• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

6 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

8 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

9 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

9 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

10 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

11 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

11 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

11 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

12 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

editor by editor
July 21, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য
0
UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?
0
SHARES
571
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত কেছ লেনদেনতকৈ অনলাইন লেনদেনেই সৰ্বাধিক কৰা হয়৷ অনলাইন লেনদেনৰ মাধ্যমেৰেই বজাৰ সমাৰ, ৰে’লৰ টিকট, ফ্লাইটৰ টিকট, ৰেস্তোৰাৰ বিল ফুৰা চকা সকলোবোৰ কৰা হয়৷ ইউপিআই পেমেণ্টৰ মাধ্যমেৰে যাৱতীয় লেনদেন প্ৰতিসময়তে কৰা হয়৷ কিন্তু কেতিয়াবা এই লেনদেন কৰোতে ভুল নম্বৰত আমি ধন পঠিয়াই পাও৷ সেই ধন আৰু হেৰাই গ’ল বুলি আমি এৰি দিও৷ কিন্তু এইদৰে ভুল নম্বৰত ধন গ’লে ওভতাই পোৱাৰ সম্ভাৱনা থাকে৷ তাৰবাবে কেইবাটামান উপায় অৱলম্বন কৰিব লাগিব৷

অনলাইন লেনদেন কৰিবলৈ হ’লে যদি ভুলবশত অন্য নম্বৰত টকা গুচি গ’লে চিন্তাৰ কাৰণ নাই৷ সহজেই সেই টকা ওভতাই পাব আপুনি. এই বিষয়টোক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশিকাও আছে৷ সম্প্ৰতি সামাজিক মাধ্যমত এই বিষয়টোক লৈ শ্বেয়াৰ কৰা হৈছে বিশেষ বাৰ্তা৷ RBI ৰ গাইডলাইন অনুসৰি, UPI বা ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে যদি ভুলবশত অন্য কাৰোবাৰ একাউণ্টলৈ গুচি যায় তেতিয়া অভিযোগ জনালে ৪৮ঘণ্টাৰ মাজত বেংকে সেই টকা পুনৰুদ্ধাৰ কৰি আপোনাক উভতাই দিবলৈ বাধ্য৷

কেনেকৈ উভতাই পাব ধন?

অবিলম্বে টোল ফ্ৰি নম্বৰ 18001201740ত ফোন কৰি অভিযোগ দাখিল কৰিব লাগিব৷ কাষ্টমান কেয়াৰত একাউণ্ট নম্বৰ আৰু কোন সময়ত পেমেণ্ট কৰিছিল সেই সংক্ৰান্তিয় যাৱতীয় তথ্য জনাওক৷ যদি আপুনি দিয়া সকলো তথ্য সঠিক হয় তেন্তে ৪৮ঘণ্টাৰ মাজত টকা আপোনাৰ একাউণ্টত উভতি আহিব৷

ইয়াৰোপৰি আপুনি বেংকত যোগাযোগ কৰি ফৰ্ম পূৰণ কৰিও ভুল লেনদেনৰ অভিযোগ জনাব পাৰে৷ লেনদেনৰ ৰেফাৰেন্স নম্বৰ, তাৰিখ, পৰিমাণ আৰু যে ভুল একাউণ্টত টকা পঠিওৱা হৈছে সেই তথ্যসহ ফৰ্মখন পূৰণ কৰিব লাগিব৷ তেতিয়া আপুনি সেই ধন উভতাই পাব৷ যদি বেংকে কোনো কাৰণত আপোনাক সহায় কৰিবলৈ অস্বীকাৰ কৰে তেন্তে bankingombudsman.rbi.org.in ত গৈ অভিযোগনামা দাখিল কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.