এক নজৰত দেখা যাওক পোষ্ট অফিচৰ ফিক্সড ডিপোজিটত ১২ মাহৰ বাবে ৪ লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব পাৰে?

এতিয়াও দেশৰ সকলোতকৈ বেছি সুৰক্ষিত বিনিয়োগৰ মাধ্যম হৈছে ফিক্স়ড ডিপোজিট৷ পোষ্ট অফিচৰ ফিক্সড ডিপোজিটত সকলোতকৈ বেছি সুৰক্ষিত বিনিয়োগৰ এক বিকল্প৷ অৰ্থাৎ কোনোৱে যদি ফিক্সড ডিপোজিটত বিনিয়োগ কৰিব খোজে তেন্তে পোষ্ট অফিচৰ ফিক্সড ডিপোজিটত বেংকৰ ফিক্সড ডিপোজিটৰ পৰা বেছি হাৰত ৰিটাৰ্ণ পোৱা যায়৷

পোষ্ট অফিচতো বেংকৰ দৰে ফিক্সড ডিপোজিট একাউণ্ট অপেন কৰিব পাৰি৷ কিন্তু পোষ্ট অফিচৰ ফিক্সড ডিপোজিট স্কিমক টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিম বুলি কোৱা হয়৷

পোষ্ট অফিচত ১ বছৰৰ পৰা ৫বছৰ পৰ্যন্ত টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিম কৰিব পাৰিব৷ পোষ্ট অফিচৰ টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিমত প্ৰতি বছৰে ৬.৯শতাংশৰ পৰা ৭.৫শতাংশ হাৰত সুদ পোৱা যাব পাৰে৷ প’ষ্ট অফিচৰ ১ বছৰৰ টি ডি অৰ্থাৎ টাইম ডিপজিট স্কিমত ৬.৯শতাংশ হাৰত সুদ পোৱা যাব পাৰে৷ পোষ্ট অফিচৰ টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিমত ১ বছৰৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? প’ষ্ট অফিচৰ টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিমত ১ বছৰৰ বাবে অৰ্থাৎ ১২ মাহৰ বাবে ৪লাখ টকা জমা কৰিলে মেচিউৰিটিৰ পাছত ৪,২৮,৩২২ টকা পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
Next Post
২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

২০২৫ত ধনবান ৩ৰাশি! ধন আৰু বৈভৱৰ দেৱতা শুক্ৰই ১০ বাৰকৈ সলাব ঘৰ, লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

২০২৫ত ধনবান ৩ৰাশি! ধন আৰু বৈভৱৰ দেৱতা শুক্ৰই ১০ বাৰকৈ সলাব ঘৰ, লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.