• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

21 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

2 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

2 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

6 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

7 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

7 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

editor by editor
July 21, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱম টি-২০ বিশ্বকাপ ভাৰতৰ হাতলৈ আহিল৷ অৰ্থাৎ ভাৰত বিশ্বচেম্পিয়ন হ’ল৷ ২০০৭ৰ পৰা আৰম্ভ হোৱা টি-২০ বিশ্বকাপত বৰ্তমানলৈ ৫টা দলেই বিশ্বচেম্পিয়ন হৈছে৷ এই ৫ দল হৈছে, ভাৰত, ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু পাকিস্তান৷ ৰূপেৰে তৈয়াৰ কৰা এই ট্ৰফীৰ যুঁজত প্ৰত্যেক দুবছৰৰ অন্তত নামে বিভিন্ন দেশে৷ এইবাৰ বিশ্বকাপ ভাৰতলৈ আহিছে৷ ভাৰতলৈ বিশ্বকাপ অহাৰ পাছতেই ক্ৰিকেটপ্ৰেমীৰ মনত এটা প্ৰশ্ন আহিছে৷ বিশ্বজয়ী ভাৰতীয় দলৰ হাতত তুলি দিয়া বিশেষ ট্ৰফীটো লৈ সকলোৱে পজ দিলে কিন্তু এতিয়া সেই ট্ৰফী কাৰ হাতত থাকিব? অধিনায়ক, কোচ নে বৰ্ডে এই ট্ৰফী ৰাখিব? জানি থওক বিস্তাৰিতভাৱে৷

কোনে নিৰ্মাণ কৰে ট্ৰফীটো?

অডিআই বিশ্বকাপৰ পৰা টি-২০ বিশ্বকাপৰ ট্ৰফী বেলেগ৷ অডিআই বিশ্বকাপৰ ট্ৰফীটো সোণেৰে নিৰ্মিত৷ আনহাতে টি-২০ বিশ্বকাপৰ ট্ৰফীটো ৰূপেৰে তৈয়াৰ কৰা৷ বিশ্বকাপৰ প্ৰথম বৰ্ষত অৰ্থাৎ ২০০৭ চনত এই ট্ৰফিটো অষ্ট্ৰেলিয়াৰ মিনেল ব্ৰাইছ ডিজাইন ষ্ট্ৰেটেজিয়ে এই ট্ৰফীটো ডিজাইন কৰিছিল৷ আৰু ট্ৰফীটো নিৰ্মাণ কৰি উলিয়াইছিল ভাৰতীয় ব্যক্তি অমিত পাবুৱালে৷ ইয়াৰপাছতেই লণ্ডনৰ লিংক্সত ফাইনেল ট্ৰফীটো নিৰ্মাণ হৈছিল৷ ২০২১ চনত থমাছে এই ট্ৰফিৰ অফিচিয়েল প্ৰযোজক হয়৷ এই ট্ৰফীত ৰূপৰ ওপৰিও ৰেডিয়াম থাকে৷ ইয়াৰ ওজন প্ৰায় ১২ কিঃগ্ৰাঃ৷ ইয়াৰ উচ্চতা ৫৭.১৫ ছেণ্টিমিটাৰ৷ প্ৰস্থ ১৬.৫ চেণ্টিমিটাৰ পৰ্যন্ত৷ ৰিপৰ্ট অনুসৰি ইয়াৰ দাম ১৫ৰ পৰা ২০ লাখ টকাৰ মাজত৷

প্ৰকৃত ট্ৰফীটো দি দিয়া হয়নে?

অডিআই বিশ্বকাপৰ দৰে টি-২০ বিশ্বকাপত প্ৰকৃত ট্ৰফীটো দলক দি দিয়া নহয়৷ ICCয়ে এই ট্ৰফী নিজৰ ওচৰতেই ৰাখে৷ ইয়াৰ সলনি বিজয়ী দলক প্ৰকৃত ট্ৰফীৰ ৰেপ্লিকা ট্ৰফী দিয়া হয়৷ বিশ্বকাপ জয় কৰাৰ সময়ত এই ট্ৰফী হাতত তুলি দিয়া হয়৷ ইয়াৰপাছতেই সেয়া কিছুদিন বিজয়ী দলে লগত ৰাখিব পাৰে৷ তাৰপিছতেই সেই ট্ৰফী আকৌ ICCৰ হাতত তুলি দিব লাদে৷ ইয়াৰ সলনি এটা ৰেপ্লিকা ট্ৰফী দিয়া হয়৷

ৰেপ্লিকা ট্ৰফী ক’ত থাকে?

বিজয়ী দলে যি ৰেপ্লিকা ট্ৰফী পায় সেয়া কোনো অধিনায়ক, কোচক দিয়া নহয়৷ এইয়া ক্ৰিকেট বৰ্জে তেওঁলোকৰ কেবিনেটত ৰাখে৷ ইয়াৰ পূৰ্বে ভাৰতে তিনিবাৰ বিশ্বকাপ জয় কৰিছে৷ ইয়াৰ মাজতেই আছে ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ১৯৮৩ আৰু ২০১১ ৰ অডিআই বিশ্বকাপ৷ এই তিনিটা বিশ্বকাপ BCCI ৰ ট্ৰফী কেবিনেটত আছে৷ প্ৰতিটো ক্ৰিকেট বৰ্ডেই তেনেকৈয়ে ট্ৰফী ৰাখে৷

খেলুৱৈয়ে কি পায়?

বিশ্বকাপজয়ী দলৰ খেলুৱৈসকলে চাৰ্টিফিকেট আৰু মেডেল লাভ কৰে৷ ইয়াৰোপৰি বিজয়ী দলৰ প্ৰাপ্ত অৰ্থৰ পৰিমাণ এই খেলুৱৈসকলৰ মাজত সমানভাৱে ভাগ কৰা হয়৷ ভাৰতীয় দলে পুৰস্কাৰ হিচাপে পাইছে ২০.৩৭ কোটি টকা৷ BCCIৰ পক্ষৰ পৰা সমগ্ৰ দলক ১২৫ কোটি টকা পুৰস্কাৰ ঘোষণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?

টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.